অসমশীৰ্ষ

অহা ২৩ চেপ্তেম্বৰ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰন সভাৰ

প্রথম খবৰ , ফকিৰাগ্রাম: কোকোৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ২৩ চেপ্তেম্বৰ ৰাতিপূৱা ১১ বজাত যোগদোই ভি সি ডি সি অন্তর্গত যোগদোই মেশপাৰা কমুনিটি হোলৰ    প্ৰাংগনত অনুষ্ঠিত কৰা হবো । উক্ত বাৰ্ষিক সাধাৰণ সভাত সমবায় সমিতিখনৰ সকলো অংশীদাৰ সদস্য সদস্যাকে উপস্থিত থাকিবলৈ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ সভাপতি দীপক মজুমদাৰ আৰু সম্পাদক মানা দে আহ্বান জনাইছে । আজি এক প্ৰেছ বিবৃতি যোগেফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ সম্পাদক মানা দে এই কথা জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close