অসমশীৰ্ষ

মঙলদৈত ভুপেন্দ্ৰ সংগীতেৰে সহস্ৰাধিকক মুহিলে কণ কণ মইনাই

প্ৰথম খবৰ,মঙলদৈ:আজি দেশজুৰি সুধা কন্ঠ ড°ভুপেন হাজৰিকা ৰ ৯৩ সংখ্যক ওপজা দিনটি ত মঙলদৈ জিলা মইনা পাৰিজাতেও সুধাকণ্ঠ ভুপেন হাজৰিকাৰওপজা দিন হিচাপে পালন কৰে কণ কণ মইনা সকলৰ সুমধুৰ সংগীতেৰে ৷অনুষ্ঠান টি আনুষ্ঠানিক ভাৱে মুকলি কৰে দৰং জিলা আৰক্ষী অধীক্ষক অমিত ভুঞাই ৷এই মহান অনুষ্ঠানত ভুপেন হাজৰিকাৰ প্ৰতিচ্চবিত মাল্যৰ্পন কৰে মঙলদৈৰ উদ্যোগপতি তথি মইনা পাৰিজাত ৰ উপদেষ্টা ৰাজীৱ ডেকাই ৷আজিৰ এই দিনটোত দৰং জিলা সাহিত্য সভাই গণেশ কুৱঁৰী জনজাতি হাইস্কুলত সুধাকণ্ঠৰ ওপজা দিনটি আৰম্বৰপূৰ্ণ ভাবে উদ্‌যাপন কৰে আৰু মঙলদৈ ভুপেন হাজৰিকা সমন্বয় ৰক্ষী সমিতিয়েও মঙলদৈ ভুপেন হাজৰিকা উদ্যানত দিনযোৰা কাৰ্য সুচীৰে ওপজা দিনটি পালন কৰে।

Related Articles

Leave a Reply

Close