অসমশীৰ্ষ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনা।স্থান ভেৰগাঁৱৰ ভূটিয়াচাং। মৃত্যু হোৱা হাতীটোৰ বয়স প্ৰায় ৫৫ বছৰ ৷ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত ৷মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।চলিত বৰ্ষত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰায় ২৫ জন নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে ৫/৬টা বন্যহস্তীৰৰ কৰুণ মৃত্যু হয় ৷ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো ৷

Related Articles

Leave a Reply

Close