অসমশীৰ্ষ

চাপৰমুখৰ সমীপৰ শালমৰাত বুকুত ৰড সোমাই মিস্ত্ৰিৰ মৃত্যু

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ ,ৰহা:পৰমুখৰ সমীপৰ শালমৰাত আজি বুকুত ৰড সোমাই এজন ৰাজমিস্ত্ৰীৰ মৃত্যু হয় ৷ জানিব পৰা মতে শালমৰাত হৰমোজ আলি(৪০) নামৰ ৰাজমিস্ত্ৰী জনে এটা ঘৰ নিৰ্মাণ কৰা কামত ব্যস্ত থকাৰ সময়তে হঠাৎ তললৈ পৰি যায় , তলৰ নিৰ্মীয়মান খুটাৰ থিয় হৈ থকা ৰডৰ ওপৰত ঢলি পৰাত বুকু আৰু পেটত ৰড সোমাই গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷ পাছত লগৰ যোগালি কেইজনে মিস্ত্ৰী জনক উদ্ধাৰৰ চেষ্টা কৰে যদিও কিছু সময়ৰ পাছতে মিস্ত্ৰী জনৰ মৃত্যু হয় ৷

 

Related Articles

Leave a Reply

Close