অসমবিনোদনমহিলা

তুমি বুলিলেই মেৰিলীন

বিনোদন খবৰ:
নাম মেৰিলীন৷ জাকৈয়া ছোৱালীৰে অসমৰ শ্ৰোতাৰ মনত সাঁচ বহুৱাই যোৱা মেৰিলীন আকৌ উভতি আহিছে এটি নতুন ভিডিঅ’ লৈ৷ এইবাৰ মেৰিলীনৰ কণ্ঠত তুমি বুলিলেই৷ পৰীক্ষিত কলিতাৰ কথা, সুৰ আৰু সংগীতেৰে সমৃদ্ধ তুমি বুলিলেই এক ন উচাহৰ নাম৷
ইয়াৰ পূৰ্বে মেৰীলিনে ৰাকেশ ৰিয়ানৰ সৈতে গোৱা এবুকু মৰম গীতটোকো মৰম দিছিল অসমৰ শ্ৰোতা দৰ্শকে৷ ৰাজ্যৰ মঞ্চজগততো বিশেষ আদৰ সন্মান থকা মেৰিলীনৰ এই নৱতম উপহাৰ তুমি বুলিলেই৷ পূৰ্বে গোৱা গূতসমূহতকৈ পৃথক আৰু সুকীয়া অনুভূতি থকা এই গীতটো মুক্তি দিয়া হৈছে এচি মাল্টি মিডিয়া লেবেলত৷ গীতটো সন্দৰ্ভত মেৰিলীনে কয়- মই গোৱা গীতসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ গীত এইটো‍৷ এগৰাকী সুকীয়া মেৰিলীনক বিচাৰি পাব এই গীতটোত৷ গীতটোৰ ইউটিউব লিংক হৈছে

Related Articles

Leave a Reply

Close