আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ধৰ্ষণ! জন্মদিনত ১৩ বছৰীয়া কন্যাক ‘উপহাৰ’

চিপায়া: ১৩ বছৰীয়া জন্মদিনত নিজৰ কন্যাক ধৰ্ষণ এজন ৩২ বছৰীয়া পিতৃৰ। বলিভিয়াৰ চিপায়াত সংঘটিত হৈছে এই ঘটনা। বাতৰি অনুসৰি মাতৃৰ অনুপস্থিতিত ব্যক্তিজনে উপৰ্যুপৰি ধৰ্ষণ কৰে নিজৰেই কন্যাক। এই কাণ্ডৰ পাছতে আৰক্ষীয়ে আটক কৰে ব্যক্তিজনক। আৰক্ষীৰ আগত অভিযুক্ত ব্যক্তিজনে প্ৰকাশ কৰে যে,কন্যাৰ ১৩ বছৰীয়া কন্যাক জন্মদিনত উপহাৰ দিবলৈ তেওঁৰ হাতত নাছিল ধন। গতিকে কন্যাৰ জন্মদিন উদযাপন কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে তেওঁ। এই ঘটনাই বলিভিয়াত জোকাৰণিৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close