অসমশীৰ্ষ

পহিলা নবেম্বৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিব পয্যটকৰবাবে

প্ৰথম খবৰ,মঙলদৈ:অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমুহৰ ভিতৰত দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনতো অসমৰ উপৰিও বহিঃৰাজ্যৰ পয্যটক সকলে প্ৰতিবছৰে দৰ্শন কৰিবলৈ আহে ৷এইবাৰ হৈযোৱা প্ৰবল বানপানীৰ কবলত পৰি উদ্যান খনৰ ৰাষ্টা ঘাট বোৰ যহি খহি যোৱাৰ ফলত এতিয়াও কৰ্তৃপক্ষই মেৰামতি ৰ কাম কৰি আছে ৷তাৰ মাজতেই মুল কাৰ্যলয়ৰ পৰা৷ছিংগভেটি হৈ সাতচীল মলু শিলবৰী পৰিদৰ্শন বাংলা পয্যটন পথলৈ পয্যটকৰ বাবে বৰ্তমান মুকলি কৰি দিয়া হব ৷মঙলদৈ বনসংমণ্ডল বন্যপ্ৰাণী বিষয়াই জনাইছে ৷ৰাষ্ট্ৰা ঘাট সমুহ মেৰামতি হোৱাৰ পিছত পুনৰ অন্যান্য পয্যটক স্হলী সমুহ পুনৰ মুকলি কৰি দিয়া হব বুলি বিষয়া গৰাকীয়ে জনাইছে।

Related Articles

Leave a Reply

Close