অসমশীৰ্ষ

ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাত আমছুৰ জয়

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্রা: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০১৯-২০২০ বৰ্ষৰ সাধাৰণ নিৰ্বাচন আজি সুকলমে সম্পন্ন হৈ যায়। উক্ত ছাত্ৰ একতা সভাৰ  নিৰ্বাচনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। সাধাৰণ সম্পাদক হিচাবে কামাল হুছেইন , আলোচনী সম্পাদক হিসাবে নবীয়ত জামান আৰু সাংস্কৃতিক সম্পাদক হিচাবে আবু তাহেৰ আলীয়ে জয় লাভ কৰে। উক্ত একতা সভাত বিজয় সাব্যস্ত কৰা সকলোকে অন্তৰিক শুভেচ্ছা জনাযে ফকিৰাগ্ৰাম আঞ্চলিক আমছুৱে।

Related Articles

Leave a Reply

Close