অসমবিনোদনশীৰ্ষ

বিধায়কৰ সৈতে বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী তেহছিন আখতাৰ

প্ৰথম খবৰ, সৰুক্ষেত্ৰী: বিয়াত বহিল অভিনেত্ৰী তেহছিন৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সৈতে বিয়া তেহছিনৰ৷ 2010 চনত নয়ন নীলিমৰ আবেলি ভিডিঅ’ ছবিত অভিনয় কৰি পৰিচিত হৈ পৰা তেহছিনে পৰৱৰ্তী সময়ত ভাড়াঘৰ ধাৰাবাহিকতো সুনাম অৰ্জন কৰে৷

ফটো সৌজন্য ফেচবুক
পিছলৈ ছনি টিভিৰ সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰ’লতো অভিনয় কৰে৷
তেহছিনে অভিনয় কৰিছে জোনাকৰ বৰষুণ, তোমাৰ বাবে, উমাল বুকুৰ হাজাৰ কাহিনী৷


এগৰাকী কণ্ঠশিল্পী হিচাপেও পৰিচিতি থকা তেহছিনে মুম্বাইৰ বহু ধাৰাবাহিকতো কাম কৰাৰ সুযোগ পাইছে৷

Related Articles

Leave a Reply

Close