অসমশীৰ্ষ

মঙলদৈৰ ৰাম হৰিত সচ্ছতা অভিযান

প্ৰথম খবৰ,মঙলদৈ: মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰাম হৰিত কেইবাটাও স্বেচ্ছাসেৱী অনুষ্ঠানে সচ্ছতা আৰু প্লাষ্টিক মুক্ত ভাৰতৰ নিদৰ্শন দাঙি ধৰাৰ স্বপ্নৰে চাফাই অভিযানত অংশ গ্ৰহণ কৰে ৷ৰাম হৰি দূৰ্গাপুজা স্হলী আৰু ৰামহৰি ব্যৱসায়ী স্হলী ,অনুষ্ঠান প্ৰতিষ্ঠানত সচ্ছতাৰ অভিযান চলোৱা হয় ৷এই কাৰ্য সূচীত ৰাম হৰিৰ দূৰ্গাপুজা পৰিচালনা সমিতি ,ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ কৰ্ম কৰ্তা ,ৰামহৰি অনুসূচীত জাতি উন্নয়ন পৰিষদ ,সন্মিলিত মহিলা পৰিষদ ,কহিনুৰ থিয়েটাৰ পৰিচালনা সমিতয়ে এই কাৰ্য সূচীত ভাগ লয় বুলি দূৰ্গাপুজা পৰিচালনা সমিতিৰ সহঃসম্পাদক বুবুল কিশোৰ বৰুৱাই জনাইছে ৷

Related Articles

Leave a Reply

Close