অসমবিনোদনশীৰ্ষ

জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা এইবাৰ থিয়েটাৰত

প্ৰথম খবৰ ব্যুৰ’: জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাক এইবাৰ দেখা যাব ভ্ৰাম্যমান থিয়েটাৰত৷

আগশাৰীৰ নাট্যদল থিয়েটাৰ সূৰ্যৰ মঞ্চত অভিনেতা সঞ্জীৱ শৰ্মা, জেফ্ৰী বক্সিৰ সৈতে দেখা যাব প্ৰীতিক৷

ইতিমধ্যে নাট্যদলটোৰ ফটো শ্বুটত দেখা গৈছে কংকনাক৷

ফটো সৌজন্য ভূপেশ খাটনীয়াৰ

Related Articles

Leave a Reply

Close