অসম

ডিমাকুছিত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি ৰ ডিমাকুছিতো শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে ৷

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি

শিল্পীৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে শতাধিককৈ অধিক মৃন্ময়মূৰ্তী সমুহ ৷

দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে শিল্পী সকল ৷

ৰাস মহোৎসৱত মিনাবজাৰ,চাৰ্কাচ,চিত্ৰহাৰ, চুপাৰনৃত্য প্ৰতিযোগিতা বড়ো থিয়েটাৰৰ লগতে থাকিব বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰ ৷

বিভিন্ন জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হ’ব ডিমাকুছি

সকলোৰোৰে মাজত দেখা গৈছে উৎসাহ ৷

ভূটানৰ পৰাও ৰাস উপভোগৰ বাবে আহিব ভূটিয়াসকল ৷

Related Articles

Leave a Reply

Close