অসমশীৰ্ষ

দৰঙৰ ভূড়াৰ গড়ত কবি সমাৰোহ

প্ৰথম খবৰ,মঙলদৈ:অহা ৰবিবাৰ ১৭ নবেম্বৰ তাৰিখে দৰঙৰ ভূড়াগড়ত৷ৰাসমহোৎসৱ ত দৰং কবিসমাজৰ এখনি বিশেষ কবিসমাৰোহ ৰ আয়োজন কৰা হৈছে ৷উক্ত সমাৰোহখনি সঞ্চালনা কৰিব দৰং কবি সমাজৰ সভাপতি ডা°কমলা কান্ত শৰ্মা দেৱে ৷কবি সমাৰহত কবিতাৰ পৰ্যালোচক হিচাপে থাকিব বিশিষ্ট নিৱন্ধকাৰ ধীৰেণ শইকীয়া দেৱ ৷লগত৷সহযোগী হিচাপে থাকিব দেওমৰনৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ৷অধ্যাপক পল্লব বৰুৱা দেৱ ৷কবি সমাৰোহত আমন্ত্ৰটিট অতিথি হিচাপে উপস্থিত থাকিব স্পৰ্শ আলোচনীৰ সম্পাদক গুৰুপ্ৰসাদ শৰ্মা ৷লগতে উপস্থিত থাকিব অনাতাঁৰ শিল্পী কবিতা শৰ্মা ,স্পৰ্শ আলোচনী সাহিত্য বটাঁৰে সন্মানিত মুকুট চন্দ্ৰ হাজৰিকা,খৈৰাবাৰী মহাবিদ্যালয়ৰ৷প্ৰবক্তা ড°পবিত্ৰ শৰ্মা ,মায়াং মহাবিদ্যালয়ৰ৷অধ্যক্ষ বিনয় কুমাৰ চলিহা ৰ লগতি দৰং কবি সমাজৰ ন পুৰনি বহু কেইজন কবিয়ে অংশ গ্ৰহণ কৰিব বুলি কবি সমাজৰ তৰফৰ পৰা জনাইছে। প্ৰ্ৰ

 

Related Articles

Leave a Reply

Close