অসমবিনোদনশীৰ্ষ

নলবাৰীৰ ৰাসত কাঞ্চনজংঘা, ৰত্নাকৰ

নলবাৰীবাসীৰ বাবে আনন্দৰ খবৰ । নলবাৰী ৰাস মহোৎসৱ উপলক্ষে জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’,আৰু যতীন বৰাৰ ‘ৰত্নাকৰ’ এতিয়া নলবাৰী নাট্য মন্দিৰত ৷ আজিৰে পৰা অহা ১৬ নৱেম্বৰলৈ হ’ব জুবিন গাৰ্গৰ কাঞ্চনজংঘা আৰু ১৭ নবেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ প্ৰদৰ্শিত হ’ব
যতীন বৰাৰ ‘ৰত্নাকৰ’ ৷

অসমৰ ছবিজগতলৈ সোণালী দিন ঘূৰাই অনা দুখন হিট ছবি উপভোগ কৰিবলৈ সদলবলে আহক নলবাৰী নাট্য মন্দিৰলৈ৷ উল্লেখ্য, দুয়োখন ছবিয়ে বক্স অফিচত প্ৰায় তেৰ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷
বাতৰি সৌজন্য অপূৰ্ব তালুকদাৰ

Related Articles

Leave a Reply

Close