অসমবিনোদনশীৰ্ষসাক্ষাৎকাৰ

পাঠশালাত ন সাহেৰে উদয়নৰ উজ্জ্বীৱন

আহি আছে নতুন থিয়েটাৰ উদয়ন

প্ৰথম খবৰ বিনোদন:
নাট্যনগৰী পাঠশালাক নাট্যনগৰী হিচাপে আৰু অধিক টনকিয়াল কৰাৰ মানসেৰে পাঠশালা চহৰৰ মাজ মজিয়াৰ পৰা ভ্ৰাম্যমাণৰ বৰ পথাৰত সংস্কৃতিৰ বীজ সিচিবলৈ সংযোজন ঘটিব উদয়ন থিয়েটাৰ ৰ।পাঠশালাৰ এগৰাকী সংস্কৃতিৱান যুৱক জ্যোতিপদ তালুকদাৰৰ এক বিশাল প্ৰযোজনাত আহি আছে অসমবাসীৰ আশীষ লবলৈ উদয়ন থিয়েটাৰ।তিনিগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰৰ তিনিখনকৈ ভিন্ন ৰুচিৰ নাটৰ স্বাদ দিবলৈ বদ্ধ পৰিপক্ক উদয়ন৷ প্ৰখৰ গতিত চলি আছে নাট্যদলটিৰ যাৱতীয় কাম-কাজ,অচিৰেই নাট্যমোদী দৰ্শকৰ মাজলৈ আহিব উদয়নৰ বৰ্ণিল পোষ্টাৰ।।।
বাতৰি ভিকি শৰ্মাৰ সৌজন্যত

Related Articles

Leave a Reply

Close