শেহতীয়া
Home / Author Archives: admin

Author Archives: admin

প্ৰাপ্য নাপাই শিল্পী মৰিব ওলাইছে, প্ৰযোজক সন্থা ক’ত লুকাল?

ৰিতু দাসৰ মুকলি চিঠি: বিহুৰ দিনটোতে ৰাজশ্ৰী থিয়েটাৰৰ শিল্পীসকলে নিজ প্ৰাপ্য নাপাই আত্মহত্যাৰ কথা ভাবিবলগীয়া হৈছে। প্ৰাপ্য ধন নাপাই ঘৰলৈ যাব পৰা নাই বহু শিল্পী। এই ঘটনাই জোকাৰি গৈছে অসমবাসীক। কিন্তু  এই জটিল সময়ত ক’ত লুকাই আছে সদৌ অসম ভ্ৰাম্যমাণ ...

Read More »

হেঁপাহৰ বিহুটি আজি কোন দিশে ?

হিমাংশু ৰণজন ভূঞা: বিহু অসমীয়া জাতীয় জীৱনৰ প্রাণ-স্পন্দন, অতিকৈ হেঁপাহৰ বিহু বৃহত্তৰ লুইতপৰীয়া অসমীয়া কৃষিজীৱী চহা সমাজৰ কোটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােণ স্বৰূপ। অনাদি কালৰেপৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ...

Read More »

গদুকাৰ ভাইৰেল ভিডিঅ’ নকল নেকি? টীয়ক কাণ্ডৰ নতুন মোৰ, অসম্পাদিত ফুটেজ দেখুৱাবলৈ আহ্বান গদুকাৰ

টীয়কৰপৰা সমীৰণ বৰঠাকুৰৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ: সুৰেশ ৰঞ্জন গদুকাৰ ভাইৰেল হৈ পৰা ভিডিঅ’ প্ৰকৃততে সম্পাদিত নেকি? সম্প্ৰতি এনে এক প্ৰশ্ন উত্থাপিত হৈছে টীয়কৰ বহুচৰ্চিত ঘটনাটোৰ পাছত। উল্লেখ্য যে, টীয়কৰ ফুড ভিলাত সংঘটিত হোৱা মাৰপিটৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি ...

Read More »

অসমীয়া সংগীতত আন এক প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ চয়নিকা

‘লাহি লাহি ওঁঠে’, ‘তোমাৰ সপোনতে’, ‘গোলমাল’, ‘দেহা ঐ’, ‘মৰমৰে লুকাভাকু’ আদি জনপ্ৰিয় গীতেৰে অতি কম সময়ৰ ভিতৰতে অসমৰ সংগীতপ্ৰেমী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ প্ৰতিভাশালী কন্ঠশিল্পী চয়নিকা কলিতাই। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন শিল্পীগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ ...

Read More »

মই সোণালী সৰকাৰে কৈছোঁ

মাছুদ হক: সোণালী সৰকাৰ নামৰ প্ৰতিভা এটা সময়ৰ সোঁতত নোহোৱা হৈ গৈছিল এদিন। ঠিক নোহোৱা হৈ গৈছিল বুলি ক’লে ভুল কৰা হ’ব। নিঃশেষ কৰি দিয়া হৈছিল তেওঁক। সেই প্ৰতিভাৰ অকালমৃত্যুৰ পাছত আমি বিচাৰিছিলো ন্যায়। দোষীৰ শাস্তি। এম চি কলেজৰ ছাত্ৰ ...

Read More »

আমছুৰ নৱনিৰ্বাচীত সভাপতি ৰেজাউল কৰিম সৰকাৰলৈ অভিনন্দন

নিউজ ডেস্ক, প্ৰথম খবৰ: ৩১ মাৰ্চৰপৰা ২ এপ্ৰিললৈ তাৰিখে খাৰুপেটীয়া মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ ১৪ তম অধিবেশন আৰু ৩৮ তম প্ৰতিষ্ঠা দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী মৰ্মে ৩ এপ্ৰিলৰ দিনা প্ৰতিনিধি ...

Read More »

নাপু নাছো, এফ আৰ পি ইত্যাদি

(বেতাল একবিংশতি) নীলিম আকাশ কাশ্যপ : (১) প্ৰথমটো ঘটনা ডঃ হীৰেন গোহাঁইকেন্দ্ৰিক। ২০১৮ চনৰ পহিলা এপ্ৰিলৰ কথা। ১ এপ্ৰিল হেতুকে ভিন্নজনে ছ’চিয়েল মিডিয়াত বিভিন্ন ধেমেলীয়া বাৰ্তা লিখি লোকক মুৰ্খ সজা পুৱাৰেপৰা দেখিছিলো। এনেদৰে এপ্ৰিল ফুল বুলি আনন্দ কৰাটো আজিৰ প্ৰেক্ষাপটত ...

Read More »

পৰিচয় মাথোঁ মানৱতা

ডঃ বিক্ৰমজিত কাকতি: ৰাইজৰ ভাষাত সি এটা মিঞা! চিনাকিৰ সংকটত ভোগা এটা জাতিৰ প্ৰতিনিধি। কোনোবা পূৰ্বপুৰুষ পূৰ্ব বংগৰপৰা অহা। না এতিয়া অসমীয়া, না বাংলাদেশী… পৰিচয়ৰ সংকটত ভোগা এখন সমাজক প্ৰতিনিধিত্ব কৰিছে। ৰে’লখনত মোৰ সন্মুখৰ ছিটটোত বহি আছে মূৰত টুপি ঠুতুৰিত দাড়ি ...

Read More »

তামিলনাডুৰ সাগৰীয় ছুনামি প্ৰতিৰোধী কেচিওৰিণাই ৰোধ কৰিব অসমৰ গৰাখহনীয়া সমস্যা

প্ৰথম খবৰ, লখিমপুৰ: যুগ যুগ ধৰি লাখ লাখ খাটিখোৱা শ্ৰমজীৱী কৃষক লোকৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অসমৰ জলন্ত গৰাখহনীয়া সমস্যাৰ সমাধানত তামিলনাডুৰ সাগৰীয় ছুনামি প্ৰতিৰোধী কেচিওৰিণাই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। এই সম্ভাৱনা ব্যক্ত কৰিছে লখিমপুৰ লখিমপুৰ বন সংমণ্ডল ...

Read More »

অসমীয়াৰ সমাজ জীৱনত নামঘৰৰ ভূমিকা অপৰিসীম: ড° পীতাম্বৰ দেৱগোস্বামী

খৰাধৰা নামঘৰৰ বৰ্ষজোৰা দুশ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুস্থানৰ তৃতীয় দিন দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: “নামঘৰ অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ৷ যাক ভেটি হিচাপে লৈ অসমীয়া ৰাইজে সাহিত্য সংস্কৃতি আধ্যাত্মিক ভাবৰ আদান-প্ৰদান কৰি সমাজখন সুসংগঠিত কৰি ৰাখিব পাৰে৷ বিশ্বায়নে মানুহক ...

Read More »