শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস

Author Archives: বৰ্ষাজ্যোতি দাস

জিঅ’ৰ নিজাববীয়া বেংক মুকলি! এতিয়া ঘৰত বহিয়ে গ্ৰাহকে লাভ কৰিব সকলো সুবিধা

নেচনেল ডেস্ক,প্ৰথম খবৰঃ ৰিলায়েঞ্চ জিঅ’ই বুধবাৰৰ পৰা শুভাৰম্ভণি কৰিলে পেমেণ্ট বেংকৰ এক নিজাববীয়া সুবিধা৷ ২০১৫ চনতে পেমেণ্ট বেংকৰ আৰম্ভণি হৈছিল যদিও ৰিলায়েঞ্চ জিঅ’ই ইতিমধ্যে আন কোম্পানীবোৰৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই জানিবলৈ দিয়া মতে টেলিকম ...

Read More »

বুদ্ধিজীৱীয়ে জ্বলাইছে টীয়ক, বুদ্ধিজীৱীয়ে টেটু চেপিলে ব্যৱসায়ীৰ, চিচিটিভিত বন্দী গদুকাৰ ‘কীৰ্তি’(?)

টীয়কৰপৰা সমীৰণ বৰঠাকুৰৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ: আইন হাতত তুলি বিপদত পৰিছে এজন সাহিত্যিক। টীয়কৰ এখন ৰেস্তোঁৰাত মেনেজাৰক প্ৰহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে নিবন্ধকাৰ তথা জীৱন নামৰ আলোচনীখনৰ সম্পাদক সুৰেশ ৰঞ্জন গডুকা। ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদৰ ...

Read More »

বৰপেটা মেডিকেল কলেজৰ ছাত্ৰৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে ৰাজহুৱা সভা

বৰপেটাৰপৰা ছফিক আহমেদ,প্ৰথম খবৰ:কালি সন্ধিয়া ৫ বজাত ক্লাব ৰাইন’ত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে সমাজকৰ্মী মৃদুল তালুকদাৰে। উক্ত সভাৰ উদ্দেশ্য আছিল, কিছুদিন আগতে বৰপেটা মেডিকেল কলেজত এক্সক্লেপিয়া নামৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানতে ভদ্ৰতা তথা শালীনতাৰ ...

Read More »

হেঙেৰাবাৰীত অনুষ্ঠিত হ’ল বিনামূলীয়া স্বাস্থ্য শিৱিৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:এখন সুস্থ সমাজ গঢ়াৰ প্ৰতি লক্ষ্য ৰাখি আজি গুৱাহাটীৰ হেঙেৰাবাৰী কালীমন্দিৰস্থিত “জ্ঞান বিকাশ কেন্দ্ৰ”ৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয়৷ কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত এই শিৱিৰত কাণ-নাক বিভাগৰ লগতে ৰক্তচাপ,মধূমেহ,হাড়ৰ বিভিন্ন ৰোগৰ লগতে আন আন কেইবাটাও ৰোগৰ ...

Read More »

ননৈৰ জলাহত পচোৱা বতাহ

প্ৰথম খবৰ,ননৈ:আজি দুপৰীয়া ঠিক ২:৩০ বজাত নগাঁৱৰ ননৈৰ জলাহৰ মাজেদি পাৰ হৈ গ’ল এজাক পছোৱা বতাহ। চতৰ পছোৱাই যেন বহাগৰ বৰদৈচিলা জনীৰে আগলী বতৰা দিলে। কুলিৰ মাতেৰে বহাগৰ গোন্ধ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দুপৰীয়া অহা ধুমুহা বতাহ জাকে ...

Read More »

প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলামৰ বিজেপিত যোগদান

নিউজ ডেস্ক,প্ৰথম খবৰ:অগপৰ প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলামে শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। মানকাচৰৰ হাতশিঙিমাৰীত অনুষ্ঠিত হ’বলগীয়া এখন সভাত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰীজনে। উক্ত সভাত উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস তথা বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

Read More »

পুনৰ শিক্ষা বিভাগৰ নিৰ্ল্লজ্য কাণ্ড উদঙালে বিদ্যালয়ে

নিউজ ডেস্ক,প্ৰথম খবৰঃ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড উন্নয়নৰ হকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে আজি ধুবুৰী জিলাৰ এখন বিদ্যালয়ে উদঙাই দিলে শিক্ষা বিভাগৰ এক চৰম দুৰ্দশাৰ কথা৷ ধুবুৰী জিলাৰ ভোগধৰ হাইস্কুলৰ ছাত্ৰসকলে শ্ৰেণীকোঠাৰ অভাৱত খেলপথাৰত বহি পৰীক্ষা দিবলগীয়া হোৱা ...

Read More »

নাৰীজনিত অপৰাধ ৰোধৰ বাবে চৰকাৰৰ হেল্পলাইন নম্বৰ মুকলি

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ ফলত হোৱা অনাহক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে অসম চৰকাৰ। ইয়াকে লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব এক হেল্পলাইন নম্বৰ। ২৪ ঘন্টাই সক্ৰিয় থাকিব “ৱমেন হেল্পলাইন ১৮১” এই ...

Read More »

ৰাজ্যৰ প্ৰতিখন জিলাত ফাষ্ট ট্ৰেক আদালত

নিউজ ডেস্ক,প্ৰথম খবৰঃৰাজ্যত সঘনাই ঘটি থকা বিভিন্ন হত্যা-হিংসা আৰু নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ ৰাজ্যত স্থাপন হ’বলৈ গৈ আছে ফাষ্ট ট্ৰেক আদালত৷ বিগত কেইবাদিনৰপৰা ৰাজ্যত শিশু আৰু নাৰীৰ ওপৰত চলি থকা নানান নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য ঘটনাৰ পিছত অসমৰ ...

Read More »

আজি মহাবীৰ জয়ন্তী

নিউজ ডেস্ক,প্ৰথম খবৰ:সমগ্ৰ দেশৰ লগতে অসমতো আজি জৈন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে মহাবীৰ জয়ন্তী। অহিংসা পৰম ধৰ্মৰ বাণীৰে জৈন সম্প্ৰদায়ৰ লোকসকলে আজি মহানগৰীৰ মাজেৰে এক বৰ্ণিল শোভাযাত্ৰা উলিয়ায়।

Read More »