শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 10)

Author Archives: বৰ্ষাজ্যোতি দাস

হৰিনামে ধ্বনিৰে মুখৰিত খুমটাইৰ কবি সাহিত্যিক ললিত বৰুৱা সমন্বয় ক্ষেত্ৰ

প্ৰথম খবৰ,খুমটাই:হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী,শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি,আজি হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল খুমটাইৰ কবি সাহিত্যিক ললিত বৰুৱা সমন্বয় ক্ষেত্ৰ। অহা ২৭ আৰু ২৮ জানুৱাৰী ২০১৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ...

Read More »

বাংলাদেশলৈ অবৈধভাৱে চালানৰ উদ্দেশ্য অনা অতিৰিক্ত শিল ভৰ্তি ট্ৰাক জব্দ গোলকগঞ্জত

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত অতিৰিক্ত শিল কঢ়িওৱা নখন ট্ৰাক জব্দ। পশ্চিম বংগৰ পৰা গোলকগঞ্জৰ সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হৈ বাংলাদেশলৈ অবৈধভাৱে প্ৰেৰণ কৰাৰ উদ্দেশ্যে অতিৰিক্ত শিল কঢ়িয়াই অসমত প্ৰৱেশ কৰিছিল ট্ৰাক কেইখন। ট্ৰাক সমুহৰ নম্বৰ হ’ল AS 18C/ 2277,AS ...

Read More »

সিধাবাৰী হাই মাদ্ৰাছাৰ প্ৰতিবাদী সমদল

প্ৰথম খবৰ,মাটিয়া:সিধাবাৰী হাই মাদ্ৰাছা পৰিচালনা সমিতিৰ উদ্যোগত আজি মদ,ভাং,জুৱা, বাল্য বিবাহৰ বিৰুদ্ধে এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ মুঠ ১০খন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সহ সহস্ৰাধিক লোক উপস্থিত থাকে। হাতে হাতে প্লে কাৰ্ড লৈ মদ, ভাং,জুৱা আৰু বাল্য বিবাহ ...

Read More »

আৰক্ষী কনিষ্টবলৰ আত্মহত্যা

প্ৰথম খবৰ,জাগুন: বিগত বৰ্ষত ৩১ ডিচেম্বৰ তাৰিখে নিশা এন.আৰ.চি.ৰ প্ৰথমখন খচৰা তালিকাৰ নাম ঘোষণা কৰা প্ৰাক মূহুুৰ্তত কোনো যাতে হুুলস্থূলীয়া পৰিৱেশে বিৰাজ নকৰে তাৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত টিপং ৰংগমঞ্চত নিয়োগ কৰা হৈছিল আৰক্ষীৰ কামাণ্ডাৰ সহ একাংশ কনিষ্ঠবলক। পিছে আজি ২.৫০ ...

Read More »

ব‍্যৱসায়িক ভিত্তিত গঢ়ি উঠা ইংৰাজী বিদ্যালয়ৰ প্ৰসাৰণে অসমীয়া বিদ্যালয়লৈ সংকট আনিছে:ডঃ নগেন শইকীয়া

প্ৰথম খবৰ,দুলীয়াজান:বিভিন্ন কৰ্মক্ষেত্ৰত নিজস্ব ব্যক্তিত্ব পৰিচয় বহন কৰা দুলীয়াজানৰ অজয় ভট্টাচাৰ্য্য,ডঃ সত্যকাম বৰঠাকুৰ,প্ৰাঞ্জল কুমাৰ বৰুৱা আৰু প্ৰবীণ শইকীয়াৰ দৰে ব্যক্তিৰ জাতীয়তাবাদী ভাবসম্পন্ন চিন্তনত ছমাহ পূৰ্বে গঢ় লৈ উঠিছিল “প্ৰজ্ঞা ন্যাস”। এই “প্ৰজ্ঞা ন্যাস”ৰ উদ্যোগত মাতৃভাষাৰ মাধ্যমত বিজ্ঞানসন্মত শিক্ষাদান আৰু জাতীয় ...

Read More »

মদনপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰজত চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মণিয়েৰী গাঁ‌ৱৰ কৃতী শিক্ষক ৰজত চন্দ্ৰ শৰ্মাক আজি বুধবাৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত চৰকাৰীভাৱে বিদায় লোৱা ৰজত চন্দ্ৰ শৰ্মাই ১৯৭৮ চনতে তাৰাবাৰী বিদ্যালয়ত জড়িত হৈ পৰৱৰ্তী সময়ত ...

Read More »

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি:দিহিং-টিৰাপ সংগমস্থলীত কবিতাৰ দুপৰীয়া

প্ৰথম খবৰ,মাৰ্ঘেৰিটা:উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত ১৭-১৯ জানুৱাৰীত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। অধিবেশন উপলক্ষে প্ৰথমদিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে ৰূপকোঁৱৰ জ্যোতি ...

Read More »

বৰপেটাৰোডত আৰক্ষীৰ অভিযান:ডেৰ শতাধিক দুচকীয়া বাহন জব্দ

প্ৰথম খবৰ,বৰপেটাৰোড:বৰপেটাৰোড আৰক্ষীয়ে কালি সন্ধিয়া হঠাতে এক অভিযান চলাই ডেৰ শতাধিক দুচকীয়া বাহন জব্দ কৰে। মূলত যিসকল দুচকীয়া বাহন আৰোহীয়ে হেলমেট পৰিধান কৰা নাই,যিসকলৰ তাত প্ৰয়োজনীয় অনুজ্ঞা পত্ৰ নাই, বীমা নাই, ড্ৰাইভিং লেইচেঞ্চ নাই তেওঁলোকৰ বাহন সমূহ জব্দ কৰা হয় ...

Read More »

স্বচ্ছ ভাৰত অভিযানৰ বাৰ্তা লৈ ১৯খন ৰাজ্য ভ্ৰমি বৰপেটাৰোডত উপস্থিতি জয়দেৱ ৰাউত

প্ৰথম খবৰ,বৰপেটাৰোড:জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰতক ফলপ্ৰসূ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ সজাগতা সৃষ্টিৰ বাবে দেশ ব্যাপী চাইকেলৰ ভ্ৰমণ কৰি থকা পশ্চিমবঙ্গৰ হুগলিৰ জয়দেৱ ৰাউত যোৱা সোমবাৰে বৰপেটাৰোডত উপস্থিতি হয়। ...

Read More »

বড়োলেণ্ড টাইকোৱাডো প্ৰতিযোগিতাত বৰপেটাৰোড টাইকোৱাডো একাডেমীৰ ৭ টা পদক লাভ

প্ৰথম খবৰ,বৰপেটা ৰোড:কোকৰাঝাৰত তিতাগুড়িত অনুষ্ঠিত হোৱা বড়োলেণ্ড টাইকোৱাণ্ড প্ৰতিযোগিতাত বৰপেটা জিলাৰ বৰপেটাৰোড একাডেমীয়ে সাতটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈ বৰপেটাৰোডলৈ সুনাম কঢ়িয়াই আনে। বৰপেটাৰোড একাডেমীৰ ছাত্ৰ অৰূপ দাসে ২৩ কেজি শাখাত সোনৰ পদক ১৮ কেজি,২৫ কেজি, শাখাত ক্ৰমে কৃষ্ণা দাস,আৰু ...

Read More »