শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 2)

Author Archives: বৰ্ষাজ্যোতি দাস

ৰাজ্যত আকৌ সংঘটিত ধৰ্ষণৰ ঘটনা

নিউজ ডেস্ক,প্ৰথম খবৰ:ধৰ্ষণ অসমৰ জলন্ত সমস্যা ৰূপে পৰিগণিত হ’ব ওলাইছে। এটাৰ পিছত এটা ধৰ্ষণ কাণ্ড‌ই জোকাৰি গৈছে সমগ্ৰ অসম। আকৌ আজি সংঘটিত হৈছে এক নাৰকীয় ধৰ্ষণৰ ঘটনা সোণাপুৰৰ ক্ষেত্ৰীৰ ধুপগুৰি অঞ্চলত। পুলক ডেকা নামৰ এজন লম্পটে ধৰ্ষণ কৰে এটি ৬ ...

Read More »

ধৰ্ষণৰ প্ৰতিবাদত সমদল অসম শিল্পী সমাজৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:অতীজৰেপৰা ধৰ্ষণৰ সন্মুখীন হৈ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীসকল। বিভিন্ন ক্ষেত্ৰত ধৰ্ষণ তথা নাৰী নিৰ্যাতনক লৈ প্ৰতিবাদ হৈ আহিছে কিন্তু এই ঘটনা কমিবলৈ এৰি বাঢ়িছে। নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ পিছত যেন সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে, সঁচাকৈয়ে এক ...

Read More »

নতুন দিল্লীত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত

নিউজ ডেস্ক,প্ৰথম খবৰ:নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দিল্লীত উপস্থিত হয়। দিনৰ ১২.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব দুয়োগৰাকীয়ে। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়তো আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

Read More »

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি শুনানি

নিউজ ডেস্ক,প্ৰথম খবৰ:আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ কেইবাখনো জিলাৰ উপায়ুক্ত যেন প্ৰস্তুত নহয়। NRCৰ বাবে নিৰ্বাচন আয়োজন কৰাত অপাৰগতা প্ৰকাশ কৰিছে কেইবাখনো জিলাৰ উপায়ুক্তই। ইয়াকে লৈ তেওঁলোকে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰ প্ৰেৰণৰ পিছতে আদালতত লেখ আৱেদন কৰে নিৰ্বাচন ...

Read More »

ডিগবৈত ১৪ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:ক্ৰমাৎ যেন ক্ৰাইম য’নত পৰিণত হৈছে অসম। এটাৰ পিছত এটা ধৰ্ষণ তথা মৃতদেহ উদ্ধাৰে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। আজি আকৌ এটি মৃতদেহ উদ্ধাৰ হ’ল ডিগবৈৰ খৰজান পুলৰ ৰে’লপথৰ কাষত। উদ্ধাৰ হোৱা মৃতদেহটো ৰূপা মাঝিৰ জানিব পৰা গৈছে। ইতিমধ্যে ...

Read More »

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ:ভাৰতৰ নিৰ্বাচন আয়োগে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ১২ মে’ত ৰাজ্যখনত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ আৰু ২৪ মে’ত অনুষ্ঠিত হ’ব ভোট গণনা। ২২৪খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

Read More »

এইবাৰ ৰাজদ্বীপৰ গীতত একেলগে কণ্ঠদান কৰিলে ভৃগু-নীল-দীপলিনাই

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমৰ ৩ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ,নীল আকাশ আৰু দীপলিনা ডেকাই এটি বিশেষ গীতত একেলগে কণ্ঠদান কৰিছে। গীতটোৰ নাম-‘এতিয়া টেনচন নাই’। উল্লেখযোগ্য যে,এই গীতটো ২০১৮-১৯ বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ ‘বাউলী মোৰ প্ৰিয়া’ নাটখনৰ। গীতিকাৰ আৰু সুৰকাৰ জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ। ...

Read More »

সদনত আক্ৰমণাত্মক ৰূপ শিক্ষমন্ত্ৰীৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: যোৰহাট মহিলা বিশ্ববিদ্যালয়ক লৈ সদনত সৰব ডঃ হিমন্ত বিশ্ব শৰ্মা। তেওঁ আজি সদনত সদনত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি বিৰোধীক থকা-শৰকা কৰে। তেওঁ সদনত কয় যে,আমি বিশ্ববিদ্যালয়খন বচাবলৈহে বিচাৰিছোঁ, অচলাৱস্থাৰ বাবে জগৰীয়া তৰুণ গগৈ। “মই শিক্ষামন্ত্ৰী হৈ থাকতে আইনখন ...

Read More »

দৰঙৰ দেওমৰনৈত প্ৰৱল ধমুহা শিলাবৃষ্টি

প্ৰথম খবৰ,দেওমৰনৈ:দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ অঞ্চলত প্ৰবল ধুমুহা ও শিলাবৃষ্টি। লোজোৰা গাঁৱত দুকুৰিতকৈ অধিক লোক গৃহহীন হয়। ব্ৰয়লাৰ ফাৰ্ম,মন্দিৰ আদিয়ো তচনচ কৰিলে ধুমুহাই। ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি,কথমপি প্ৰাণ ৰক্ষা পৰিলএহাল দম্পতীৰ। ছিপাঝাৰৰ দেওমৰনৈৰ লোজোৰা গাঁৱত যোৱা নিশা হোৱা ...

Read More »

মুকালমুৱাত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,বৰক্ষেত্ৰী:মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰ বেগী ডি.আই এখনে নিয়ন্ত্ৰন হেৰুৱাই প্ৰচণ্ড খুণ্ডা মাৰে বিদ্যুতৰ খুটাত৷ বিদ্যুতৰ খুটা ভাঙি ডি.আই বাগৰিল পথৰ দাঁতিত৷ কথামপি প্ৰাণ ৰক্ষা পৰিল  এটা পৰিয়াল। গাড়ীখনৰ ভিতৰত থকা তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত ৷ আহত ব্যক্তিকেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি ...

Read More »