শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 20)

Author Archives: বৰ্ষাজ্যোতি দাস

দেশজুৰি সপ্তম দৰমহা আয়োগ ঘোষনাৰ দাবীত গ্ৰামীন ডাক সেৱক কৰ্মচাৰীৰ ছদিনীয়া কলা বেজ পৰিধান

প্ৰথম খবৰ,হাটশিঙিমাৰী:দেশৰ গ্ৰামীণ ডাক সেৱকৰ বাবে ভাৰত চৰকাৰে সপ্তম দৰমহা আয়োগ ঘোষণা নকৰাৰ প্ৰতিবাদত কালিৰ পৰা ছ-দিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিটো স্থানৰ গ্ৰামীণ ডাক সেৱকসকলে চৰকাৰৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰো ডেৰ সহস্ৰাধিক ...

Read More »

দুলীয়াজানত আছাৰ প্ৰতিবাদ:মন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিমূৰ্তি দাহ

প্ৰথম খবৰ,দুলীয়াজান:ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু নতুন মজুৰি চুক্তি ৰূপায়নৰ দাবীত আজি দুলীয়াজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই পুত্তলিকা দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুলীয়াজানৰ হুকূটা চাৰিআলিত দুলীয়াজান-তিনিচুকীয়া সংযোগী মূল পথত সংগঠনটোৱে শ্ৰমমন্ত্ৰী ...

Read More »

ছৈখোৱাত ৰন্ধন গেছ বিতৰকৰ মইমতালি:গেছ চিলিণ্ডাৰ লৈ ৰাইজ বহিল ৰাজপথত

প্ৰথম খবৰ,তালাপ:চৰকাৰে উজ্বালা আঁচনিৰ জৰিয়তে প্ৰতিটো ঘৰতে ৰন্ধন গেছৰ যোগান ধৰাৰ কথা ঘোষণা কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ ছৈখোৱাত দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ যোগান নোপোৱা ৰাইজে খালী চিলিণ্ডাৰবোৰ সন্মুখত লৈ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। প্ৰনিধানযোগ্য যে অঞ্চলটোৰ ...

Read More »

নলবাৰীত জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যলয়ত মদ জুৱাৰ আদ্দা:সাংবাদিকৰ অভিযানত জুৱাৰ আদ্দা এৰি জুৱাৰী কৰ্মচাৰীৰ ফৰিং চিটিকা

প্ৰথম খবৰ,নলবাৰী:নলবাৰী চহৰত থকা উত্তৰ কামৰূপ চক্ৰৰ,জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আৰু একে চৌহদতে থকা জলসিঞ্চন বৈদ্যুতিক উপ-সংমণ্ডলৰ  সহকাৰী কাৰ্য্যবাহী  অভিযন্তাৰ কাৰ্যালয়টো সম্প্ৰতি জুৱা খেলৰ আদ্দাস্থলীত পৰিণত হৈছে৷ আজি দুপৰীয়া একাংশ সাংবাদিকে বিভাগীয় কাৰ্যলয়টোত চলি থকা মদ জুৱাৰ আদ্দাটোত অতৰ্কিতে ...

Read More »

ধৰ্মপুৰত নলবাৰী জিলা সভাপতিৰ প্ৰতিমুৰ্তি দাহন 

প্ৰথম খবৰ,নলবাৰী:ধৰ্মপুৰ বিধান সভাৰ মিলন চ’ক পানীগাওঁত আজি নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ প্ৰতিমুৰ্তি দাহন কৰে একাংশ বিজেপি কৰ্মীয়ে৷ উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীত নলবাৰী চহৰত জিলা সভাপতি আৰু চহৰ খনৰ শিক্ষিত মহিলা পুস্পাঞ্জলী বৰ্মন দাসৰ মাজত এক দুৰ্ঘটনাক ...

Read More »

দক্ষিণ শালমাৰা জিলাৰ পৰা সীমা কৰ্তন কৰি ধুবুৰীৰ লগত চামিল কৰাৰ চক্ৰান্ত বিধায়ক ৱাজেদ আলিৰ: ৰাজ পথ অৱৰোধ কৰি আমছু,ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

হাটশিঙিমাৰীৰপৰা কবিৰ মণ্ডল, প্ৰথম খবৰ: কংগ্ৰেছ চৰকাৰৰ দিনত যোৱা প্ৰায় তিনি বছৰ পূৰ্বে অসম চৰকাৰে দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাক জিলা হিচাপে উন্নীতকৰণ কৰাৰ পিছৰে পৰা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলি চৌধাৰীয়ে বিৰোধিতা কৰাৰ অভিযোগ তুলি আজি দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা আমছু আৰু ...

Read More »

লংকাত যাত্ৰীবাহী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজনৰ

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ:লংকাৰ লালকোৱাটাৰত শনিবাৰে এক অঘটন সংঘটিত হয়। উজনিমুৱা জন শতাব্দী এক্সপ্ৰেছৰ খুন্দাত এজন ব্যক্তি থিতাতে নিহত হয়। নিহত লোকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ দ্বাৰা ব্যক্তিজন কৰিমগঞ্জ পাথাৰকান্দিৰ ধনঞ্জয় নমসুদ্ৰ বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত ...

Read More »

আজিৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা:পৰীক্ষাৰ্থীলৈ ছেবাৰ নতুন নিৰ্দেশনা

নিউজ ডেস্ক,প্ৰথম খবৰ: ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ প্ৰথমবাৰৰ বাবে ছেবাই আগবঢ়াইছে এক নতুন নিৰ্দেশনা৷ এই নিৰ্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীয়ে এইবেলি পৰীক্ষাত ক’লা চিয়াহী ব্যৱহাৰ কৰাটো ...

Read More »

৩০ বছৰ পিছত ফেচবুকৰ জৰিয়তে পৰিয়ালৰ খবৰ পাই শোকত ভাগি পৰিছে ওদালগুৰিৰ নিৰ্মল ৰাভাই

প্ৰথম খবৰ,বৰহাটঃ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে আজিৰ পৰা ৩০ বছৰ পূৰ্বে ওদালগুৰি ২নং চিঙ্গ গাঁৱৰ দহজন নিবনুৱা যুৱকৰ স’তে কৰ্ম সূত্ৰে এজন ঠিকাদাৰ নেতৃত্বত শিৱসাগৰ জিলাৰ মাইবেলালৈ আহিছিল ১২বছৰীয়া নিৰ্মল ৰাভাই। কাম শেষ হোৱাৰ পাছত যুৱক কেইজন ওদালগুৰিলৈ ঘূৰি যায়। ...

Read More »

বিটিএডিত ন’ বড়োলেণ্ডৰ দাবী

নিউজ ডেস্ক,প্ৰথম খবৰ:বিটিএডিয়ে পুনৰ উত্তাল পৰিবেশৰ কৰিছে পৃথক বড়োলেণ্ডৰ দাবীত। চিৰাঙৰ কাশীকোটাত এবছুৰ উত্তাল প্ৰতিবাদ। বিশাল প্ৰতিবাদী সমদল দেখা গ’ল কাশীকোটাৰ পৰা কাজল গাঁৱলৈ। এবছুৰ নেতৃত্বত বহু কেইটা দল সংগঠনে প্ৰতিবাদ কৰিছে। ন’ বড়োলেণ্ড ন’ ৰেষ্ট,ডিভাইড আছাম ৫০-৫০ ধ্বনিৰে উত্তাল ...

Read More »