শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 3)

Author Archives: বৰ্ষাজ্যোতি দাস

আজিৰে পৰা আৰম্ভ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশন:কাইলৈ কবি সন্মিলন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা:উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশন খনি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত আৰম্ভ হৈছে। পুৱা সংস্থাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰে। তাৰ ...

Read More »

শিৱসাগৰ নগৰৰ ৰাজপথত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদী সমদল আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা

প্ৰথম খবৰ,শিৱসাগৰ: আই চি ডি এছ আৰু এম ডি এম ত কাম কৰা কৰ্মচাৰী সকলক বিভাগীয় কৰ্মচাৰী হিচাবে স্বীকৃতি দিবলৈ দাবী জনাই আৰু আচনি ভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মাহিলী মজুৰি নূন্যতম ওঠৰ হাজাৰ টকা দিয়াৰ দাবী জনাই বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ ...

Read More »

গোলকগঞ্জত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়ামাৰী সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা। জানিব পৰা মতে,অসমৰ পৰা পশ্চিম বংগ অভিমুখে গৈ থকা এ এছ ০১ ডিডি ০৬৪৫ নম্বৰৰ বাৰ চকীয়া মালবাহী ট্ৰাক এখন ...

Read More »

বাংলাদেশী আমদানিয়ে ব্ৰজাঘাট কৰিব ৰূপকোঁৱৰৰ চিন্তা-দৰ্শন:ৰিপুন বৰা

প্ৰথম খবৰ,বৰগাং:আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱক সুঁৱৰি ৰাজ্য জুৰি পালন কৰা হৈছে শিল্পী দিৱস৷ শতিকাৰ মহান অসমীয়া তথা জাতি সংস্কৃতিৰ অক্ষয় বন্তি স্বৰূপ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে সম্বন্বয়-সংস্কৃতি অনিৰ্বাপিত এগছি বন্তি৷ যি গছ বন্তিৰ আলোকত ...

Read More »

দালাঙত ফুটবল খেল প্ৰতিযোগীতাৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ চাংসাৰিৰ সমীপৱৰ্তী দালাংস্থিত দালাং হাইস্কুল খেলপথাৰত কালিলৈ ১৮ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা নৰেন্দ্ৰ নাথ সোঁ‌ৱৰণী ফুটবল খেল প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছে। দালাঙৰ দালাং নৱ-যুৱক কৃষ্টি সংঘই এই প্ৰতিযোগিতা খনিৰ আয়োজন কৰিছে। উদ্যোক্তা কমিটিয়ে এই খেলৰ প্ৰথম ...

Read More »

চামগুৰিৰ ব্ৰহ্মচাৰী সত্ৰত অজগৰ উদ্ধাৰ

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মচাৰী সত্ৰত আজি প্ৰায় আঠ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ সাপ উদ্ধাৰ হয়৷ জানিব পৰা মতে,ব্ৰহ্মচাৰী সত্ৰৰ কলং নদীলৈ যোৱাৰ পথৰ সমীপত আজি দিনৰ প্ৰায় এঘাৰ মান বজাত ৰফিকুল ইছলাম নামৰ যুৱকজনে অজগৰ সাপ ডাল ...

Read More »

নগাঁৱত ট্ৰাইবেল সংঘৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,নগাঁও:ৰাজ্যখনৰ ট্ৰাইবেল বেল্ট আৰু ব্লক সমুহৰ পৰা সন্দেহ যুক্ত নাগৰিক সকলক উচ্ছেদ কৰি ব্লেল্ট আৰু ব্লক সমুহ বেদখল মুক্ত কৰা,জনজাতি সংৰক্ষিত ১২,১৫৫টা বেকলক পদ পূৰণ কৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি নগাঁও জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত নগাঁও জিলা উপায়ুক্তৰ ...

Read More »

নাজিৰাত সদৌ অসম ভাওনা সমাৰোহ ২০১৮ আৰম্ভ

প্ৰথম খবৰ,শিমলুগুৰি:শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী বুদবাৰী সত্ৰৰ চানবছা গাঁৱৰ পথাৰত ৬ দিনীয়া (১৭,১৮,১৯,২০,২১ আৰু ২২জানৱাৰী ২০১৮) কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ৷ কপিধ্বজৰ উদ্যোগত আৰু বৃহত্তৰ নাজিৰা মহকুমাবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী বুদবাৰী ...

Read More »

দুলীয়াজানত শিল্পী দিৱস

প্ৰথম খবৰ,দুলীয়াজান:ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰি ৰাজ্যৰ বিভিন্ন স্হানত শিল্পী দিবস উদযাপন কৰাৰ লগতে তৈলনগৰী দুলীয়াজানতো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয় এই দিৱস। এই উপলক্ষে দুলীয়াজান সাহিত্য সভাৰ উদ‍্যোগত উত্তৰণ কবি চক্ৰ,দুলীয়াজান শাখা লেখিকা সংস্থা,লেখিকা সমাৰোহৰ সহযোগত দুলীয়াজান সাহিত্য সভা ভৱনৰ ...

Read More »

ৰূপহীহাটত এন আৰ চিক লৈ চক্ৰ বিষয়াৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত সংখ্যালঘু নেতা:আৰক্ষী থানাত গোচৰ

প্ৰথম খবৰ,নগাঁও: সমগ্ৰ ৰাজ্যজুৰি এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে সমগ্ৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰি অবৈধ অনুপ্ৰবেশকাৰীক স্বদেশী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে এগৰাকী সংখ্যালঘু সংগঠনৰ কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে। সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অবুবক্কৰ ...

Read More »