শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 30)

Author Archives: বৰ্ষাজ্যোতি দাস

বিহালীৰ বৰগাং নদীৰ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ,বৰগাং:আজি বিহালীৰ বৰগাং নদীৰ ভয়াবহ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ দাবীত গৰাখনীয়া প্ৰতিৰোধ সমিতি বৰভীলৰ সভাপতি টিপু কূৰ্মী,সম্পাদক মুকেশ চামচীৰ স্বাক্ষৰিত স্মাৰক পত্ৰ স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্তলৈ এক চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰক ...

Read More »

ৰূপান্তৰৰ শিল্পী সন্মান:বঁটা ঘোষণা

প্ৰথম খবৰ,ননৈ:নগাঁৱৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান ৰূপান্তৰে আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ‘ৰূপান্তৰ শিল্পী সন্মান (২০১৭)’। এইবেলি ৰূপান্তৰ শিল্পী সন্মান প্ৰদান কৰা হ’ব নাট্যকাৰ পৰিচালক অজিত বৰঠাকুৰক। ৰূপান্তৰ ‘নটসঙ্গীত শিল্পী সন্মান’ প্ৰদান কৰা হ’ব দ্বীপ শৰ্মাক আনহাতে ক্ৰীড়াৰ ক্ষেত্ৰত ‘ক্ৰীড়াঙ্গন ...

Read More »

নগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

প্ৰথম খবৰ,নগাঁও: নগাঁও চহৰৰ ভূঞা পট্টিত আজি দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ নিতুল দাস (২৭) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, AS01DH4285 নম্বৰৰ দূৰ্তবেগী স্কুটিখনে বিপৰীত দিশৰ পৰা ...

Read More »

বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়লৈ চৰকাৰৰ এক কোটি টকাৰ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:গুৰুজনাৰ নামৰে স্থাপিত বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে এক কোটি টকাৰ এক সাহাৰ্য। উক্ত ধনৰাশিৰে হ’ব লগা আন্তঃগাঠণি উন্নয়নকাৰ্যৰ আজি শুভাৰম্ভণি কৰে বটদ্রৱাৰ বিধায়িকা আঙুৰলতা ডেকাই।উচ্চ শিক্ষাৰ অনুষ্ঠানটিৰ ...

Read More »

ডিগবৈত ধন পুৰস্কাৰ মেলাৰ সামৰণিঃচামডাং চাহ বাগিছাত সৰ্বাধিক ১ কোটি ৮০ লাখ টকাৰ মজুৰি পত্ৰ বিতৰণ

প্ৰথম খবৰ,পেঙেৰী:বেংকত একাউণ্ট খোলাৰ লগতে নগদ লেন দেনৰ বিপৰীতে বেংক যোগে লেন দেন কৰাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ চাহ বাগিছাসমূহত ৰূপায়িত কৰা চাহ বাগিছা ধন মেলাই তুংগত আৰোহন কৰিছে তিনিচুকীয়া জিলাত৷ যোৱা ২ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ...

Read More »

বিহালীত ধাৰাবাহিক সন্ত্ৰাস অব্যাহত বন্যহস্তীৰ

প্ৰথম খবৰ,বৰগাং:বিহালীত ধাৰাবাহিকভাৱে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস৷ সংৰক্ষিত বিহালী বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ দলে ক্ৰমাৎ ধাৰণ কৰিছে সংহাৰী ৰূপ৷ বিগত দিনসমূহৰ দৰে যোৱা নিশা প্ৰায় ৫০ জনীয়া বন্যহস্তীৰ দল এটাই বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলী গাঁৱত ...

Read More »

ৰঙিয়াত ছাত্ৰ নেতা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ,ৰঙিয়া:ৰঙিয়া চেপ্টিত সেনা বাহিনীৰ দ্বাৰা পৰিচালিত ৰেডহৰ্ণ পাব্লিক স্কুলখন সেনাই বন্ধ কৰিদিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বিদ্যালয় খনৰ পাঁচ গৰাকী শিক্ষয়ত্ৰীৰ লগতে এজন ছাত্ৰ নেতাক আটক কৰাৰ প্ৰতিবাদত আজি বৃহৎ প্ৰতিবাদী ৰাইজে ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰে। আজি পুৱাৰ ভাগত বৃহৎ ...

Read More »

এনডিএফবিৰ প্ৰশিক্ষণ ল’বলৈ যোৱা যুৱকক আটক

প্ৰথম খবৰ,সোণাৰি:চৰাইদেউৰ জিলাৰ সোণাৰিৰ সাপেখাতীৰ পৰা আটক ছয় এনডিএফবি(এছ)ৰ হৈ নগালেণ্ডলৈ প্ৰশিক্ষন ল’বলৈ যোৱা যুৱক। সেনাৰ অভিযানত আটক এই ধৃত ছয় যুৱক। যুৱক কেইজন হল ক্ৰমে চিৰাং জিলাৰ যোচেফ নাৰ্জাৰী(২২),ৰিপূণ নাৰ্জাৰী(২১),ফাঙ্গু নাৰ্জাৰী(২৩),দুমুলূ নাৰ্জাৰী(২৩),কোকৰাঝাৰৰ সোমনাথ বসুমতাৰী(২৪) আৰু সোণিতপূৰৰ বোধিয়া দৈমাৰী(১৮)। সম্প্ৰতি ...

Read More »

সোণাৰিত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ,সোণাৰি:সোণাৰি চফ্ৰাইত উত্তপ্ত পৰিস্থিতি। দাদাগিৰিত লিপ্ত বিজেপি নেতাক প্ৰহাৰ স্থানীয় ৰাইজৰ। AS04P 4100 নম্বৰৰ ব’লেৰ গাড়ী খনো ভাঙি চূৰমাৰ। মাহমৰাৰ বিধায়ক যোগেন মহনৰ ঘনিষ্ঠ সুৰেশ ফুকন আৰু নয়ন চেতিয়াৰ প্ৰাণ ৰক্ষা কৰে আৰক্ষীয়ে। এজন ডামপাৰৰ ড্ৰাইভাৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ ...

Read More »

মৰিয়নিত শক্তিমন্ত্ৰী পল্লব লোচন দাস:খবৰ লয় আটচাৰ শ্বহীদৰ পৰিয়ালবৰ্গৰ

প্ৰথম খবৰ,মৰিয়নি:আজি  শক্তি ও শ্ৰম মন্ত্ৰী পল্লব লোচন দাস  মৰিয়নিত উপস্থিত হয় সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পঞ্চ শ্বহীদৰ ঘৰত। শ্বহীদৰ পৰিয়ালবৰ্গৰ লগ কৰি  আবেগিক হৈ পৰে মন্ত্ৰী গৰাকী। উল্লেখ্য যে ১৯৮৮ চনৰ ৭জুন তাৰিখে আটচাই আহ্বান জনোৱা ২৪ ...

Read More »