শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 4)

Author Archives: বৰ্ষাজ্যোতি দাস

উদূলি-মুদুলী চতিয়াৰ পদূলি:অসমৰ প্ৰথমখন মুকলি বিহুৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি

প্ৰথম খবৰ,চতিয়া:এতিয়া উদুলি-মুদুলি চতিয়াৰ পদূলি৷ কাৰণ সদৌ চতিয়া সাৰ্ব্বজনীন মাধুৰী আঁহতৰ মুকলি বিহু মেলাৰ এইবাৰ শতবৰ্ষ৷ সেইবাবেই মাঘৰ পৰা ব’হাগলৈ আৰম্ভ হৈছে শতবৰ্ষৰ বৰ্ণিল পৰিক্ৰমা৷ স্থানীয় বিধায়ক পদ্ম হাজৰিকাক সভাপতি,মৃণাল গোস্বামী আৰু পুষ্প বৰাক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে ...

Read More »

চেঙাত আছু-ঐক্য সন্মিলনৰ শিল্পী দিৱস উদযাপন

চেঙাৰ পৰা মইদুল ইছলাম,প্ৰথম খবৰ:সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ চেঙাতো আজি চেঙা আঞ্চলিক ছাত্ৰ সন্থাই শিল্পী দিৱস উদযাপন কৰে। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপম পাঠকে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰাৰ পাছত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দশৰথ তালুকদাৰে শ্বহীদ ...

Read More »

গুৱাহাটীত আজিৰে পৰা মুখ্যমন্ত্ৰী ট্ৰফী চাহ বাগিছা ফুটবল প্ৰতিযোগিতা আৰম্ভ

প্ৰথম খবৰ,পেঙেৰী:ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে চাহ বাগিছাৰ যুৱকসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী চাহ বাগিছা ফুটবল প্ৰতিযোগিতাৰ আজি শুভ উদ্ধোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী ...

Read More »

জাজৰি শিমলুতলৰ ভোগালী উৎসৱত ভাগৱত পাঠ

প্ৰথম খবৰ,জাজৰি: নগাঁও জিলাৰ জাজৰি শিমলুতলত অনুষ্ঠিত ভোগালী উৎসৱত অাজিৰ পৰা তিনিদিনীয়াকৈ ভাগৱত পাঠৰ অায়োজন কৰিছে। তেঁওলোকে ভেলাঘৰৰ মাদকতা খানা খাই শেষ কৰা নাই। শিৱদৌলৰ অাৰ্হিত নিৰ্মাান কৰা ভেলাঘৰত অাজিৰ পৰা অাৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠৰ অাজি পুৱা ধৰ্মধ্বজা উত্তোলন ...

Read More »

নলবাৰীৰ নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱৰ শুভাৰম্ভ

প্ৰথম খবৰ,নলবাৰী:নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ নানকাৰ ভয়ৰ গাওঁৰ গৌৰৱোজ্বল বৰ্ণময় অতীতক লৈ বৰ্তমানক সামৰি আজিৰে পৰা আৰম্ভ হৈছে ‘নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱ’। ইয়াৰ লগত সংগতি ৰাখি ৰুপজৌতি যুৱক সংঘৰ উদ্যোগত শিল্পী দিৱস ও উদযাপন কৰা হয়। কাৰ্যসূচী মতে পুৱা নানকাৰ ...

Read More »

নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ভৱন উদ্বোধন

প্ৰথম খবৰ,নলবাৰী:আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি হৰেকৃষ্ণ মেধিয়ে পৰিষদৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে নলবাৰী ছহিদ মাৰ্কেট পথত স্থাপন কৰা নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে ...

Read More »

লাকুৱাত ৰূপকোঁৱৰৰ সাংস্কৃতিক প্ৰকল্প উম্নোচন

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:আজি শিল্পী দিৱস৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে শিল্পী দিৱস৷ অন্য প্ৰান্তৰ লগতে লাকুৱাতো উদযাপন কৰা হৈছে শিল্পী দিৱস৷ দুদিনীয়া কাৰ্যসুচীৰে শিৱসাগৰ জিলা ধিতাইপুখুৰীত নটৰাজন বিদ্যালয়ৰ উদ্যসগত আয়োজন কৰা শিল্পী দিৱসৰ মঙ্গলবাৰে প্ৰথমদিনা সন্ধ্যা এক সাংস্কৃতিক অনুস্থান ...

Read More »

পশ্চিম কাৰ্বি আংলঙৰ মুগাচঙত শাৰীৰিকভাৱে অক্ষম ছাত্ৰৰ প্ৰচেষ্টাত জ্যোতি শিশু পুস্তকালয় নামাকৰণেৰে গ্ৰাম্য পুস্তকালয় উন্মোচন

প্ৰথম খবৰ,খেৰণি:শাৰীৰিকভাৱে অক্ষম হোৱাৰ পাছতো প্ৰতিটো সমস্যা আৰু বাধাক প্ৰত্যাহ্বান জনায় জীৱন সংগ্ৰামত এক ব্যতিক্ৰমী পদক্ষেপেৰে জয়ৰ লগতে সফল হ’বলৈ আৰু শলাগ বুটলিবলৈ সক্ষম হোৱা বহু গুণৰ অধিকাৰী এজন যুৱক হৈছে পশ্চিম কাৰ্বি আংলঙৰ মুগাচং গাঁৱৰ নাৰায়ণ ভাণ্ডাৰী। সৰুতে মেলেৰিয়া ...

Read More »

জনসাধাৰণক কন্দুৱাইছে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিয়ে

নিউজ ডেস্ক,প্ৰথম খবৰ:একেৰাহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণৰক চিন্তিত কৰি তুলিছে। কিছুদিনৰ পূৰ্বে ভাৰত চৰকাৰে তৈল জাত সামগ্ৰী মূল্য জি এছ টি লৈ অনাৰ কথা কৈছিল যদিও এই বিষয়ত ৰাজ্য চৰকাৰে এতিয়ালৈকে সন্মত আগবঢ়োৱা নাই। এইটো সময়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত ...

Read More »

দেওমৰনৈত শিল্পী দিৱস পালন

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলা নেহৰু যুৱ কেন্দ্ৰৰ পৃষ্ঠপোষকতাত দেওমৰনৈৰ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতি এনজিঅৰ উদ্যোগত দেওমৰনৈ সংগীত মহাবিদ্যালয় আৰু দেওমৰনৈ সাহিত্য সভাৰ যুটীয়া সহযোগত আজি দেওমৰনৈ সংগীত মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত কৰা শিল্পী দিৱসৰ ৰাতিপুৱা বন্তি প্রজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে দেওমৰনৈ সাহিত্য ...

Read More »