শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 5)

Author Archives: বৰ্ষাজ্যোতি দাস

দৰঙৰ মংগলদৈ চপাইত অসমীয়া চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পাৰ্শ্বৱতী চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰাংগনত ২১ মাৰ্চ তাৰিখে সুৰভী এন্টাৰপ্ৰাইজ প্ৰযোজিত অসমীয়া পূৰ্নদৈৰ্ঘৰ চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত সম্পূৰ্ণ হয়। সাহিত্যিক মনিকুন্তলা ভট্টাচাৰ্য্যৰ ‘বাহী’ উপন্যাসখনৰ কাহিনীৰে নিৰ্মাণ হ’বলগীয়া এই চলচ্চিত্ৰ খনৰ মহুৰত অনুষ্ঠানত সহযোগী ...

Read More »

মহিলা বিশ্ববিদ্যালয় বন্ধৰ বিৰোধীতাত নগাঁৱত তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ,ননৈ: উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় বন্ধ হ’ব। পৰিৰ্বতন জয় গান গোৱা চৰকাৰৰ হঠাকালিন সিদ্ধান্তৰ বাবে বন্ধ হোৱাৰ দিশে গতি কৰিছে মহিলা বিশ্ববিদ্যালয়ে। যাক লৈ সমগ্ৰ অসম জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ঠায়ে ঠায়ে চলিছে প্ৰতিবাদ। আজি নগাঁৱতো মহিলা ...

Read More »

পূব চাফাকামাৰত সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ ১০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

প্ৰথম খবৰ, বৰপেটাৰোড:আজিৰ দিনটোতে ফাকিৰাগ্ৰাম কোকৰাঝাৰ ত বি টি চি নাথ যোগী ছাত্র সন্থানামৰ সংগঠনটোৰ জন্ম হৈছিল,সেই উপলক্ষে আজি গোৱৰ্ধনাৰ পূৱ চাফাকামাৰ (নাথ পাৰাত) বাগছা জিলা নাথ যোগী ছাত্ৰ সন্থা ৰ সহযোগত ১০ তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে ...

Read More »

কাৰ্বি ছাত্ৰ সংস্থাৰ প্ৰতিবাদৰে উত্তাল কাৰ্বি পাহাৰ

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:কাৰ্বি ছাত্ৰ সংস্থাৰ প্ৰতিবাদৰে এইবাৰ উত্তাল হ’ল কাৰ্বি পাহাৰ। বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ লগতে দুৰ্নীতি, অসমাজিক আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি অহা পাহাৰীয়া জিলাখনৰ অন্যতম সংগঠন হৈছে কাৰ্বি ছাত্ৰ সংস্থা। আৰু এই কাৰ্বি ছাত্ৰ সংস্থাই এইবাৰ ...

Read More »

শিৱসাগৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি লোহা উদ্ধাৰ:জালত পৰিল পৰেশ দাস

প্ৰথম খবৰ,শিৱসাগৰ:অ’এনজিচিৰ লোহা চোৰৰ ঘাটিত পৰিণত জয়সাগৰত শিৱসাগৰ আৰক্ষীৰ অতৰ্কিত অভিযান৷ অভিযানকালত লোহা চোৰ ইফটিকাৰৰ গুদাম আৰু পৰেশ দাসৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি লোহা৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত আটক পৰেশ দাস৷ লোহা চোৰৰ ঘাটিত পৰিণত শিৱসাগৰৰ জয়সাগৰত ...

Read More »

২৩ মাৰ্চত ডিব্ৰুগড়ত গণ সমাৱেশ

প্ৰথম খবৰ,লাহোৱাল:অহা ২৩ মাৰ্চ তাৰিখে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা,আদিবাসী ছাত্ৰ সন্থা,অসম চাহ মজদুৰ সংঘকে ধৰি অসমৰ সমূহ চাহ জনগোষ্ঠী আদিবাসী সংগঠনৰ উদ্যোগত বিশাল গণ সমাৱেশ আয়োজন কৰা হৈছে। অসমৰ চাহ জনগোষ্ঠী লোকসকলক খিলঞ্জীয়া নহয় বুলি একাংশ ...

Read More »

ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই হাৰাশাস্তি,

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা,প্ৰথম খবৰ:গোৱালপাৰা জেলত আৱদ্ধ ২৫০ গৰাকী ’ডি” ভোটাৰে আৰম্ভ কৰা আমৰণ অনশনৰ ঘটনাত গভীৰ উদ্ভেগ প্ৰকাশ কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ বি টি এ ডি ক্ষেত্ৰীয় সমিতিয়ে৷ সমিতিৰ সভাপতি গোপাল ঘোষে আজি প্ৰেৰন কৰা এক বিজ্ঞপ্তিত ...

Read More »

পশ্চিম কাৰ্বি আংলঙত সলিল সমাধি হোৱা দুই কিশোৰীৰ পৰিয়াললৈ আর্থিক সাহাৰ্য

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙত সলিল সমাধি হোৱা দুই কিশোৰীৰ পৰিয়াললৈ আর্থিক সাহাৰ্য প্ৰদান কৰে আজি কাৰ্বি আংলং সায়ত্ত্ব শাসিত পৰিষদ চৰকাৰে। যোৱা সোমবাৰে দুৰ্ভাগ্যক্ৰমে পুখুৰীত পৰি অকাল মৃত্যু হোৱা কিশোৰী দুগৰাকীৰ দুই পৰিয়াললৈ এককালীনভাৱে নগদ ১ লাখ টকা ...

Read More »

নাজিৰাত ড্ৰাগছ সেৱনকাৰী ধৃত

প্ৰথম খবৰ,নাজিৰা: নাজিৰা গুৰুকুল বিদ্যালয়ৰ সমীপৰ দিখৌ নদীৰ কাষত ড্ৰাগছ সেৱন কৰ থকা অৱস্থাত এজন যুৱক আৰক্ষীৰ জালত। আটকাধীন যুৱকজন শিৱসাগৰ বাবুপট্ৰিৰ ফাৰহাজ ৰহমান হাজৰিকা। তৌফিক আহমেদ নামৰ আন এজন যুৱক ড্ৰাগছ সেৱনকাৰী যুৱক বাইক লৈ পলায়ন। বৰ্তমান আৰক্ষীয়ে অভিযান ...

Read More »

অসম মহিলা বিশ্ববিদ্যালয়ৰ বন্ধ কৰাৰ প্ৰতিবাদত ডিগবৈ মহাবিদ্যালয় আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

প্ৰথম খবৰ,ডিগবৈ: অসম মহিলা বিশ্ববিদ্যালয়ক লৈ ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে ডিগবৈত উত্তাল প্ৰতিবাদ। ডিগবৈ মহাবিদ্যালয়ৰ আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শ্লগানেৰে উত্তাল কৰি ৩৮ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰে। দুয়োখন মহাবিদ্যালয়ৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা কৰি ডিগবৈ ...

Read More »