শেহতীয়া
Home / Author Archives: বৰ্ষাজ্যোতি দাস (page 81)

Author Archives: বৰ্ষাজ্যোতি দাস

অনা-অসমীয়া বণিয়াক মাটি বিক্ৰী কৰিবলৈ দিয়া নহ’ব:অসম প্ৰেমী যুৱ সমাজ

প্ৰথম খবৰ ,জাঁজী: যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ বৃহৎ পৰিমাণৰ কৃষি ভূমি খিলঞ্জীয়া দুখীয়া কৃষকক উচ্ছেদ কৰি অনা অসমীয়া বণিয়াই বিক্ৰীৰ ষড়যন্ত্র কৰা কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম প্ৰেমী যুৱ সমাজ,অসমে।  সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে সংবাদ মাধ্যমলৈ আজি প্ৰেৰণ ...

Read More »

দেওমৰণৈৰ কৃষকৰ মনত দুখ

প্ৰথম খবৰ,দেওমৰণৈ: বানপানীয়ে সমগ্ৰ ৰাজ্যতে ৰাইজক দিক বিদিক হেৰুৱাই পেলোৱাৰ সময়তে আনফালে শাওণৰ পথাৰত মেলিছে ছিৰাল ফাট । দৰং আৰু কালাইগাওঁ সীমামুৰীয়াৰ ভূড়াৰগড় গাওঁ পঞ্চায়তৰ সীমামূৰীয়া বাঘৰবাৰী গাওঁৰ বৰপথাৰত যদিও নিচেই ওচৰতে সাত বছৰ পূৰ্বে নিৰ্মাণ হোৱা জলসিঞ্চন বান্ধ এটি ...

Read More »

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বি এডৰ শিক্ষা ব্যৱস্থাৰ সংশোধনৰ

প্ৰথম খবৰ, চিচিবৰগাঁও: লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জড়িত থকা বি এডৰ শিক্ষা ব্যৱস্থা সংশোধনৰ দাবী তুলিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে। অসম চৰকাৰে শিক্ষা ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি বি এড শিক্ষা বাধ্যতামূলক বুলি চিঞৰি থকা শিক্ষা ...

Read More »

কচুৱাত ডকাইত আটক

প্ৰথম খবৰ, কামপুৰ : কামপুৰ আৰু কচুৱা আৰক্ষীৰ অভিযান । অভিযানত তিনিটা দূৰ্ধৰ্ষ ডকাইত আটক । আটকাধীন ডকাইত কেইটা বিলাল উদ্দিন, ছফিকুল ইছলাম আৰু বুলবুল হুছেইন। ধৃত ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক, দুই জাই সজীৱ গুলী,এখন ডেগাৰ আৰু ...

Read More »

ছাত্ৰ সন্ধানহীন

প্ৰথম খবৰ,গোগামুখ: গোগামুখ মহৰিকেম্পৰ ‘ডাইমণ্ড মিচন ” বিদ্যালয়ৰ ছাত্ৰ সন্ধানহীন ৷ বিদ্যালয়ৰ হোষ্টেলত থকা দেৱ দাস নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজন শুক্ৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে ৷ ৯৫৭৭৯১৮২৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দেউতাক লক্ষণ দাসে ৷

Read More »

লামডিং ৰে’ল ডিভিচনত মালবাহী ৰে’ল দুৰ্ঘটনা

প্ৰথম খবৰ লামডিং-—- শুক্ৰবাৰ ৰাতি লামডিং ৰেল ডিভিশ্যনৰ হাবাইপূৰ আৰু লামচাখঙ ৰেল ষ্টেচনৰ মাজত মালবাট্ৰেইন ৰে’ল দুৰ্ঘটনাগ্ৰস্থ হয়। যাৰ ফলত বহু সময় ধৰি বিভিন্ন স্থানত আবদ্ধ হৈ আছিল নে বহু ট্ৰেইন।কামৰূপ এক্সপ্ৰেছ ট্ৰেইন হাওই পুৰত,গুৱাহাটী শিলচৰ ট্ৰেইন হোজাইত আবদ্ধ হৈ ...

Read More »

কপিলী দলঙে জ্বলা কলা খুৱাইছে জনসাধৰণক

প্ৰথম খবৰ, কামপুৰ:নগাওঁ আৰু পশ্চিম কাৰ্বি আংলং জিলাক সংযোগ কৰা এখন দলং । বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ কপিলী নৈ ওপৰত থকা অতি দুৰ্বল দলং খনে জ্বলা কলা খুৱাইছে ৰাইজক ।তথাপিও কাণষাৰ নাই বুলি অভিযোগ উত্থাপিত কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ ...

Read More »

অসম বন্ধৰ ভুৱা প্ৰচাৰ

প্ৰথম খবৰ, নাওবৈচা: শনি বাৰে আমছুৰ অসম বন্ধ এটা ভুৱা প্ৰচাৰ৷ আমছু তৰফৰ পৰা কোনো বন্ধ ঘোষণা কৰা হোৱা নাই বুলি আমছুৰ সভাপতি আজিজুৰ ৰহমানে জানিব দিয়াৰ লগতে সকলো সদস্যক এই কথা ৰাইজক অবগত কৰিবলে জনাইছে৷ আমছুক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি ...

Read More »

হেপ্পী বাৰ্থডে কাজল

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ৯০ শতিকাৰ যুৱ প্ৰজন্মক প্ৰেমৰ সংজ্ঞা শিকোৱা অভিনেত্ৰী কাজলৰ আজি জন্মদিন। ৪৩ বছৰীয়া হ’ল কাজল। নিজৰ অভিনয় আৰু সৌন্দৰ্যতাৰ ক্ষেত্ৰত বলীউদৰ আন অভিনেত্ৰীতকৈ পৃথক কাজল। মাগুৰ বৰণীয়া কাজলে বলীউদত ১৯৯২ চনত প্ৰথম খোজ দিছিল। তেতিয়া ...

Read More »

লিডুত বোমাতংক

প্ৰথম খবৰ, লিডু: লিডু স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বোমাতংকই প্ৰায় সাত ঘন্টা সময় আতংকিত কৰি ৰাখে লিডু বাসীক । লিডু ৰেল স্টেচনৰ সমীপস্থ বজাৰৰ পাঞ্জাৱ নেচনেল বেংকৰ কাষত পুৱা প্ৰায় ৯ মান বজাত এখন দোকানৰ বাৰাণ্ডাত এটি পৰিত্যক্ত মোনা প্ৰত্যক্ষ ...

Read More »