শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 140)

Author Archives: Chakradhar Barkakati

পঞ্জাৱৰ মহালীত বিস্ফোৰণ

স্পোটৰ্চ ডেস্ক, প্ৰথম খবৰ: আজি পঞ্জাৱৰ মহালীত এটি মহাবিস্ফোৰণ হয়। এই বিস্ফোৰণ কিন্তু কোনো সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ নহয়। এই বিস্ফোৰণ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৰহিত শৰ্মাৰ৷ উল্লেখযোগ্য যে পঞ্জাৱৰ মহালীত পে. টি. এম শৃংখলাৰ খেল অনুষ্ঠিত হয় আৰু উক্ত ...

Read More »

বগীধলা চাহবাগিচাত মালিকৰ গুলীচালনা

প্ৰথম খবৰ,মুৰফুলনি: গোলাঘাট জিলাৰ মৰঙিৰ বগীধলা চাহ বাগিচাত শ্ৰমিকে প্ৰাপ্য ধন বিচৰাত মালিক পক্ষই ধাৰাসাৰ গুলীবৰ্ষণ কৰে শ্ৰমিকৰ ওপৰত। গুলিওৱাৰ ফলত ১৩ জন শ্ৰমিক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান আহতসকলক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Read More »

কয়লা কেলেংকাৰীত গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়া

নিউজ ডেস্ক,প্ৰথম খবৰ:  চি বি আইৰ এখন বিশেষ আদালতত দিয়া ৰায়দানে দোষী সাব্যস্ত কৰিলে কয়লা কেলেংকাৰীত জড়িত হৈ বিভিন্ন অনৈতিক কাৰ্য্য কৰা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়াক। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীজনৰ প্ৰধান সম্পাদক অশোক কুমাৰ বসু আৰু প্ৰাক্তন সচিব এছ্চি গুপ্তাকো ...

Read More »

ভগৱানৰ জীয়ৰী চাৰা হব আম্বানীৰ বোৱাৰী

নিউজ ডেস্ক, প্ৰথম খবৰ:  ভাৰতীয় ক্ৰিকেটাৰ কোহলি আৰু বলীউডৰ অভিনেতী অনুষ্কা শৰ্মাৰ বিবাহ হৈ যোৱাৰ পিছতে আনফালে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ পুত্ৰী চাৰা টেণ্ডুলকাৰ অতিশীঘ্ৰে বিবাহ হব বুলি চৰ্চা চলি আছে। কিছুদিনৰ পিছত বলীউডত ভৰি দিব চাৰা টেণ্ডুলকাৰে যদিও তাই ...

Read More »

বেডমিণ্টন প্ৰিমিয়াৰ লীগৰ উদ্বোধনী খেল গুৱাহাটীত

নিউজ ডেস্ক,প্ৰথম খবৰ:  আন্তঃৰাষ্ট্ৰীয় টি-টুৱেণ্টী মেচ, বিশ্ব বক্সিং চেম্পিয়নশ্বীপ আৰু হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ পিছত এইবাৰ গুৱাহাটীত অনুুষ্ঠিত হব বেডমিউণ্টন প্ৰিমিয়াৰ লীগ৷ তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হবলগীয়া এই লীগত প্ৰথম বাৰৰ বাবে অংশ লব ‘নৰ্থ-ইষ্ট-ৱাৰিয়ৰ্ছ’ দলে৷ ভাৰতৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত ...

Read More »

টেলিভিচনত কণ্ডমৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা বিজেপিৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কণ্ডমৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে BJP চৰকাৰে। টেলিভিছন পৰ্দাত কণ্ডমৰ বিজ্ঞাপনে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু তাৰ ফলস্বৰূপে নানান ধৰণৰ নেতিবাচক কৰ্মৰাজীৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। সেয়েহে এই বিজ্ঞাপন সমূহৰ তীব্ৰ সমালোচনা কৰি ...

Read More »

ব্ৰক্ষ্মপুত্ৰৰ ঘোলা পানীয়ে ভাবুকি কঢ়িয়াই আনিছে পশুধনলৈ

নিউজ ডেস্ক,প্ৰথম খবৰ : ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া গাঁওৰ বহু পশুধন আক্ৰান্ত হৈ পৰিছে বিভিন্ন ৰোগত। কিছুদিনৰ পূৰ্বে অস্বাভাৱিক ভাৱে ঘোলা হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী। চিমেন্ট মিশ্ৰিত পানীৰ দৰে ঘোলা হোৱা পানী কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও এই ঘোলা পানীয়ে ...

Read More »

হোজাইত বন্যহস্তীৰ উপদ্ৰৱ

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি পুৱাৰ ভাগত হোজাইত পুনৰ লংকাৰ ইটাগাঁৱত বন্যহস্তীৰ জাকে কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে। হাতীৰ জাকটোৱে কেইবাদিনো ধৰি এই উপদ্ৰৱ চলাই আহিছে। কিন্তু এই ক্ষেত্ৰত বনবিভাগে কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে মত প্ৰকাশ কৰিছে। বৰ্তমান সময়ত হাতীৰ ...

Read More »

শংকৰদেৱ একাডেমীৰ ছাত্ৰী নিখোজ, উদ্ধাৰ জোতাসহ স্কুল বেগ

নিউজ ডেস্ক,প্ৰথম খবৰ: বিগত কেইদিনমানৰ পৰা শঙ্কৰদেৱ একাডেমীৰ ছাত্ৰী এগৰাকী সন্ধানহীন হৈ আছিল। আজি আৰক্ষীয়ে মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীৰ স্কুলৰ বেগৰ লগতে জোতাসহ কিছুসামগ্ৰী। জানিবলৈ পোৱা মতে ছাত্ৰীগৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ৷ আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকী ব্ৰহ্মপুত্ৰত ...

Read More »

ডিমৌৰ ৰাজমাইৰ বাগিচাত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, গাড়ী চোৰ চক্ৰই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

নিউজ ডেস্ক,প্ৰথম খবৰ: এক নৃশংস,অমানৱীয় ঘটনাই জোকাৰিছে শিৱসাগৰ। মঙ্গলবাৰে,শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজমাই চাহ বাগিচাৰ শেনচোৱা শাখাৰ ১০ নং লাইনৰ সমীপত এজন অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়৷ বাগিচাখনৰ নলাত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষত ...

Read More »