শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 144)

Author Archives: Chakradhar Barkakati

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ চেতিয়াৰ দেহাৱসান

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ: ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা ইন্দ্ৰেশ্বৰ চেতিয়া আৰু নাই৷১৯২১ চনত মাহমৰা জাপিধৰা গাঁৱত জন্ম লাভ কৰা মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ চেতিয়াৰ আজি দেওবাৰে সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে৷শিমলুুগুৰি বৰক’লা নিবাসী চেতিয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৭ বছৰ৷মৃত্যুৰ সময়ত ...

Read More »

নগাঁৱৰ বামুনগাঁৱৰ ফুলনিঅাটীত নিশা চুৰৰ চাফাই অভিযান,ছমাহৰ ভিতৰতে এঘৰতে দুবাৰকৈ চুৰি

প্ৰথম খৱৰ,জাজৰি:চুৰৰ ৰম্যভূমিত পৰিণত হৈছে জাজৰি অাৰক্ষী থানাৰ অন্তৰ্গত এলেকা।দিনক দিনে বৃদ্ধি পাই অাহিছে গভাইত চুৰৰ তাণ্ডৱ।নিমাত জাজৰি অাৰক্ষী।নিশা অাৰক্ষীৰ তহলদাৰৰ অভাৱতেই সংঘটিত হৈ অাহিছে নেকি এই চুৰিকাণ্ড ঘটনা। ১৮ জানুৱাৰী তাৰিখে ফুলনিঅাটীৰ নিবাসী পূৰ্নানন্দ হাজৰিকা পত্নীৰ সৈতে গুৱাহাটীৰ পুত্ৰৰ ...

Read More »

পথৰুঘাটৰ কৃষক শ্বহীদকলৈ চৰকাৰৰ ৰাজনীতি

প্ৰথম খবৰ;মংগলদৈ:দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত পথৰুঘাটৰ কৃষক শ্বহীদৰ সমাধিস্থলত কদৰ্যময় পৰিবেশ।চৰকাৰৰ নাই কোনো কানসাৰ আজি ওলাই আহিল দৰঙৰ চচিয়েল মেডিয়া গ্ৰুপ খাটী দৰঙৰ ঝিয়া লিকিৰা আমি আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে কৃষক শ্বহীদৰ ...

Read More »

শিমলুগুৰিত যুৱ ছাত্ৰৰ ২০ সদস্য লাচিত সেনালৈ

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:অাজি শিৱসাগৰ জিলাৰ এক শক্তিশালী সংগঠন লাচিত সেনা (অসম) ৰ অন্তৰ্গত শিমলুগুৰি অাঞ্চলিক সমিতিখন ব্ৰাইট ষ্টাৰ জুনিয়ৰ একাডমিত গঠন হয়৷ বিশেষ প্ৰতিনিধি সভাখন সভাপতিত্ব কৰে লাচিত সেনা (অসম) ৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ৰূপম শইকীয়াই অাৰু ...

Read More »

ঢকুৱাখানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু ৫৬৯ তম গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ আজি সামৰণি পৰে।পশ্চিম মাছখোৱা আঞ্চলিক শাখাৰ আতিথ্যত আমোলৰগুৰি প্ৰাথমিক শাখাৰ গম্ভীৰ আতা ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱৰ আজি বৰ্ণাঢ্য শোভাযাত্ৰাৰে সফল ...

Read More »

নগৰবেৰাৰ ৰাংগাপানীত ডকাইতি কাণ্ড,ৰাজপথত আগুচি ধৰি লুটি নিলে লক্ষাধিক টকা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  উত্তৰ ৰাংগাপানীত যোৱা নিশা ৰাজপথত এগৰাকী কাপোৰ ব্যৱসায়ীক দুগাৰাকী দুৰ্বৃত্তই আগুচি ধৰি আক্ৰমন চলাই লক্ষাধিক টকা লুটি নিয়া ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নগৰবেৰা ...

Read More »

মংগলদৈত অসম সাহিত্য সভাৰ সংগঠক শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খন গ্ৰন্থ উন্মোচন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলা সাহিত্য সভা ভৱনত আজি কেইবাগৰাকী সাহিত্যিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ সংগঠক শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খনকৈ গ্ৰন্থ উন্মোচন কৰে। গুৱাহাটী পানবজাৰৰ জ্ঞানদীপ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খন গ্ৰন্থ ক্ৰমে অসম ...

Read More »

মৈৰাবাৰীত বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম,প্ৰথম খবৰ: মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ত যোৱা ১৫ ডিচেম্বৰ তাৰিখৰ পৰা চলি থকা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সফল সামৰনি পৰে। মৈৰাবাৰী আঞ্চলিক অৱসৰপ্ৰাপ্ত শিক্ষক ম-কৰ্মচাৰী সন্থাৰ উদ্দ্যোগত চলা বিনামূলীয়া পাঠদান শিবিৰটোত প্ৰায় ১০০ গৰাকী ছাত্ৰ ছাত্ৰীক অঞ্চলটোৰ কেইবাগৰাকী অভিজ্ঞ ...

Read More »

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ দূৰৱস্থা,পাঁচশ টকীয়া কেবিনত নাথাকে কোনো পৰ্য্যাপ্ত সুবিধা

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ আগশাৰীৰ চিকিৎসালয় জিলা খনৰ ভিতৰতে দুখীয়া নিছলা মানুহৰ জীৱনৰ ভৰসাস্থলী সামান্যতমেই হওঁক বা দুৰাৰোগ্যই হওঁক জিলাখনৰ খাটি খোৱা লোকৰ বাবে নিৰ্ভৰ যোগ্য চিকিৎসা প্ৰতিষ্ঠান ২০০ খন বিচনা যুক্ত অসামৰিক চিকিৎসালয়ৰ কদৰ্য ৰূপে হতাশাত ভুগিব ...

Read More »

কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত চাৰিদিনীয়া শিক্ষক প্ৰশিক্ষণ

বাৰপূজীয়াৰপৰা মোহন হাজৰিকা,প্ৰথম খবৰ:মৰিগাওঁ জিলা সৰ্ব্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত যোৱা ৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ মুঠ দুটা পৰ্যায়ত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷কপিলী শিক্ষা খণ্ডৰ প্ৰাথমিক পৰ্যায়ৰ ২২৪ গৰাকী,উচ্চ মাধ্যমিকৰ ১৫৩ গৰাকী,সৰ্ব্বমুঠ ৩৭৭ গৰাকী শিক্ষক ...

Read More »