শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 2)

Author Archives: Chakradhar Barkakati

লক্ষীপুৰত ধুমুহাত বিস্তৰ ক্ষতি সাধন

লক্ষীপুৰৰপৰা কাব্যজ্যোতি চৌধুৰী, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰকে ধৰি ইয়াৰ উপকন্ঠ অঞ্চলৰ ওপৰেদি যোৱা নিশা পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা আৰু বৰষুণে অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰে। নিশা প্ৰায় দহ বজাত মুষুলধাৰে বৰষুণৰ সৈতে অহা ধুমুহাই লক্ষীপুৰ নগৰৰ কলেজ ...

Read More »

নলবাৰী সদৰ থানাত বোম ব্লাষ্ট, জাৱৰৰ দমত জুই লগাই দিয়াতে অঘটন

প্ৰথম খবৰ, নলবাৰী: নলবাৰী সদৰ থানাত ৰবিবাৰে দিনৰ ভাগতে এক বোম ব্লাষ্টৰ ঘটনাই সমগ্ৰ নলবাৰী চহৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিবপৰা মতে, চৌহদৰ কিছু অংশ চাফ চিকুণ কৰি আছিল আৰক্ষীয়ে। পিছত আৱৰ্জনাবোৰ জ্বলাই দিয়া হয়। কিছু আৱৰ্জনা জ্বলাৰ পিছতে বৃহৎ শব্দ ...

Read More »

তিনিচুকীয়া শ্ৰীপুৰীয়াত বাট পথৰ দুৰবস্থা বুজ ললে বিধায়ক সঞ্জয় কিশানে, সৰ্বকালেই উপেক্ষিত জৰাজীৰ্ণ দুটিকৈ পথ নিৰ্মাণৰ ঘোষণা

প্ৰথম খবৰ, পেঙেৰী: তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত শ্ৰীপুৰীয়াবাসীৰ বাবে অতিকৈ সুখবৰ৷ কিয়নো কোনো কালেই উন্নয়ণৰ নামত শিল এটাও নপৰা অঞ্চলটোৰ ১ নং ৱাৰ্ডৰ জৰাজীৰ্ণ জিগ-জাগ পথ আৰু হৰিশবা পথত লাগিব পেডাৰ ব্লক৷ ৰবিবাৰে পুৱাৰে পৰা অঞ্চলটোত দি থকা কিণকিণীয়া ...

Read More »

কাৰ্বি পাহাৰত এয়াৰচেলে কন্দুৱাইছে সৰ্বসাধাৰণক, যোগাযোগ ব্যাহত

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: কাৰ্বি পাহাৰত এয়াৰচেলে কন্দুৱাইছে সৰ্বসাধাৰণক, যোগাযোগ ব্যাহত: বিকল্প বিচাৰি হাহাকাৰ পাহাৰবাসীৰ। আকস্মিক বিপদৰ কথা ভাবি শংকিত হৈ পৰিছে এতিয়া বৃহত্তৰ জেৰিকিণ্ডিং, মাকৈলুম, উমখ্ৰীমি, খাটখাচলা, আমৰেং, লাংঠাত, লাংমেপি আদি অঞ্চলৰ সৰ্বসাধৰণে। কাৰণ উল্লেখিত অঞ্চলসমূহৰ ৰাইজে অন্য ...

Read More »

দৰঙৰ ছিপাঝাৰৰ ঐতিহাসিক পচকীয়া আঞ্চলিক থান সমিতিৰ ষষ্ঠ বিংশতিতম বাৰ্ষিক মাঙ্গলিক অনুষ্ঠান

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: ছিপাঝাৰ পচকীয়া আঞ্চলিক থান সমিতিৰ ষষ্ঠ বিংশতিতম বাৰ্ষিক মাঙ্গলিক অনুষ্ঠানখনি দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয়। প্ৰবাদ অনুসৰি পচকীয়াৰ এলেকাৰ নিজ বৰমপুৰ আৰু পোটাপুখুৰী গাঁওকেইখনৰ লোকে এটা সময়ত গৰু বিহু পাতোতে গৰুবোৰ বুঢ়ী গোসানীয়ে লুকোৱাই থৈছিল শেষত ৰাইজক ...

Read More »

কলগাছিয়াৰ মইনবৰীত ধুমুহাৰ তাণ্ডৱ, বহু পৰিয়ালৰ বাসগৃহ, গছ গছনি বিধ্বস্ত

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: কলগাছিয়া মহকুমা এলেকাৰ পশ্চিম মইনবৰী, হাতছাৰা, জয়পুৰ আদিকে ধৰি কেবাখন গাঁৱত নিশা হোৱা এক ভয়াৱহ ধুমুহাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। পশ্চিম মইনবৰী আৰু হাতছাৰা গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ, গছ গছনি আদি বিধ্বস্ত কৰাৰ ...

Read More »

দৰঙৰ দলগাঁৱত আজৱ ঘটনা, পাঁচ মহীয়া শিশুৰ পেটত ভ্ৰূণ

প্ৰথম খবৰ, মংগলদৈ: সময়ে-সময়ে এইখন পৃথিৱীত সংঘটিত হৈ আহিছে বহু আজৱ ঘটনা। এইবাৰ দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা। জানিবপৰা মতে, দলগাঁৱৰ উলুবাৰী গাঁৱৰ ছমিৰ আলীৰ ঘৰত যোৱা ১ ডিচেম্বৰ, ২০১৭ তাৰিখে খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনী ...

Read More »

পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবী, নলবাৰীত অল ইণ্ডিয়া ডি এছ অ’ৰ ছাত্র বিক্ষোভ

প্ৰথম খবৰ, নলবাৰী: জনমতৰ প্ৰতি সন্মান জনাই অবিলম্বে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে অল ইণ্ডিয়া ডি এছ অ’ৰ নলবাৰী জিলা ইউনিটে নলবাৰী চহৰত ছাত্র বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ বহু সংখ্যক সদস্য আৰু ...

Read More »

টিহুত চুৰি ডকাইতি কাণ্ডত উদ্বেগ বিধায়ক পবিন্দ্ৰ ডেকাৰ, নিৰাপত্তা সুনিশ্চিত কৰাৰ কঠোৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনক

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু অঞ্চলত দীৰ্ঘদিন ধৰি অচিনাক্ত দুৰ্বৃত্তই চলাই অহা চুৰি, ডকাইত আদি কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই। বিধায়ক ডেকাই শনিবাৰে টিহুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ...

Read More »

ৰাজ্যত অপৰাধ আৰু ধৰ্ষণ বন্ধ কৰাৰ দাবীত বৃহৎ প্ৰতিবাদী সমদল

প্ৰথম খবৰ, বৰপেটাৰোড: আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা অপৰাধ নিয়ন্ত্ৰণ নামৰ এটি সংগঠনৰ সহযোগত অপৰাধ, ধৰ্ষণ আৰু হত্যাৰ বন্ধ কৰাৰ দাবীত শনিবাৰে বৰপেটাৰোডত উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল৷ উক্ত প্ৰতিবাদী সমদলত বৰপেটাৰোডৰ মেৰিয়ান স্কুল, চেন্ট মেৰিজ স্কুল, কে কে দাস ...

Read More »