শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 3)

Author Archives: Chakradhar Barkakati

মুকালমুৱাৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি

মুকালমুৱাৰপৰা জয়ন্ত ডেকা, প্ৰথম খবৰ: চোৰৰ ৰম্যভুমিত পৰিণত হৈছে মুকালমুৱা৷ মুকালমুৱাৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে চুৰি কাৰ্য৷ কি বেংক প্ৰতিষ্ঠান, কি ব্যৱসায়ীক প্ৰতিষ্ঠান সকলোতে চোৰৰ চাফাই অভিযান। মুকালমুৱাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত কাপলাবড়ীৰ এম.এছ ইলেকট্ৰনিকত নিশা চোৰৰ চলিল চাফাই ...

Read More »

তিনিচুকীয়াত ১৫০ গৰাকী মহিলাক উজ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ, পেঙেৰী: প্ৰধান মন্ত্ৰী উজ্বলা দিৱসৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী এল পি জি পঞ্চায়ত আঁচনিৰ অধিনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে শুকুৰবাৰে সমষ্টিটোৰ ১৫০ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত বিনামূলীয়া এল পি জি গেছ চিলিণ্ডাৰ বিতৰণ কৰে৷ মহাকালি কমিউনিটি গৃহৰ ...

Read More »

লংকাত বাংলাদেশী আটক

প্ৰথম খবৰ, লংকা: লংকাৰ কাকীত শুকুৰবাৰে কাকী ২ নং ৰামনগৰ পৰা আৰক্ষীয়ে এজন বাংলাদেশীক আটক কৰে। আটকাধীন লোকজনৰ নাম ছইদুৰ ৰহমান। বৰ্তমান বাংলাদেশী জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Read More »

কেৰাচিন ঢালি জ্বলাই হত্যা নৱ বিবাহিত জোৱায়েকক

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণৰ খোৱাঙত নৱ বিবাহিত যুৱক মৰাণৰ ধেমেচি হালধিবাৰী চম্পক বৰুৱাক কেৰাচিন তেল ঢালি জ্বলাই হত্যা কৰা অভিযোগত চম্পকৰ শহুৱেক আৰু শাহুৱেক ক্ৰমে অনিল সোণোৱাল( হাজৰিকা) আৰু সোণতৰা সোণোৱাল(হাজৰিকা)ক গ্ৰেপ্তাৰ কৰিলে খোৱাং থানা আৰক্ষীয়ে। ইতিমধ্যে, উচিত ...

Read More »

নগাঁৱৰ বটদ্ৰৱাত নৰপিশাচৰ কামনাৰ বলীৰ পৰা ৰক্ষা এগৰাকী যুৱতীৰ

প্ৰথম খৱৰ, জাজৰি: বৰ্তমান সমগ্ৰ ৰাজ্যত অব্যাহত অাছে নৰপিশাছৰ তাণ্ডৱ। বৰ্তমান সমাজত নাৰী কিমান সুৰক্ষিত তাক লৈ খলকনিৰ সৃষ্টি হৈছে বৌদ্ধিক মহলত। ১৮ এপ্ৰিলত দিনৰ ৮.৪৫ মানত দুই পাষণ্ডই ছোৱালীগৰাকীক বিদ্যালয়লৈ অাহি থাকোতে চাইকেল ঠেলা মাৰি পেলাই দিয়ে অাৰু তাইক ...

Read More »

মদাৰখাতত সদৌ অসম কবি সন্মিলনৰ ব’হাগী বৰণ কাৰ্যসূচী

প্ৰথম খবৰ, টেঙাখাত: সদৌ অসম কবি সন্মিলনৰ ব’হাগী বৰণ কাৰ্যসূচী বৃহস্পতিবাৰে মদাৰখাতত সম্পন্ন হয়। কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰেৰিত সম্বৰ্ধনা ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদক পবিত্ৰ গগৈ, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ প্ৰকাশন সচিব যুগল কোঁৱৰ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক ৰশ্মিৰেখা সাউদ কলিতা ...

Read More »

উখল মাখল ঐতিহাসিক মিকিৰ ৰাজ্যৰ তিহুলীয়া বিলৰ পাৰ, ৩৫০ বছৰীয়া পৰম্পৰাৰে গোঁসাই উলিওৱা উৎসৱ উদযাপন‌

প্ৰথম খৱৰ, জাজৰি: বৃহস্পতিবাৰে লোকে লোকাৰণ্যত পৰিণত হ’ল নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপুজীয়াৰ ঐতিহাসিক তিহুলীয়া বিলৰ পাৰ। বৃহত্তৰ বাৰপূজীয়াৰ নিজ মিকিৰগাঁও অঞ্চলৰ কেইবাখনো গাঁৱত আজি বিৰাজ কৰে এক উদুলি-মুদুলি পৰিবেশে। শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত বহাগত পালিত গোঁসাই উলিওৱা উৎসৱক লৈ। ...

Read More »

চিচিবৰ গাঁওত আমৰন অনশন ও অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, চিচিবৰগাঁও: ধেমাজি জিলাৰ চিচিবৰ গাঁওত অহা ২০ আৰু ২১ এপ্ৰিলত চৰকাৰীভাৱে বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰিব লোৱাৰ সময়তে বৃহস্পতিবাৰে চিচিবৰ গাঁও চাৰি আলিৰ জিৰণি চৰা আৰু চিচিবৰ গাঁও মহাবিদ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ...

Read More »

খনামুখৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ শইকীয়াৰ দেহাৱসান

দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: যোৰহাট জিলাৰ তামুলীছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ শইকীয়াৰ ১৭ এপ্ৰিলৰ দিনা নিজা বাসগৃহতে দেহাৱসান ঘটে৷ উল্লেখ্য যে, বাৰ্দ্ধক্যজনিত কাৰণত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা শইকীয়া খনামুখ পেকমনীয়া গাঁৱৰ নিবাসী আছিল৷ শইকীয়াৰ মৃত্যুৰ ...

Read More »

ঢোলে-তালে, নাচে-গীতে পাকৈত এদল গাভৰু

ঢকুৱাখনাৰপৰা পাপু বৰুৱা প্ৰথম খবৰ: ঢকুৱাখনাৰ বাট’মাৰী অঞ্চলৰ ধেনুখনা কলিতা গাঁৱৰ এদল গাভৰুৰ ব্যতিক্ৰমী বিহুৱে ৰাইজৰ মন মোহিছে ধেনুখনা অঞ্চলত। এই গাভৰু বিহু দলটোৰ সকলোৱেই নিজেই ঢোল, তাল বজাই, নাচি, বিহু গীত জুৰি গাঁৱৰ ঘৰে ঘৰে কৰিছে হুঁচৰি বিহু আৰু গৃহস্থক ...

Read More »