শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 30)

Author Archives: Chakradhar Barkakati

গুৱাহাটীত নাৰী নিৰ্যাতন সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰঃ নাৰী নিৰ্যাতন সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷ এই বৈঠকত উপস্থিত থাকে মহানগৰৰ উপায়ুক্ত বীৰেন্দ্ৰ মীট্টাল, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া, আৰক্ষী আয়ুক্ত হীৰেণ নাথ আৰু ৰাজ্যৰ প্ৰতিখন থানাৰ অ’চি৷ আৰক্ষী সঞ্চালক প্ৰধান ...

Read More »

নলবাৰীত ৰূপালী জয়ন্তী সমাৰোহ উদযাপন

নলবাৰীৰপৰা জিন্টুমনি ভূঞা, প্ৰথম খবৰ: নলবাৰী জিলাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ ৰূপালী জয়ন্তী সমাৰোহ ২৯ মাৰ্চ অাৰু ৩০ মাৰ্চত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৯ তাৰিখে ৰাতিপুৱা ৰূপালী জয়ন্তীৰ পতকা উত্তোলনৰ লগত ২৫খন পতকা উত্তোলন কৰে। ...

Read More »

নলবাৰীৰ খাৰজাৰা আশ্ৰমত অতিথিগৃহৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ, নলবাৰী: শুকুৰবাৰে নলবাৰী চহৰৰ সমীপৱৰ্তী খাৰজাৰা আশ্ৰমত এটি ৰাজহুৱা অতিথিগৃহৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে, নিৰ্মাণ হ’বলগীয়া এফ এফ চি আঁচনিৰ (২০১৬-১৭ বৰ্ষৰ) অধিনত অতিথিগৃহটো আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। অনুষ্ঠানত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ ...

Read More »

ডিমৌৰ ৰাজপথত ধৰ্ষণকাৰীৰ প্ৰতিকৃতি দাহ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

ডিমৌৰপৰা গৌতম হীৰা, প্ৰথম খবৰ: ৰাজ্যত শেহতীয়াকৈ সঘনাই সংঘটিত হোৱা নাৰকীয় ধৰ্ষণৰ ঘটনাক লৈ চৌদিশে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। ডিমৌটো ধৰ্ষণকাৰীৰ বিৰুদ্ধে দেখা হৈছে প্ৰতিবাদৰ জোৱাৰ। সেয়ে ডিমৌত ধৰ্ষণকাৰীক ডিঙিত ৰচী লগাই ৰাজপথত চোচঁৰাই প্ৰদান কৰিলে চৰম শাস্তি। ৰাজপথতে জ্বলাই ...

Read More »

আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যাবলৈ ধৰা ঢেঁকীক আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পনৰুদ্ধাৰৰ চেষ্টা উজনিৰ এজন ব্যক্তিৰ

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: অসমীয়া জাতীয় জীৱনৰ অতিশয় আদৰৰ একালৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সম্পদ ঢেঁকী। সকলোৰে পৰিচিত এই ঢেঁকীটো আমাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। তেনে সময়ত এই সম্পটি আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পুনৰ উদ্ধাৰ প্ৰায়স ...

Read More »

ৰূপহীত বিহু কমিটিৰ কাৰ্যালয় লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ

ৰূপহীহাটৰপৰা এম আবু হানিফা, প্ৰথম খবৰ: নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ ঐতিহাসিক ঠাই ৰূপহীত যোৱা নিশা অসমীয়াৰ অতি চেনেহৰ বিহুক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্তাপিত হৈছে। বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষীৰ লোক সম্প্ৰীতিৰে বসবাস কৰি অহা ৰূপহীত যোৱা নিশা এখন বিহু সমিতিৰ ...

Read More »

বাপুপাৰা দ্বিতীয় খণ্ডত ৰাভা হাচংৰ দ্বাৰা ৬১০ মিটাৰ গ্ৰাম্য পথৰ কামৰ শুভাৰম্ভ

আগিয়াৰৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: ৰাভা হাচং স্বায়ত্ব শাখিত অঞ্চলৰ অন্তৰ্গত বালিজানা গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্ত দেৱোত্তৰ বাপুপাৰা দ্বিতীয় খণ্ডৰ নাথপাৰা গাঁওৰ গাঁওবাসীৰ অতিকৈ প্ৰয়োজনীয় একমাত্ৰ কেঁচা গ্ৰাম্য পথটোৰ মেৰামতিৰ আজি শুভ উদ্বোধন কৰে। প্ৰাপ্ত বাতৰি মতে, আজি পুৱা ৯.৩০ ...

Read More »

ৰঙিয়া ৰে’লযাত্ৰী সন্থাৰ আন্দোলনৰ পোষকতা

প্ৰথম খবৰ, ৰঙিয়া: নিউ বঙাইগাঁৱৰ পৰা আজ্ঞাঠুৰিলৈ দৈত্ব ৰে’ল লাইনৰ ব্যৱস্থা কৰা, ব্ৰক্ষপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ, ৰঙিয়া ষ্টেচনত সকলো ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা আদিকে কৰি কেইবাটাও গুৰুত্বপুৰ্ণ দাবীৰ সমৰ্থনত আজি সদৌ অসম ৰে’লযাত্ৰী সন্থাই এক সাধাৰণ সভা ...

Read More »

তিনিচুকীয়াত চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত ৬ টাকৈ পথ মুকলি বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ, পেঙেৰী: চতুৰ্দশ বিত্তীয় বৰ্ষ ২০১৬-১৭ অধীনত বিধায়ক সঞ্জয় কিশানে তিনিচুকীয়াত শুকুৰবাৰে ৬টাকৈ পথৰ কাম আৰম্ভনি কৰে৷ শুকুৰবাৰে পুৱা বিধায়ক কিশানে তিনিচুকীয়াৰ শুকানপুখুৰী ১৫ নং লাইনৰ পৰা লক্ষী থান সংযোগী পথৰ আধাৰশিলা উদ্ধোধন কৰে৷ ইয়াৰ পিছতে ক্ৰমে নেতাজী পথ, ...

Read More »

উন্নয়ন আৰু বিকাশেই যাৰ সপোনঃ উদ্যমী বিধায়ক সুৰেন ফুকনে ডিগবৈত শুভাৰম্ভ কৰিলে কেইবাখনো অভিলাষি আঁচনি

প্ৰথম খবৰ, পেঙেৰী: নিজৰ উদ্যম আৰু একাগ্ৰতাৰ বলত কম সময়ৰ ভিতৰতে ৰাজ্যখনৰ শ্ৰেষ্ঠ ১০ গৰাকী বিধায়কৰ ভিতৰত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ডিগবৈৰ যুৱ বিধায়ক সুৰেন ফুকন৷ উন্নয়নৰ সপোন আৰু বিকাশৰ লক্ষ্যৰে সমষ্ঠিৰ সৰ্বাংগীন উন্নয়নত ব্ৰতী হৈ ৰাইজৰ আস্থাভাজন ...

Read More »