শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 4)

Author Archives: Chakradhar Barkakati

খোৱাঙত হত্যাকাণ্ড, এজন যুৱক নিহত

খোৱাঙৰপৰা সঞ্জীৱ কোঁৱৰ, প্ৰথম খবৰ: ৰঙালী বিহুৰ আনন্দ উল্লাস মাজতে খোৱাঙত এজন যুৱক পৰিকল্পিতভাৱে হত্যা কৰাৰ ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি ধেমেচী হালধিবাৰী গাঁৱৰ নিবাসী দিপলু বৰুৱা পুত্ৰ চম্পক বৰুৱা (২৮) ক তেওঁৰ শহুৰেক তথা ২ নং চৰাই ...

Read More »

বিহালীৰ বাঘমাৰীত লোমহৰ্ষক হত্যাকাণ্ড, হত্যাৰ অভিযোগ পিতৃৰ

প্ৰথম খবৰ, বৰগাং: বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰী চাহ বাগিছাত পুৱা উদ্ধাৰ হয় এক অচিনাক্ত মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয়। জানিবপৰা মতে, বাঘমাৰী চাহ বাগিছাত উদ্ধাৰ হোৱা এই অচিনাক্ত যুৱকজনৰ নাম আনোৱাৰ ...

Read More »

চাংসাৰিৰ জলাহত বৰকাছ উদ্ধাৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত জলাহত বুধবাৰে এটি বৰকাছ উদ্ধাৰ হয়। চাংসাৰিৰ সমীপৱৰ্তী জলাহৰ পিতনিৰ পৰা চিলা বনবিভাগৰ বনকৰ্মী ও বিষয়াৰ দ্বাৰা এই বৰকাছটো অতি সযতনে উদ্ধাৰ কৰা হয়। চিলা বনাঞ্চলিক বিষয়া ৰবিন বৈশ্যই জনোৱা ...

Read More »

ধুবুৰীৰ সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত অতিৰিক্ত শিল ভৰ্তি ট্ৰাক আটক আৰক্ষীৰ

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত বুধবাৰে অতিৰিক্ত শিল ভৰ্তি পাঁচ খন ট্ৰাক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে। জানিবপৰা মতে, গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ভদ্ৰ আৰু থানাখনৰে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ-পৰিদৰ্শক সাহজাহান আলী নেতৃত্বত আৰক্ষীৰ ...

Read More »

নলবাৰী মহকুমা বিহু সন্মিলন উদ্বোধন

প্ৰথম খবৰ, নলবাৰী: বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত নলবাৰী মহকুমা বিহু সন্মিলন বুধবাৰৰ পৰা আৰম্ভ হৈছে। আজি নিশা মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। মহকুমা বিহু সন্মিলনিৰ সভাপতি গণেশ তামূলী, বিষয়ববীয়া হেমেন্দ্ৰ মহন্ত, ...

Read More »

বৰক্ষেত্ৰীত পুনৰ ধৰ্ষণ কাণ্ড, আৰক্ষীৰ জালত অভিযুক্ত

প্ৰথম খবৰ, চেঙা: সমগ্ৰ অসমতে ধৰ্ষণ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে পুনৰ আন এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে নলবাৰীৰ বৰক্ষেত্ৰীত। বুধবাৰে নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে ধৰ্ষণত অভিযুক্ত বিবাহিত লম্পট এটাক নলবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৰ্ষণত অভিযুক্ত ধৃত লম্পটটো ...

Read More »

নলবাৰীত মহিলা অগ্নিদগ্ধ

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ সন্ধাত বুধবাৰে দিনৰ ভাগত পাৰুল মালাকাৰ নামৰ এগৰাকী মহিলা ভাত ৰান্ধি থকা অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয়। আহত মহিলা গৰাকীক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁৰ দেহৰ প্ৰায় শতাংশ ...

Read More »

মাখিবাহাত আছুৰ বিহু উৎসৱৰ সামৰণি

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাখিবাহা উন্নতি সভাৰ উদ্যোগত ২ আৰু ৩ ব’হাগত দুদিনীয়াকৈ আয়োজিত ৰঙালী বিহুৰ কালি নিশা সামৰণি পৰে। বিশিষ্ট শিল্পী জে পি দাসে ক্ষেত্ৰ উদ্বোধন কৰা মুকলি বিহুত অসমৰ ভালেকেইটা দলে হুঁচৰি পৰিবেশন কৰাৰ ...

Read More »

বিদ্যুৎ পৰিবাহী তাঁৰত নলবাৰীত এজনৰ মৃত্যু

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ পকোৱাত বুধবাৰে বিদ্যুৎ পিষ্ট হৈ এজন লোকৰ শোকাবহভাৱে মৃত্যু হয়। গছ কাতিবলৈ বিদ্যুৎ পৰিবাহী তাঁঁৰৰ ওছৰত থকা গছত উঠিছিল লোকজন। পিছত গছৰ পৰা নামি আহোতে বিদ্যুৎ পৰিবাহী বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎ পিষ্ট হৈ লোকজনৰ মৃত্যু ...

Read More »

মৃতকৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত হোজাই বিদ্যুৎ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, হোজাই: হোজাই বিদ্যুৎ সংগমণ্ডলৰ অন্তৰ্গত ৰাইকাটা ইছলাম নগৰত যোৱা কালি মঙ্গলবাৰ বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ গৈ স্থানীয় গাঁও বাসী মোহন লাল দাস নামৰ ৪২ বছৰীয়া ব্যক্তিজনৰ মৃত্যুৰ প্ৰতিবাদত বুধবাৰে বিদ্যুৎ কাৰ্যালয় উত্তাল কৰি তোলে। প্ৰায় শতাধিক পুৰুষ মহিলাই ...

Read More »