শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 5)

Author Archives: Chakradhar Barkakati

নলবাৰীৰ গনেশ মন্দিৰ চকত গ্ৰাম স্বৰাজ অভিযানৰ অধিনত স্বচ্ছ ভাৰত অভিযান

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলা বিজেপি আৰু পূৱ নলবাৰী মণ্ডল বিজেপি সমিতিৰ উদ্যোগত তথা শাসক দলটোৰ পাঁচ নং পঞ্চায়তৰ কৰ্মী সকলৰ সহযোগত বুধবাৰে নলবাৰীৰ গনেশ মন্দিৰ চক, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰ, গনেশ মন্দিৰৰ চৌহদত ভাৰত চৰকাৰে ঘোষণা কৰা ‘গ্ৰাম ...

Read More »

তেজপুৰতো পালন হ’ল নাঙল বিহু

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: চৌদিশে ৰঙালীৰ ৰং। আজি চাৰি ব’হাগ, এই দিনটোতে পালন কৰা হয় নাঙল বিহু। কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰীবোৰৰ নামত উৎসৰ্গিত নাঙল বিহু৷ নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত কৃষক সমাজ পথাতৰ ...

Read More »

কামৰূপৰ দমদমাত ভূমি দখলৰ চেষ্টা, প্ৰাণে মৰাৰ ভাবুকি

প্ৰথম খবৰ, নলবাৰী: কামৰূপ গ্ৰাম্য জিলা দদৰা আৰক্ষী চকীৰ অন্তৰ্গত দমদমাত যোৱা নিশা ভূমি অবৈধভাৱে দখলৰ চেষ্টা আৰু নামজাৰিক লৈ দুগৰাকী চিনাক্ত আৰু চাৰিগৰাকী অচিনাক্ত লোকে মুস্তাক আলী নামৰ এগৰাকীক উপৰ্যুপৰি শাৰীৰিক আক্ৰমণ কৰি আহত কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি ...

Read More »

পৰম্পৰা ৰক্ষা কৰি চাৰিকড়ীয়া পাৰৰ ম’হঘুলি চাপৰিলৈ আহিল ‘ফাটবিহু’ ঢকুৱাখনাত

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি চাৰিকড়ীয়া পাৰৰ ম’হঘুলি চাপৰিলৈ আকৌ আহিল ফাটবিহু। অহা অসমীয়া ব’হাগ মাহৰ ২৭, ২৮ আৰু ২৯ আৰু ইংৰাজী ১১, ১২ আৰু ১৩ মে ২০১৮ অনুষ্ঠিত হ’ব ইতিহাস প্ৰসিদ্ধ ফাট-বিহু। বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্পীতি আৰু ...

Read More »

নাগৰিত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ, মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ, চেঙা: নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যখনত চৰ্চা অব্যাহত থকাৰ সময়তে মুছলিম ছাত্ৰ সন্থা অসমে মঙ্গলবাৰে নাগৰিত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকাৰ সময়তে নাগৰিকত্ব সংশোধনী ...

Read More »

নতুন বিত্তীয় বৰ্ষৰ বিধায়ক পুজিঃ তিনিচুকীয়াত বিধায়কে প্ৰদান কৰিলে প্ৰথম কিস্তীৰ ২৫ লাখ টকা

প্ৰথম খবৰ, পেঙেৰীঃ নতুন বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ বিধায়কৰ সমষ্ঠি উন্নয়ন পুঁজিৰ পৰা মঙ্গলবাৰে প্ৰথম কিস্তীৰ ২৫ লাখকৈ টকাৰ চেক বিতৰণ কৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে৷ অলপতে সমষ্টিটোৰ বিভিন্ন স্থানত বিধায়ক সঞ্জয় কিশানে আধাৰশিলা মুকলি কৰা কেইবাটাও বাট পথ আৰু ...

Read More »

নলবাৰীত মহিলা কংগ্ৰেছৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ক’লা দিৱস

প্ৰথম খবৰ, নলবাৰীঃ মঙ্গলবাৰে নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ক’লা দিৱস পালন কৰে। মূলত নাৰী নিৰ্যাতন, ধৰ্ষণ আৰু হত্যা-হিংসা ৰোধ কৰাত দেশ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত এই ক’লা দিৱস ...

Read More »

বৰবাৰাদি দামোদৰদেৱ সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন

বৰবাৰাদিৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: দামোদৰদেৱৰ এখন শাখা সত্ৰ, বৰবাৰাদি সত্ৰ। প্ৰতিবছৰৰ দৰে এইবাৰো এই সত্ৰখনত উদযাপন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি। ব’হাগৰ প্ৰথম দিনটোত পালন কৰা হয় গন্ধোৎসৱ। সেইদিনা সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ সকলোৱে সত্ৰৰ নামঘৰত চাকি জ্বলায় আৰু নাম-প্ৰসংগৰ ...

Read More »

পাষণ্ড পুত্ৰই প্ৰাণ ল’লে মাতৃৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিহুৰ উৎসাহৰ মাজতে সোণাপুৰত সংঘটিত হ’ল এক নৃসংশ হত্যাকাণ্ডৰ ঘটনা। সোণাপুৰৰ মৰংগাবাৰীৰ এটা পৰিয়ালৰ পুত্ৰই মাহীমাকক হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। নিজ মাহীমাকক দাৰে ঘপিয়াই হত্যা কৰিলে সতীয়া পাষণ্ড পুত্ৰই। নিহত মহিলাগৰাকী প্ৰমীলা বড়ো তথা ...

Read More »

কাৰ্বি ছাত্ৰ সন্থা-তুলিৰাম ৰংহাংৰ সংঘাত, ছাত্ৰনেতা চেমচন টেৰণৰ ভাষণক লৈ ক্ষুব্ধ হৈছে তুলিৰাম ৰংহাং

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি চেমচন টেৰণৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। আকোঁৰ গোজ হৈ পৰিছে বিজেপিবাহিনী। ছাত্ৰনেতাই শীঘ্ৰে ক্ষমা বিচৰাৰ দাবী কৰিছে কাৰ্বি পৰিষদীয় বিথুং ৰেংথমা বিজেপিৰ সমৰ্থকে। বিষয়টোক কেন্দ্ৰ কৰি কলঙাত অৱস্থিত ...

Read More »