শেহতীয়া
Home / Author Archives: জোনমণি দাস

Author Archives: জোনমণি দাস

শ্ৰধাঞ্চু-প্ৰিয়াংগীৰ কণ্ঠত মুক্তি পালে “সুৰ বিচাৰি”

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ সংগীত জগতত সন্নিৱিষ্ট হ’ল এটা নতুন গীত, এটা নতুন মিউজিক ভিডিঅ “সুৰ বিচাৰি”। মুক্তিৰ পিছতেই শ্ৰোতা-দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা “সুৰ বিচাৰি” শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে কণ্ঠশিল্পী শ্ৰধাঞ্চু বৰুৱা আৰু প্ৰীয়াংগী বৰুৱাই। “সুৰ ...

Read More »

লাকুৱাত পথ অৱৰোধ

প্ৰথম খবৰ, শিমলুগুৰি: শিৱসাগৰ জিলাৰ লাকুৱা তৈলক্ষেত্ৰৰ মুখ্য তথা শতাধিক গ্ৰ্যামাঞ্চলৰ বাবে যোগাযোগৰ একমাত্ৰ পথ লাকুৱা ৰাজগড় পুনৰ নিৰ্মানৰ দাবীত আজি মঙ্গলবাৰে ছয় সংগঠনৰ দুই শতাধিক প্ৰতিবাদকাৰীয়ে লাকুৱা ষ্টেচন চাৰিআলিত পথ অৱৰোধ কৰে। বিদ্যালয় এৰি ৰাজপথত ছাত্ৰ ছাত্ৰীসকল ওলাই আহে৷ এই ...

Read More »

বিজনীত নিজ পিতৃয়ে হত্যা কৰিলে নৱজাতকক

বিজনীৰ পৰা মাচুম চৌধুৰী, প্ৰথম খবৰ : চিৰাং জিলাৰ বিজনীৰ পুৰাণ বিজনী গাঁওত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। জন্ম হোৱাৰ এদিন পিছতেই পিতৃ ৰবিউল আলীয়ে হত্যা কৰিলে নিজৰ কনমানি পুত্ৰক।উল্লেখ্য যে, সোমবাৰে ৰাতি নৱজাতকটোক চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ খন্তেক পিছতেই ...

Read More »

ইণ্ডিয়ান বেংকৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড

ৰূপহীহাট, প্ৰথম খবৰ : ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হয়। খিৰিকি ভাঙি, CCTV ঢাকি বেংকত প্ৰৱেশ কৰে  চোৰৰ এটা  দলে। চোৰে কম্পিউটাৰ, CCTV-ৰ HardDisk আৰু নিৰাপত্তাৰক্ষীৰ বন্দুক লুটি কৰি নিয়ে। লগতে চোৰে দুটাকৈ লকাৰ ভাঙে যদিও ...

Read More »

ভোগালীক লৈ তেজপুৰৰ মহিলা সকলৰ ব্যস্ততা

তেজপুৰৰ পৰা অপুৰ্ব বৰা ,প্ৰথম খবৰ: ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত ৰাজ্যবাসী। সোণালী পথাৰৰ পৰা সোণগুটি চপোৱাৰ পিছৰে পৰা আৰম্ভ হয় ভোগালী বিহুৰ প্ৰস্তুতি। পথাৰৰ পৰা নৰা কাটি চুবুৰীৰ ৰাইজৰ পৰা বাহ সংগ্ৰহ কৰি মেজি , ভেলা সজাত ব্যস্ত হোবা ...

Read More »

কলাকুছিত টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগীতাৰ আয়োজন

পঙ্কজ নাথ, চাংসাৰী,প্ৰথম খবৰ: কামৰূপ জিলাৰ চাংসাৰিৰ সমীপৱৰ্তী কলাকুছিৰ কুমাৰপাৰাত নিউ হিৰো ৰাইজিং বয়জ ক্লাৱৰ সৌজন্যত এখনি প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী ক্ৰিকেট দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব। অহা সাত জানুৱাৰীৰ ...

Read More »

ধুবুৰীত মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

ধুবৰীৰ পৰা কবিৰ মণ্ডল, প্ৰথম খবৰ : বৃহস্পতিবাৰে পুৱা ধুবুৰী – গৌৰীপুৰ মেইনৰোডৰ মদেৰগোলা পাগলাবাবা আশ্ৰমৰ পিছপিনে পথাৰত এটি মৃতদেহ উদ্ধাৰ হয়। ৰাইজে আৰক্ষীক খবৰ দিয়াত ধুবুৰী সদৰ থানাৰ আৰক্ষী বিষয়া আহি মৃতদেহ টো উদ্ধাৰ কৰি মৰোনত্তোৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক ...

Read More »

ধুবুৰীত অসম সাহিত্য সভাৰ সামৰণি অনুষ্ঠান

প্ৰথম খবৰ, ধুবুৰী: চিৰ চেনেহী মোৰ ভাষা জননী , অসম সাহিত্য সভা দীৰ্ঘায়ূ হওক আদি ধ্বনিৰে আজি ধুবুৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে । আজি ৰাতিপুৱা ৮.৪৫ বজাত শতবৰ্ষীয় মূল পতাকা উত্তোলন কৰি অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই কয় যে ...

Read More »

ৰঙিয়াত এন আৰ চি ৰ সজাগতা সভা

প্ৰথম খবৰ, ৰঙিয়া: বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা ১ জানুৱাৰীত প্ৰকাশ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে খচৰা নাগৰিকপঞ্জী   প্ৰকাশ  সকলো  প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । নাগৰিক পঞ্জী প্ৰকাশৰ বাবে নিয়োজিত কৰ্মচাৰী ...

Read More »

ৰঙিয়াত চোৰৰ উপদ্ৰব: লক্ষাধিক টকাৰ গহনা চুৰি

প্ৰথম খবৰ, ৰঙিয়া : ৰঙিয়া আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে ৰঙিয়াত অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে চোৰৰ টিঘলঘিলনি । যোৱা নিশা ৰঙিয়া মুৰাৰাৰ হাইৱে ধাবাৰ সমুখৰ ধৰম পুৰত অশ্বিনী পাটোৱাৰীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ এদল চোৰে তাণ্ডৱ চলায় । চোৰৰ দলটোৱে ঘৰৰ ...

Read More »