Home / Author Archives: Kishor Baruah

Author Archives: Kishor Baruah

অংক শিক্ষকৰ পিটনত কামিহাড় ভাঙিল ছাত্ৰৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: শোণিতপুৰৰ বালিপাৰাত শিক্ষকৰ পিটনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰ। বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক শিক্ষক নিপেন শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। শইকীয়াই বিৰুদ্ধে অভিযোগ এটা সামান্য কথাতে ছাত্ৰজনক ডবাপিটা দিয়াৰ ফলত ছাত্ৰজনৰ কামিহাড় পৰ্য্যন্ত ভাঙি যায়। বিদ্যালয় কতৃপক্ষই ...

Read More »

বঙাইগাৱত ভংকৰ পথ দুৰ্ঘটনা

 নিউজ ডেস্ক, প্ৰথম খবৰ: বঙাইগাৱৰ মানিকপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১৮ চকীয়া এখন চাউল ভৰ্তি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

Read More »

গোলাঘাটতৰ উদয়ন চাহ বাগিছাত অঘটন

নিউজ ডেস্ক, প্ৰথম খবৰ: গোলাঘাটৰ উদয়ন চাহ বাগিছাত অঘটন। ব্ৰজপাট পৰি এজন ছাত্ৰ নিহত হৈছে।

Read More »

মৰাণত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,মৰাণ: মৰাণ খুমটাই চাহবাগিচাত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এটা পুখুৰী পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো মৰাণ খুমটাই চাহবাগিচাৰ শ্ৰমিক ৰতন কিষান(৩৬) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

Read More »

মেজৰ ৰাতুল গগৈক গ্ৰেপ্তাৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: অসম গৌৰৱ মেজৰ ৰিতুল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। জম্মু-কাশ্মীৰত সেনাবাহিনীৰ মেজৰ হিচাপে কৰ্মৰত ৰিতুল গগৈৰ সাহসিকতাৰ বিষয়ে সমগ্ৰ বিশ্বই জানে। জম্মু-কাশ্মীৰৰ এখন হোটেলত এজনী ১৮ বছৰীয়া যুৱতীৰ সৈতে প্ৰৱেশ কৰিবলৈ যাওঁতে হোটেলৰ কতৃপক্ষই বাধা দিয়াক লৈ ...

Read More »

উখল-মাখল ৰাছিয়া

  ইন্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: বিশ্বকাপ ফুটবলক লৈ এতিয়া ৰাছিয়াত এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে। এই বৰ্ষৰ ১৪জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল । এই বিশ্বকাপক লৈ সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমী ৰাইজৰ মাজত কৌতুহল দেখা গৈছে।

Read More »

গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যু ১৮০জনকৈ লোকৰ

ইন্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পাকিস্তানৰ দক্ষিণ অঞ্চলত অৱস্থিত কাৰাচীত গ্ৰীষ্ম প্ৰবাহৰ ফলত যোৱা চাৰিদিনত ১৮০ জন লোকৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে একাংশ ৰাইজে।

Read More »

কৰ্ণাটকত গঠন হ’ল মিত্ৰজোঁট চৰকাৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকত জে ডি এছ আৰু কংগ্ৰেছ চৰকাৰ গঠনত সফল হ’ল। জে ডি এচৰ এইচ ডি কুমাৰাস্বামীয়ে মুখ্যমন্ত্ৰী হিচাপে যোৱা কালি শপত গ্ৰহণ কৰে। উপ-মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছৰ জি পৰমেশ্বৰে দায়িত্ব গ্ৰহণ কৰাৰ লগতে বিধান সভাৰ অধ্যক্ষ পদো ...

Read More »

জাকে জাকে অবৈধ বিদেশী অৰুণাচল যাত্ৰা

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি অসমত অবৈধ বিদেশীৰ চিনাক্তকৰন হোৱাৰ প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে এই প্ৰক্ৰিয়া প্ৰায় অন্তিম ক্ষণ আহি পৰিছে। অবৈধ বিদেশীৰ নাম এই নাগৰিক পঞ্জীত নথকাৰ বাবে এতিয়া জাকে জাকে বিদেশী অসমৰ নিচেই চুবুৰীয়া ৰাজ্য ...

Read More »

বকোত কংগ্ৰেছৰ গণ প্ৰতিবাদ

প্ৰথম খবৰ, বকো: বকোত কংগ্ৰেছৰ গণ প্ৰতিবাদ আৰু স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানত উত্তাল পৰিস্থিতি। বকো ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু JPC লৈ স্মাৰক পত্ৰ প্ৰদান। বকো চক্ৰ ...

Read More »