Home / Author Archives: মমিতা গগৈ

Author Archives: মমিতা গগৈ

মাণ্ডাকাটাত বনবিভাগৰ দ্বাৰা জেচিবি ডাম্পাৰ জব্দ

পঙ্কজ নাথ, চাংসাৰি, প্ৰথম খবৰ: উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত জেচিবি ডাম্পাৰেৰে খেতিপথাৰ আদিত কিছু স্বাৰ্থলোভী ব্যক্তিয়ে অবৈধভাৱে মাটি কাটি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে আজি চিলা বনবিভাগে অবৈধ কাৰ্যকলাপত লিপ্ত অৱস্থাত জেচিবি আৰু ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম ...

Read More »

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক বাতিলৰ হেতু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে দিল্লীলৈ যাব আইৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ৰ অসম আৰু অসমীয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ও স্পৰ্শকাতৰ বিষয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ বৃহৎ সংবাদ কৰ্মীৰ সংগঠন অল ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্চ এছোচিয়েশ্বন চমুকৈ আইৰাৰ অসম শাখাৰ এটি সজাতি দলে অহা সপ্তাহত ...

Read More »

উত্তৰ গুৱাহাটীত বন সজাগতা অনুষ্ঠানৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত ১২ মে’ত অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা এখনি বন সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতন আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত শনিবাৰে দিনৰ ১২ ...

Read More »

আইৰাৰ অসম শাখাৰ সভাপতি সম্পাদকৰ উপস্থিতিত বাক্সাৰ ষাঠিশামুকাৰ বহাগী উৎসৱ অনুষ্ঠান সম্পন্ন

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: বিটিএডিৰ অধীনস্থ বাক্সা জিলাৰ মুছলপুৰৰ ষাঠিশামুকাত যোৱা ৫, ৬ তাৰিখ শনি আৰু ৰবিবাৰে বহাগী উৎসৱ অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে মুছলপুৰৰ হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়। প্ৰথম দিনা ৰাতিপুৱাৰে পৰা সন্ধিয়া পৰলৈকে আৰু দ্বিতীয় দিনা ৰাতিপুৱাৰ পৰা আবেলিলৈ ...

Read More »

বিভিন্ন কাৰ্যসূচীৰে চাংসাৰিত শ্ৰমিক দিৱস পালন

পঙ্কজ নাথ, চাংসাৰি,প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যতে ১মে’ৰ দিনা শ্ৰমিক দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিতো সেইদিনা শ্ৰমিক দিৱস পালন কৰা হয়। ১৯৮৬ চনত ৮ ঘণ্টা কামৰ দাবীত আমেৰিকাৰ চিকাগো চহৰত ধৰ্মঘটী শ্ৰমিকৰ আন্দোলনৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ আৰু সেই ...

Read More »

ভৱেশ কলিতাৰ মন্ত্ৰিত্ব লাভ, বাইহাটা চাৰিআলিত উৎসৱমুখৰ পৰিৱেশ

পঙ্কজ নাথ , চাংসাৰি, প্ৰথম খবৰ: বহু দিনৰ জল্পনা কল্পনা ও অপেক্ষাৰ অন্তত আজি সম্প্ৰসাৰণ হোৱা অসম মন্ত্ৰী সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰ পিছতেই আজি তেওঁৰ নিজৰ গৃহসমষ্টি ও জন্মস্থান কমলপুৰত উপস্থিত হোৱাৰ লগে লগেই ...

Read More »

হিমন্তৰ সমষ্টিত এতিয়াও উন্নত নহ’ল বাট-পথ

  চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ খোদ মন্ত্ৰী হিমন্ত বিশ্বৰ জালুকবাৰী সমষ্টিৰ বাট পথেই আজিলৈকে উন্নত নহ’ল। স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ বাট-পথ আদি উন্নত বুলি যদিও পূৰ্বতে কৈ ফুৰিছিল আচলতে তেনে নহয়। ...

Read More »

বৰপেটা বজালী শিক্ষণ প্ৰশিক্ষন মহাবিদ্যালয়ত অধ্যাপকৰ জালিয়াটি

চাংসাৰিৰপৰা পংকজ গোস্বামীৰ প্ৰতিবেদন,প্ৰথম খবৰ: ৰাজ্যত শিক্ষকতা বা অধ্যাপকতাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী কিম্বা বিভাগৰ দ্বাৰা বিভিন্ন নিয়ম ও ডিগ্ৰীৰ ক্ষেত্ৰত বাধ্য বাধকতা আদি আহি পৰাত এতিয়া নানা ঠাইৰ পৰা শিক্ষা ও ডিগ্ৰীৰ ক্ষেত্ৰত জালিয়াটি কৰাৰ খবৰ আহিবলৈ ধৰিছে। ইয়াৰ আলম লৈয়ে ...

Read More »

বাইহাটা চাৰিআলিত পূব কামৰূপ ছাত্র সন্থাৰ পথ অৱৰোধ

পঙ্কজ নাথ, চাংসাৰি, প্ৰথম খবৰ: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আজি পূব কামৰূপ ছাত্র সন্থাই জৰাজীৰ্ণ পথ মেৰামতি আৰু নলা নৰ্দমাৰ নিৰ্মাণৰ দাবীৰে পথ অৱৰোধ কায্যসূচী ৰূপায়ণ কৰে। বাইহাটা চাৰিআলিৰ গুৱাহাটী পথ, মংগলদৈ পথ, গোৰেশ্বৰ পথ আৰু ৰঙিয়া পথৰ দাঁতিৰ দুয়োকাশে বিজ্ঞানসন্মতভাৱে ...

Read More »

ৰাষ্ট্ৰীয় ঘাইপথৰ আপাতকালীন পৰিস্থিতিৰ সহায়ৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি

চাংসাৰিৰপৰা পঙ্কজ নাথৰ প্ৰতিবেদন, প্ৰথম খবৰ: সমগ্ৰ দেশতে বৰ্তমান সময়ত আটাইতকৈ ভয়ংকৰ হৈ পৰিছে প্ৰতিদিনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাত নিহত আৰু আহত হোৱা দুখ আৰু বেদনা দায়ক ঘটনা সমূহ আৰু ইয়াক লৈ সৃষ্টি হোৱা ভয়ানক পৰিস্থিতিৰ। এই সমূহৰ ওপৰত লক্ষ্য ৰাখি ...

Read More »