শেহতীয়া
Home / Author Archives: পংকজ গোস্বামী

Author Archives: পংকজ গোস্বামী

স্বামী-স্ত্রীৰ সম্পর্কত আৰক্ষী কিয়!!!!

স্বামী-স্ত্রীৰ সম্পর্কত ‘নাক সুমুৱা’ মুম্বাই আৰক্ষীৰ ভর্ৎসনা কৰিছে কলকাতা হাইকোর্টে। বিচাৰপতি দেৱাংশু বসাকৰ প্রশ্ন, প্রাপ্তবয়স্ক দুয়োজনে বিয়া কৰাই সংসাৰ কৰিছে— সেয়া জনাৰ পিছতো আৰক্ষীয়ে  উদ্ধাৰৰ নামত চহৰৰ চাৰিওফালে অভিযান চলাব পাৰে! বিচাৰপতিৰ মন্তব্য, ‘আদালতে স্বামী-স্ত্রীৰ সম্পর্কত হস্তক্ষেপ নকৰে । ফেচবুকৰ ...

Read More »

আপুনি জাতিস্মৰ নেকি!!!!

জাতিস্মৰ বুলি কলে এক সাংঘাতিক কৌতূহল আছে আমাৰ সকলোৰে মাজত৷ আগৰ জন্মত আমি কি আছিলো, কত আছিল আমাৰ ঘৰ আদি নানা ধৰণৰ প্ৰশ্নই মন উদ্বাউল কৰি তোলে মন। বলীউডতো যোৱা পঞ্চাশ বছৰ ধৰি প্রেমৰ মৃত্যুহীনতা বুজাবলৈ জাতিস্মৰৰ কাহিনীক লৈ ছবি নিৰ্মাণ ...

Read More »

কেৱল অখিল গগৈয়ে কিয়?

  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ৷ এইবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অখিলক গ্ৰেপ্তাৰ কৰোৱা হ’ল। কাৰণ তেখেত গণতন্ত্ৰৰ প্ৰতি ভাবুকি! আগতেও অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল৷ পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল৷ এইবাৰ কিন্তু বিষয়টো অলপ ...

Read More »

পিটাৰে শ্বীনাক অপহৰণ কৰিছিলঃ ইন্দ্ৰাণী

নিউজ ডেস্ক, প্ৰথম খবৰঃ সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে এইবাৰ স্বামীৰ বিৰুদ্ধে শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।স্বামী পিটাৰ মুখাৰ্জীৰ বিৰুদ্ধে ইন্দ্ৰাণী মুখাৰ্জীক শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ সুপৰিকল্পিতভাৱে ষড়যন্ত্ৰ ৰচনা কৰা বুলি ...

Read More »

পাপ্পুক নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে

নিউজ ডেস্ক, প্ৰথম খবৰঃ ‘পাপ্পু’ শব্দটি সাধাৰণতে ব্যবহাৰ কৰা হয় কংগ্রেছৰ উপ-সভাপতি ৰাহুল গান্ধীক কটাক্ষ কৰি। ছচিয়েল মিডিয়াতে প্ৰথমতে এই “পাপ্পু” শব্দটোৰ প্ৰচলন হৈছিল। পিছলৈ বিজেপি দলে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ  “পাপ্পু” শব্দটো  ব্যপক হাৰত ব্যৱহাৰ কৰিবলৈ ধৰে। যাৰ বাবু পাপ্পু ...

Read More »

প্ৰকাশ হবনে এন আৰ চিৰ খচৰা?

স্বাধীনতাৰ পূৰ্বে পূৰ্ববংগৰ পৰা পৰিশ্ৰমী মুছলমান অসমলৈ আহিছিল। তেনেকৈ অসমতে থাকিল সেইসকল লোক। তেওঁলোক এতিয়া হাড়ে-হিমজুৱে অসমীয়া। স্বাধীনতাৰ পিছতো আহিল বহুত। তেওঁলোকেও অসমীয়াৰ মাজত জীণ গ’ল। কিন্তু তীব্ৰ আপত্তি অবৈধভাৱে অহাসকলক লৈহে। হবই, কাৰণ এই অবৈধ বাংলাদেশীসকলৰ প্ৰব্ৰজনৰ ফলত  অসমৰ জনগাঁথনি ...

Read More »

বালি, পাউডাৰ, পাথৰ খোৱা ৰোগৰ পৰা সাৱধান!

প্ৰথম খবৰ, হেল্থ ডেস্কঃ সম্প্রতি কলকাতাৰ মেডিকেল কলেজত এজন যুৱকৰ পেটৰ অস্ত্রোপচাৰৰ পিছত অজস্র বালি, পাউডাৰ, পাথৰ, ময়লা পাইছিল চিকিৎসকসকল। এই ঘটনাক নজিৰবিহীন বুলি দাবী কৰে চিকিৎসকসকলে। পঞ্জাবৰ ভাটিন্ডাৰ বাসিন্দা অর্জুন শ্বাহ (১৬)। বিগত কিছুদিন ধৰি অসহ্য পেটৰ যন্ত্রণাত ভুগিছিল। ...

Read More »

ঘন কুঁৱলীৰ বাবে ৰেলযাত্ৰা বাতিল দিল্লীত

প্ৰথম খবৰ, গুৱাহাটীঃ প্ৰদূষণ, ঘন কুঁৱলীৰ বাবে এতিয়া বিপৰ্যস্ত দিল্লীৰ জনজীৱন। এতিয়া আকৌ অতিমাত্ৰা কুঁৱলীৰ বাবে  ৰেলযাত্ৰা বিলম্ব নহলে বাতিল। ঘন কুঁৱলীৰ বাবেই  দিল্লীত ৬৯খন ৰে’লৰ যাত্ৰাত বিলম্ব হৈছে। তদুপৰি সলনি কৰা হৈছে ২২খন ৰে’লৰ সময়সূচী। বাতিল কৰা হৈছে ৮খন ৰে’লৰ যাত্ৰা।

Read More »

সোণাৰিত অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, সোণাৰিঃ দেওবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীৰ এক অভিযানত জব্দ হয় এখন অবৈধ কয়লাভৰ্তি ট্ৰাক৷ ঘটনাৰ বিৱৰণী মতে দেওবাৰে নিশা নাগালেণ্ডৰ নিমনাগড়ৰ পৰা হবিব নামৰ এজন কয়লা মাফিয়াই এ এছ-০১ এ চি-০০৩৫ নম্বৰৰ এখন ট্ৰাকেৰে সোণাৰি হৈ নাহৰকটীয়ালৈ আনিছিল ...

Read More »

ডবকাত অগ্নিকাণ্ডত জাহ গল ১০খন দোকান

প্ৰথম খবৰ, ডবকাঃ যোৱানিশা ডবকাৰ পুৰাণ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।  এই অগ্নিকাণ্ডত ১০খন দোকান জাহ যায়। লগতে জাহ যায় এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা অংশও।  ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ১০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শংকৰদেৱ বিদ্যা নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা ...

Read More »