শেহতীয়া
Home / Author Archives: Safikuddin Ahmed

Author Archives: Safikuddin Ahmed

সোণাৰিৰ মাইবেলা লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ।বিস্ফোৰণৰ শব্দত কপি উঠিল সোণাৰি

  সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ , প্ৰথম খবৰ: এক ভয়াবহ বিস্ফোৰণৰ শব্দত কপিল সোণাৰিৰ মাইবেলাস্হিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ চৌহদ।প্ৰকল্পৰ দুই নং টাৰবাইনটো প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হৈ চূৰ্ণ বিচূৰ্ণ হৈ পৰে।উল্লেখ্য যে উক্ত টাৰবাইনটো বিগত সময়ত স্হাপন কৰাৰ পাছতে উক্ত ...

Read More »

সততা আৰু নিষ্ঠাৰে কাম কৰিলেহে সুফল পোৱা য়ায় বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা হাউলীত মহিন্দ্ৰা ট্ৰেক্টৰৰ ডিলাৰৰ শ্ব’ৰুম মুকলি

নিউজ ডেস্ক, প্ৰথম খবৰ : ভাগৱতৰ এক শ্লোক মাতি কালি হাউলীত মহিন্দ্ৰা ট্ৰেক্টৰৰ ডিলাৰৰ শ্ব’ৰুম এটি মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হাউলীৰ মৌটুপৰীৰ স্মৃতিৰেখা ফেমিলি ধাবাৰ কাষত শ্ব’ৰুমটি উদ্বোধন কৰি কয় ...

Read More »

কামৰূপ জিলা আৰু আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক মৌনতাত হিমন্তৰ সমষ্টিত অসামাজিক অনৈতিক কাৰ্য্যৰ ঘাটিলৈ পৰিণত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী ধাবা

  পঙ্কজ নাথ, চাংসাৰি,প্ৰথম খবৰ ২৪ এপ্ৰিল : বৰ্তমান সময়ত অসমৰ চাৰিওফালে ধৰ্ষণ, লুণ্ঠনকে আদি কৰি নানান অসামাজিক কাৰ্য্যকলাপ ও বিভিন্ন অপৰাধ সংঘটিত হৈ আছে আৰু ইয়াৰ অনুৰূপ ধৰণে জালুকবাৰীতো নানা ধৰণৰ অপৰাধ, অনৈতিক কাৰ্য্যকলাপ লগতে অসামাজিক কাম কাজ অব্যাহত ...

Read More »

মৃত্যু মুখত ভাৰতীয় ডাক সেৱা  কলগাছিয়াত ১৭ এপ্ৰিলৰ পৰা বন্ধ হৈ আছে ১০ খনকৈ ডাকঘৰৰ কাম কাজ ৰাইজৰ মাজত হাহাকাৰ 

  কলগাছিয়াৰ পৰা প্ৰথম খবৰ আব্দুল হাই : মৃত্যু মুখলৈ গতি কৰিছে ভাৰতীয় ডাক সেৱা । যোৱা ১৭ এপ্ৰিলৰ পৰা কলগাছিয়া উপ ডাকঘৰ আৰু ইয়াৰ অন্তৰ্গত বালাগাও, বালিকুৰি, বাংকাভাঙ্গা , চৰচৰীয়া , ঘূগুবাৰী, গুণিয়ালগুৰি, লাংলা, নিজ ৰামপুৰ আৰু শওপুৰ শাখা ...

Read More »

খোৱাঙত এজনক অপহৰণ কৰি হত্যা, দুজনক গ্ৰেপ্তাৰ

খোৱাঙৰ পৰা সঞ্জীৱ কোঁৱৰ প্ৰথম খবৰ: ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাং চাহ বাগিছাৰ এজন চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীক যোৱা ২০ এপ্ৰিল তাৰিখে অপহৰণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি উক্ত বাগিছাৰে গাড়ী ...

Read More »

চৰাইদেউৰ সাপেখাতীত গুলিচালনাৰ ঘটনা

চৰাইদেউৰ সাপেখাতীৰ চাৰিআলিত পেট্ৰল পাম্পলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলিচালনা ৷ স্বতাধিকাৰ কবিৰ আহমেদৰ পেট্ৰল পাম্পলৈ লক্ষ্য কৰি ধাৰাষাৰ  গুলিচালনাৰ ফলত পেট্ৰল পাম্পটো ক্ষতিসাধন হোৱাৰ উপৰিও এখনি ডাম্পাৰ ক্ষতিসাধন হয় ৷ ঘটনাস্থলিৰ পৰা ৪০ জাইতকৈ অধিক কাৰ্টিজ উদ্ধাৰ ।আলফা স্বাধীনলৈ সন্দেহৰ আঙুলি।।

Read More »

নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্হান 

প্ৰথম খবৰ , নলবাৰী, ২৩ এপ্ৰিল: অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অসততবিতব বিপদাপন্ন কৰিব বিচৰা নাগৰিকত্ব আইন ২০১৬ সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ নেতৃত্বত নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত গণ অৱস্হান পালন ...

Read More »

অদ্ভুত প্ৰজাতিৰ মাখিৰ উপদ্ৰৱত ত্ৰস্তমান দিখৌমুখত উপস্থিত আই চি এম আৰৰ দল  সাম্ভাৱ্য উৎপত্তিস্থল পৰিদৰ্শন, জীৱন্ত মাখিৰ নমুনা সংগ্ৰহ জিলা প্ৰশাসনৰ নিস্ক্ৰিয়তাত ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ

  দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ, ২৩ এপ্ৰিলঃ আজি কিছুদিন ধৰি শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ একাংশ গাৱঁত এটা অদ্ভুত প্ৰজাতিৰ মাখিৰ আবিৰ্ভাৱ ঘটি ৰাইজক ত্ৰস্তমান কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অৱশেষত অঞ্চলটোত আহি উপস্থিত হ’লহি ভাৰতীয় চিকিৎসা গৱেষণা কেন্দ্ৰৰ এটি গৱেষণা ...

Read More »

টিহুত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতাৰে জেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট  “দ্বিতীয় অসম আন্দোলনৰ সূচনা হব!”:– পবিন্দ্ৰ ডেকা 

পংকজ বেজবৰুৱা টিহু প্ৰথম খবৰ ২৩ এপ্ৰিল : নাগৰিকত্ব (সংশোধনী) ২০১৬ বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আজি টিহু জেষ্ঠ নাগৰিক সন্মিলনে টিহুত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। টিহু জেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত টিহু নগৰত আজি দিনৰ ১১ বজাত আৰম্ভ হোৱা ...

Read More »

চিচিবৰগাঁৱত অচিনাকী দুৰ্বৃত্তই মহিলাক প্ৰাণে মৰাৰ চেষ্টা, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সংকটজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

  প্ৰথম খবৰ, চিচিবৰগাঁও, ২৩ এপ্ৰিলঃ ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিচিবৰগাঁও কৈৱত্ত গাঁৱত যোৱা নিশা অকলশৰীয়াকৈ বসবাস কৰা মহিলাৰ ঘৰত অচিনাকি কোনো লোকে প্ৰৱেশ কৰি নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হৈছে । উল্লেখযোগ্য যে চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে বিভিন্ন ...

Read More »