শেহতীয়া
Home / অসম

অসম

সোণৰ ভাণ্ডাৰ গুৱাহাটী ৰে’ল ষ্টেশ্যনত

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ সোণ৷ আইজলৰ পৰা হাওৰালৈ সৰবৰাহৰ সময়ত ৰে’ল আৰক্ষীৰ তালাচীত জব্দ হ’ল উনৈশ কিলোগ্ৰাম সোণ৷ আন্ত:ৰাষ্ট্ৰীয় বজাৰত এই সোণখিনিৰ মূল্য প্ৰায় ছয় কোটি টকা৷ সোণ কঢ়িয়াই নিয়া তিনি মহিলা ...

Read More »

সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিবৰ্ষণ, আহত ২

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰত পঞ্চায়তৰ হিমলুগুৰীত সোণজানত সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অন্তেস্বৰ মহন্ত(৩৭) আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত (১৯) গুলিবিদ্ধ হৈ ততাতিয়াকৈ দুয়োকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব ...

Read More »

শিৱসাগৰ জিলাৰ পৰশ জ্যোতি দাসলৈ ড° আম্বেদকাৰ বটাঁ

শিৱসাগৰৰ পৰা  অপূৰ্ব্ব ভূঞা, প্ৰথম খবৰ : শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাওঁ (আখৈফুটীয়া)ৰ নিবাসী কাশীৰাম দাস আৰু নিৰু দাসৰ কনিষ্ঠ পুত্ৰ পৰশ জ্যোতি দাসলৈ ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ড° আম্বেদকাৰ নেচনেল ফেলশ্বিপ এৱাৰ্ডৰ বঁটা প্ৰদান কৰে। যোৱা শনিবাৰৰ পৰা দিল্লীত ...

Read More »

যোৰহাট সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি, গ্রন্থ উন্মোচন

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ সাহিত্য জগতৰ বৰণ্যে ব্যক্তি হিতেশ্বৰ বৰবৰুৱা, চন্দ্ৰধৰ বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, কুলধৰ চলিহা, নীলমণি ফুকন, যতীন্দ্রনাথ গোস্বামী, মিত্ৰদেৱ মহন্ত, নকুল চন্দ্ৰ ভূঞা। অসম সাহিত্য সভাৰ প্ৰথমখন স্বীকৃত শাখা যোৰহাট সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ কালি মুকলি সভা ...

Read More »

বৰপেটাৰােডত ঘোষিত হ’ব অসম সাহিত্য সভাৰ নির্বাচনী ফলাফল

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অহা ২৮ ডিচেম্বৰত অসম সাহিত্য সভাৰ নতুন সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম ঘোষণা হ’ব । বিগত ৩০ নৱেম্বৰত সাহিত্য সভাৰ নিৰ্বাচনী প্রক্রিয়া সমাপ্ত হোৱাৰ পিছত অহা ২৮ ডিচেম্বৰত বৰপেটাৰােডত অনুষ্ঠিত হ’বলগীয়া সভাৰ ...

Read More »

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস স্মৃতি দিৱস হিচাপে উদযাপন কৰিব সাহিত্য সভাই

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৭ ব’হাগৰ মৃত্যু দিৱসটাে প্রতি বছৰে হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস হিচাপে ৰাজ্যজুৰি উদযাপন কৰিব অসম সাহিত্য সভাই। প্রত্যেক বছৰে আয়ােজন কৰিব লগা এই স্মৃতি দিৱসতেই ‘হেমকোষ প্রকাশনে’ আধুনিক অসমীয়া জাতিৰ জনকস্বৰূপ পণ্ডিত হেমচন্দ্ৰ ...

Read More »

বৰপেটা চেহেৰী ক্লাৱৰ সোণালী জয়ন্তী উদযাপন

বৰপেটাৰ পৰা ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ : বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান চেহেৰী ক্লাৱৰ এইবেলি সোণালী জয়ন্তী বৰ্ষ। ১৯৬৭ চনত মৰহুম তাইজুদ্দিন আহমেদৰ প্ৰচেষ্টাত চেহেৰী ক্লাৱ গঠন হৈছিল। মুখ্যত ৰমজান মাহত ৰোজাদাৰ সকলোক নিদ্ৰাৰ পৰা জগাই দিয়াটো উদ্দেশ্য ...

Read More »

লংকা ৰেলৱে ষ্টেচনত পথ সংযোগী উৰণীয়া সেঁতু উদ্বোধন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ 

লংকাৰ পৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ: লংকা চহৰৰ দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধান হোৱাৰ দিশত।স্বাভাৱিকতে এই সু খবৰে উৎফুল্লিত কৰি তুলিলে লংকা বাসীক। হোজাই জিলাৰ লংকাত আজি দিনৰ দুই বজাত ৰেলযোগে উপস্থিত হয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই । ইয়াৰ পিছতেই লংকা ...

Read More »

ধুবুৰীত মানৱ শৃংখলৰ জৰিয়তে শুভেচ্ছা ৰাহুল গান্ধীক

প্ৰথম খবৰ, ধুবুৰী: ৰাহুল গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব দিয়াৰ বাবে সমগ্ৰ ভাৰতৰ লগতে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত “মানৱ শৃংখল” ৰ কাৰ্যসূচী পালন কৰা হয় । উক্ত অনুষ্ঠানত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, ধুবুৰী জিলা ...

Read More »

অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন

নিউজ ডেস্ক, প্ৰথম খবৰ : অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহকৰ অধিবেশন খনি বৰপেটাৰোড সাহিত্য সভাৰ সহযোগত অহা ২৮ ডিচেম্বৰ, ২০১৭ইং তাৰিখে বৰপেটাৰোডত অনুষ্ঠিত হব। এইলৈ জিলা উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰক লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আজি ...

Read More »