Home / অসম / কোকৰাঝাৰ

কোকৰাঝাৰ

ফকিৰাগ্ৰামত কবিগুৰুৰ জন্মজয়ন্তী পালন,শোভাযাত্ৰাৰ আয়োজন

  ফকিৰাগ্ৰামৰ পৰা কিশোৰ মীশ্ৰা প্ৰথম খবৰ ৯ মে’: সদৌ বি টি চি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ ফকিৰাগ্ৰাম আঞ্চলিক সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ যৌথ উদ্যোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৮ তম জন্মজয়ন্তী পালন কৰা হয়৷ ...

Read More »

ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী সমাৰোহ

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি উন্নয়নৰ সমান্তৰালকৈ ৰাইজে নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ল’ৰা-ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ বি টি চিত বসবাস কৰা প্ৰতিগৰাকী অভিভাৱকে এই চেষ্টাত ব্ৰতী নহ’লে সঁচা অৰ্থত কোনো কৃষ্টি, ভাষা আৰু সংস্কৃতি জীৱাই নাথাকে৷।এই ভাষ্য ...

Read More »

ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী, উদুলি-মুদলি বিহুৰ বাকৰি

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: ভিন্নতাৰ মাজত ঐক্য আৰু সংহতিয়েই হ’ল ভাৰতীয় সংস্কৃতি৷ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মৰ লোকৰ সমন্বয়নৰ থলী হিচাপে চিৰ প্ৰবাহমান, অসমীয়াৰ জাতীয় গৌৰৱ ৰঙালী বিহুয়ে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আহিছে৷ য’ত কোনো বিভেদ নাই৷ বৃহত্তৰ অসমীয়া সমাজত নিজৰ-নিজৰ ভাষা, ...

Read More »

ফকিৰাগ্ৰামত শিশু আৰু মহিলা অপৰাধ প্ৰতিৰোধৰ ওপৰত সজাগতা সভা

  প্ৰথম খবৰ, ফকিৰাগ্ৰাম, কিশোৰ মীশ্ৰা, ১৩ এপ্ৰিলঃ    উত্তৰ-পুৱ সীমান্ত ৰে’লৱেৰ আলিপুৰ দুৱাৰ মণ্ডলৰ অন্তৰ্গত ফকিৰাগ্ৰাম জংচনৰ ৰে’ল সুৰক্ষা বাহিনীৰ সভাগৃহত আজি ৰাতিপুৱা দহ বজাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷সচৰা’চৰ ৰে’লত সংঘটিত হৈ থকা অপৰাধ প্ৰতিৰোধৰ ওপৰত অনুষ্ঠিত হোৱা ...

Read More »

বি টি চি নাথ যোগী ছাত্ৰ সন্থাৰ অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: বি টি চি নাথ যোগী ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক। ফকিৰাগ্ৰাম, দোতমা আদি অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়ীক যান-বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ হৈছে৷ নাথ জনগোষ্ঠীৰ সমবিকাশ আৰু অধিকাৰ জনজাতিকৰণ আৰু ৰাজনৈতিক ...

Read More »

পিতা-পুত্ৰৰ সলিল সমাধি, শোঁকস্তব্ধ ফকিৰাগ্ৰাম

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: এক শোঁকাৱহ ঘটনাই স্তব্ধ কৰি তুলিছে এটা বৃহৎ অঞ্চল৷ মাছ মাৰিবলৈ যোৱা পিতা-পুত্ৰৰ সলিল সমাধিত এতিয়া শোঁকাৱহ পৰিবেশ বিৰাজমান অৱস্থা ফকিৰাগ্ৰামৰ বলদিয়া বাথানত৷ যোৱা ২৮ মাৰ্চৰ দুপুৰীয়া বলদিয়া বাথান গাঁৱৰ ৰতিকান্ত ৰায়(৫৬) আৰু কণমানি পুত্ৰ ...

Read More »

কোকৰাঝাৰৰ উত্তৰ ময়নাগুড়ীত কঁকায়েকৰ নৃশংশতাৰ বলী ভাতৃ

নিউজ ডেস্ক, প্ৰথম খবৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত উত্তৰ ময়নাগুড়ীত যোৱা দেওবাৰে সংঘটিত হয় এক নৃশংশ হত্যাকাণ্ড৷ যোৱা কেইবাদিনৰ পৰা চলি অহা এক পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি ৰমণী সূত্ৰধৰৰ একেটা পৰিয়ালৰে কেইজনমান সদস্যই মানসিকভাৱে অসুস্থ উত্তম সূত্ৰধৰ নামৰ ২৫ ...

Read More »

ন-বোৱাৰীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য, হত্যাৰ সন্দেহ পৰিয়ালৰ

ফকিৰাগ্ৰামৰপৰাকিশোৰ মীশ্ৰা, প্ৰথম খবৰ: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাৰ গুৱাবাৰী গাঁৱত আজি এগৰাকী ন-বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ এলেকাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত খবৰ মতে, ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বোৱালকামাৰী গাঁৱৰ হমিজ উদ্দিনৰ জীৱেক অৰ্পিনা বেগম ...

Read More »

ফকিৰাগ্ৰামত হত্যাকাণ্ড, চাৰিজনক গ্ৰেপ্তাৰ, পলাতক অৱস্থাত মাতৃ

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা,প্ৰথম খবৰ: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে কোকৰাঝাৰৰ ফকিৰাগ্ৰাম৷ ঘৰুৱা কন্দলৰ এক কৰুণ পৰিণতি৷ মাতৃ-ভাতৃয়ে মিলি হত্যা কৰিলে নিজৰে সন্তান, সহোদৰ ভাতৃক৷ এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে যোৱা ১১ মাৰ্চৰ নিশা। ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ময়নাগুৰি গাঁৱত মাতৃ, পুত্ৰৰ ...

Read More »

অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰঃ জনজাতি সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতি, অসম চমুকৈ (চি.চি.টি.অ’.এ)ই আহ্বান জনোৱা ১২ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক৷ ফকিৰাগ্ৰাম, দোতমা আদি অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়ীক যান-বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ আছে৷ জনজাতি সৰলৰ বাবে সংৰক্ষিত ১২,১৫৫ শীঘ্ৰে নিযুক্তি প্ৰদান ...

Read More »