শেহতীয়া
Home / অসম / গুৱাহাটী

গুৱাহাটী

ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যুক সাবটিলে মহিলাই

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ কামৰূপ জিলাৰ চাংসাৰিৰ নিকটৱৰ্তী কমলপুৰ থানাৰ অন্তৰ্গত মনিয়েৰী গাঁৱৰ এগৰাকী সৰবৰহী মহিলাই যোৱা বুধবাৰে অকালতে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলটোৰ লগতে ওচৰ পাজৰৰ অঞ্চল সমূহত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। অঞ্চলবাসী একাংশ ৰাইজৰ পৰা জানিব ...

Read More »

‘দূৰ্নীতিৰ বিৰুদ্ধে নহয়,মোৰ বিৰুদ্ধেহে যুঁজত নামিছে অনিল ৰাজাই’:ৰকিবুল

নিউজ ডেস্ক,প্ৰথম খবৰঃ ক্ৰমাৎ যেন উত্তপ্ত হ’বলৈ ধৰিছে অনিল ৰকিবুলৰ যুঁজখন। কিছুদিন আগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক অনিল ৰাজাই প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী সম্পত্তিৰ তথ্য ফাঁদিল কৰিছিল। ইয়াকে লৈ ৰকিবুল হুছেইনে ৰাজাৰ বিৰুদ্ধে দলৰ অনুশাসন ভংগ কৰা বুলি ...

Read More »

আকৌ বহিষ্কৃত হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক,প্ৰথম খবৰঃ মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক। সদনত কংগ্ৰেছ বিধায়ক গৰাকীয়ে দলং মেৰামতিক লৈ কৰা প্ৰশ্নত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উত্তৰত সন্তুষ্ট নোহোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। শ্বেৰমান আলীয়ে এয়া গনতন্ত্ৰৰ হত্যা ...

Read More »

চাংসাৰিত ভয়াবহ দুৰ্ঘটনাত ঠিতাতে নিহত ডাম্পাৰ চালক

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত চাংসাৰিত অৱস্থিত হেভেলচ্ কোম্পানীৰ সন্মুখত আজি সংঘটিত পথ দুৰ্ঘটনাত এজন ডাম্পাৰ চালক ঠিতাতে নিহত হয়। চাংসাৰিত অব্যাহত ডাম্পাৰৰ দৌৰাত্মৰ বাবে আজিলৈকে অঞ্চলটোত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল। আজি পুনৰ ...

Read More »

গুৱাহাটী হাতীগাৱঁৰ ব্যৱসায়ী হত্যাক লৈ উত্তাল বিধানসভাৰ মজিয়া

নিউজ ডেস্ক, প্ৰথম খবৰঃ বুধবাৰে নিশা মহানগৰীৰ হাতীগাৱঁত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া৷ যোৱাকালি হাতীগাৱঁৰ কৈলাশ নগৰত ব্যৱসায়ী হেমন্ত চাওচৰীয়াক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ ১২ ঘণ্টা উকলি যোৱাৰ পিছতো ...

Read More »

নিমখ হাৰাম! নিমখক লৈ উত্তাল বিধান সভা

নিউজ ডেস্ক, প্ৰথম খবৰঃ নিমখক লৈ উত্তাল হৈ পৰিল আজি বিধান সভা। ৰাজহুৱা সামগ্ৰী বিতৰণ ব্যৱস্থাৰ নিমখক লৈ বিৰোধী দলৰ বিধায়ক আব্দুল খালেকে পিডিএছ’ৰ নিমখক লৈ শাসকীয় মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰে! তেখেতে প্ৰশ্ন উত্থাপন কৰি কয় যে, বিগত বছৰত ...

Read More »

কালিৰে পৰা আঠিয়াবৈত অষ্ট প্ৰহৰৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ বিশ্বশান্তিৰ বাবে বিগত বছৰকেইটিৰ দৰে এইবেলিও জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আঠিয়াবৈত ২২ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অষ্টপ্ৰহৰ নাম সংকীৰ্ত্তন মহাযজ্ঞৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি কালি ২২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ দিনা ৰাতিপুৱা ধ্বজা উত্তোলনৰে অষ্ট প্ৰহৰৰ কাৰ্য্যসূচীৰ ...

Read More »

কামৰূপৰ ৰৌমাৰীত ভয়াবহ অগ্নিকাণ্ড

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ৰৌমাৰীত যোৱা নিশা এক ভয়াবহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গল এটা বাসগৃহ। জানিব পৰা মতে, যোৱাকালি নিশা শুৱালকুছি শিঙিমাৰী পথৰ দাঁতিত থকা হৰিশ বৈশ্যই সপৰিয়ালে বিয়া খাবলৈ যোৱাৰ সময়তে এই ভয়াবহ অগ্নিকাণ্ডটো ...

Read More »

বিদেশী ন্যায়াধিকৰণ আদালতৰ ৰহস্যজনক ৰায়দান,স্বদেশী পিতৃৰ কন্যাক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰঃ কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱত এগৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণ আদালতে স্বদেশীক বিদেশী সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙ্গেশ্বৰী গাঁৱৰ আব্দুৰ ৰশিদৰ পত্নী মমতাজ বেগমক ...

Read More »

কাজিৰঙাত ফ্ৰান্সৰ পৰ্যটকৰ হাতত অচল নোট

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰঃ দেশত এতিয়াও আছে পুৰণি অচল টকা৷ বিমুদ্ৰাকৰণৰ পাছতো পুৰণি টকা অসৎ কৌশলেৰে একাংশই চলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এনেদৰেই অসাধু চক্ৰই কৌশলেৰে দিয়া পুৰণি নোট পৰিলগৈ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা পৰ্যটকৰ হাতত৷ অসমৰ এগৰাকী টুৰিষ্ট গাইডৰ তৎপৰতাত পোহৰলৈ ...

Read More »