শেহতীয়া
Home / অসম / গোৱালপাৰা

গোৱালপাৰা

লক্ষীপুৰত ধুমুহাত বিস্তৰ ক্ষতি সাধন

লক্ষীপুৰৰপৰা কাব্যজ্যোতি চৌধুৰী, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰকে ধৰি ইয়াৰ উপকন্ঠ অঞ্চলৰ ওপৰেদি যোৱা নিশা পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা আৰু বৰষুণে অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰে। নিশা প্ৰায় দহ বজাত মুষুলধাৰে বৰষুণৰ সৈতে অহা ধুমুহাই লক্ষীপুৰ নগৰৰ কলেজ ...

Read More »

আগিয়া মহাবিদ্যালয়ৰ ছাত্ৰী নিখোজ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত আৰু আগিয়া আৰক্ষী থানাৰ সীমা মূৰীয়া অঞ্চল দেউলি কৰাইবাৰীৰ ছাত্ৰী নিখোজ হোৱাৰ বাতৰিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। প্ৰাপ্ত বাতৰি মতে, যোৱা শনিবাৰে ৰাতিপুৱা ১০.০০ বজাত গিৰিশ কলিতাৰ জীয়ৰী ...

Read More »

গোৱালপাৰাৰ ডিটেনচন কেম্পত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, শৰণাৰ্থীক জেলত ৰখাৰ পৰিৱৰ্তে সুকীয়াভাৱে ডিটেনচন কেম্প বনোৱাৰ আহ্বান

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: গোৱালপাৰাৰ ডিটেনচন কেম্পত আজি শৰণাৰ্থীৰ বুজ ল’বলৈ আহে বিজেপি দলৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ। শুক্ৰবাৰে দিনৰ ১১.০০ বজাত তেওঁ গোৱালপাৰা জিলা কাৰাগাৰত থকা ডিটেনচন কেম্পৰ ২৫১ গৰাকী শৰণাৰ্থীৰ বুজ লয়। শৰণাৰ্থী সকলৰ খবৰ ...

Read More »

লক্ষীপুৰ প্ৰা: বি:ত ছাত্ৰ অনুপাতে নাই শিক্ষক:আজিও সংযোগ হৈ থকা শিক্ষকে ওভতি নাহিল

লক্ষীপুৰৰপৰা কাব্যজ্যোতি চৌধুৰী,প্ৰথম খবৰ: ৰাজ্যখনৰ শিক্ষা বিভাগত গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান উন্নত কৰিছিল যদিও গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ অন্তৰ্গত ২১৬নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ।গুণোৎসৱত অসমৰ ভিতৰত গোৱালপাৰা জিলা শীৰ্ষত প্ৰতিপন্ন হোৱাৰ বিপৰীতে ২১৬নং ...

Read More »

চৰকাৰী ৰাজহ ফাঁকি দি গোপনে কয়লা কঢ়িওৱা ট্ৰাক জব্দ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ: আজি কিছুদিনৰ পৰা গোৱালপাৰা জিলা পৰিবহন বিভাগৰ যান বাহন নিৰীক্ষণ শাখাৰ দ্বাৰা মেঘালয়ৰ পৰা কয়লা কঢ়িওৱা ট্ৰাক সমূহ গোৱালপাৰা জিলাখনৰ মুখ্য প্ৰৱেশ দ্বাৰ সমূহৰ বিভিন্ন অঞ্চল সমূহত ট্ৰাক সমূহে কঢ়িয়াই অনা সৰ্বাধিক বহন ক্ষমতাৰ হিচাপ ...

Read More »

শিমলীতোলাত কালি মন্দিৰত চুৰি কাণ্ড

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান ,প্ৰথম খবৰ: ১১মাৰ্চত গোৱালপাৰা জিলাৰ শিমলীতোলাৰ বৰবৰীত পুৱতি নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। বৰবৰীৰ কালি মন্দিৰত চুৰে চলায় ছাফাই অভিযান। মন্দিৰৰ দান পাত্ৰ ভাঙি নগদ ধন সহ মুল্যবান সা সামগ্ৰী লুটি নিয়ে চোৰে। চুৰে চাফাই অভিযান চলাই ...

Read More »

মালাধৰাত তীব্ৰ বেগী বাছৰ খুন্দাত বৃদ্ধ সহ শিশু আহত

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ ৰংচাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত আজি পোৱা ১০:৩০ বজাত মানকাছাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্ভুক্ত এ এছ-১৮ চি মাইজান নামৰ বাছখনে তীব্র বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই এন ই চি ...

Read More »

গোৱালপাৰাৰ এ+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ দাবী

লক্ষীপুৰৰপৰা কাব্যজ্যোতি চৌধুৰী,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২১৬নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ে ৯৯.৫৭ নম্বৰেৰে অসমৰ মাজত অসমৰ ভিতৰতেই এক সুকীয়া স্থান দখল কৰি এ+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হোৱাত আজি বিজয় উল্লাসৰ এখনি সভা অনুষ্ঠিত কৰে। ৰাতিপুৱা নগৰখনত শিক্ষক-শিক্ষয়িত্ৰী, ...

Read More »

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী হ’ব বিচাৰিছে দাৰীদুৰীৰ ২৫ জন খেতিয়কে

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰঃ গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত বালিজানা কৃষি খণ্ডৰ অন্তৰ্গত মাকৰীৰ পৰা ৩ কিলোমিটাৰ দূৰত্বৰ দাৰীদুৰি গাঁওৰ ২৫ জন খেতিয়কে সৎ সংঘ বিহাৰ আশ্ৰমৰ আনুমানিক ১০ বিঘা মান মাটিৰ কিছু অংশত ষ্ট্ৰবেৰী খেতি কৰাৰ লগতে ...

Read More »

মাটিযাত কৃষক মুক্তিৰ বিক্ষোভ কাৰ্যসূচী

মাটিযাৰপৰা কন্দৰ্প নাথ,প্ৰথম খবৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি, গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি মাটিযাত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। ভূমি হীন লোকক ভূমি পট্টা প্ৰদান, ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, চৰকাৰী সকলো বিভাগতে চলি অহা দূৰ্নীতি বন্ধ কৰা আৰু ৪৬নং ...

Read More »