শেহতীয়া
Home / অসম / তিনিচুকীয়া

তিনিচুকীয়া

তিনিচুকীয়াত ১৫০ গৰাকী মহিলাক উজ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ, পেঙেৰী: প্ৰধান মন্ত্ৰী উজ্বলা দিৱসৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী এল পি জি পঞ্চায়ত আঁচনিৰ অধিনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে শুকুৰবাৰে সমষ্টিটোৰ ১৫০ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত বিনামূলীয়া এল পি জি গেছ চিলিণ্ডাৰ বিতৰণ কৰে৷ মহাকালি কমিউনিটি গৃহৰ ...

Read More »

তিনিচুকীয়াৰ ব্যতিক্ৰমী বিধায়ক সঞ্জয় কিশানৰ ব্যতিক্ৰমী পদক্ষেপ, গৰু বিহুৰ নিশা কটালে দৰিদ্ৰ কৃষকৰ ঘৰত

পেঙেৰীৰপৰা সীমান্ত চেতিয়া, প্ৰথম খবৰঃ এগৰাকী জনপ্ৰতিনিধিয়ে যদি নিজৰ অঞ্চলৰ সাধাৰণ জনতাৰ সুখ দুখ অভাৱ অভিযোগৰ সতে একাত্ম হ’ব নোৱাৰে তেনেহলে কেতিয়াও এজন ৰাইজৰ প্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি হ’ব নোৱাৰে৷ সোৱে বাওঁৱে দেহৰক্ষীৰ কনভয় লৈ শীত তাপ নিয়ন্ত্ৰিত কক্ষত সুখ আৰু বিলাসী ...

Read More »

কাকপথাৰত পূৱতী নিশা মটৰ চাইকেলেৰে অহা দকাইটৰ দলৰ তাণ্ডব, ৰাজপথত গাড়ী ৰখাই দকাইটি

প্ৰথম খবৰ, কাকপথাৰ: তিনিচুকীয়া জিলাত একে ৰূপত আত্ম প্ৰকাশ কৰিছে ডকাইত আৰু আৰক্ষী ডকাইতৰ। কালি দাবী ধমকীৰে ধন সংগ্ৰহ কৰি থাকোতে ৰাইজে হাতে লোটে ধৰি ডিগবৈ আৰক্ষীক চমজাই ৰক্ষক ৰুপি ভক্ষক এছ আই বিকাশ হাতীবৰুৱাক আই এছ আই বিকাশ চামডাং ...

Read More »

কয়লা নগৰী লিডুৰ যুৱক সন্ধানহীন

প্ৰথম খবৰ, লিডু: লিডু অঞ্চলৰ বজাৰ বস্তিৰ এজন যুৱক যোৱা ৫ এপ্ৰিলৰ পৰা নিৰুদিষ্ট হৈ আছে। সন্ধানহীন যুৱকজনৰ নাম সুধীৰ দাস আনহাতে বয়স ২৮ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখ্য যে, নিৰুদিষ্ট যুৱকজন এখন মোবাইল ৰিপায়েৰিং দোকানৰ স্বত্বাধিকাৰী আছিল। ...

Read More »

লিডুত বিহু কৰ্মশালাত বিদেশী পৰ্যটকে হেঁপাহ পলুৱাই নাচিলে বিহু, মুখ্য কাৰ্যবাহী বিষয়াৰ ঢোলবাদন-বিহুগীত

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: দহদিনীয়াকৈ তিনিচুকীয়া জিলাৰ কয়লা নগৰী খ্যাত লিডুৰ কেন্দ্ৰীয় ৰঙ্গমঞ্চৰ প্ৰাঙ্গনত অনুষ্ঠিত বিনামূলীয়া বিহু কৰ্মশালাৰ কালি সফল সমাপ্তি ঘটে। শামুক জান গাঁও পঞ্চায়তৰ উদ্যোগত আৰু লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালা খনিত প্ৰায় ...

Read More »

জাগুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

প্ৰথম খবৰ, জাগুন: জাগুন অঞ্চলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। জাগুন-নামচিক সংযোগী পথ অতি শীঘ্ৰে মেৰামতি কৰা, এই পথছোৱা মেৰামতি নকৰা পৰ্যন্ত অত্যাধিক বোজা কঢ়িওৱা যান-বাহনৰ চলাচল বন্ধ ...

Read More »

তিনিচুকীয়াত পঞ্চায়ত নিৰ্বাচনৰ ৰনশিঙা বজালে অসম গণ পৰিষদে, ৰেলীৰে আৰম্ভ কৰিলে প্ৰচাৰ অভিযান

প্ৰথম খৱৰ, তিনিচুকীয়া: সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো ৰাজনীতি দলে কুচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ আজি অসম গণ পৰিষদে তিনিচুকীয়াত পঞ্চায়ত নিৰ্বাচনী সজাগতা সপ্তাহ নামেৰে এক অনুষ্ঠানেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে৷ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজিৰ ...

Read More »

বিধ্বস্ত ৰাষ্ট্ৰীয় পথ, মাৰ্ঘেৰিটাত পথৰ ওপৰত ছাত্ৰ মুক্তিৰ হাল বোৱা আৰু মাছ ধৰা কাৰ্যসূচী

মাৰ্ঘেৰিটাৰপৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰঃ পৰিবৰ্তনৰ শ্ল’গানেৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল প্ৰায় দুবছৰ সম্পূৰ্ণ হ’ল যদিও এতিয়ালৈ পৰিবৰ্তন নহ’ল ৰাষ্ট্ৰীয় ঘাই পথ। বিধ্বস্ত ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথে সৰ্ব সাধাৰণ ৰাইজক  কন্দুৱাই থকাৰ সময়ত আজি ছাত্ৰ মুক্তিয়ে মাৰ্ঘেৰিটাৰ ঘাই ...

Read More »

তিনিচুকীয়াত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ,পেঙেৰী: চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষ প্ৰথম কিস্তিৰ অধীনত আজি বিধায়ক সঞ্জয় কিশানে তিনিচুকীয়াত আজি কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ বিধায়কগৰাকীয়ে ১.৫ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া তিনিচুকীয়া লাচিত নগৰত কমিউনিতি হলৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছতে ৰংপুৰীয়া পঞ্চায়তৰ ...

Read More »

তিনিচুকীয়া পৌৰসভাৰ যান-বাহন মেৰামতি আৰু ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ,পেঙেৰী: তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিশাণে আজি তিনিচুকীয়া ডাক বাংলো পৰিদৰ্শন কৰি তিনিচুকীয়া পৌৰ সভাৰ যান-বাহন সমূহৰ অৱস্থাৰ বুজ লয়৷ তিনিচুকীয়া চহৰখন পৰিস্কাৰ কৰি তুলিবলৈ সম্প্ৰতি পৰিত্যক্ত অৱস্থাত থকা কেইবাখনো জেচিবি আৰু ডাম্পাৰৰ মেৰামতিৰ বাবে অচিৰেই যাৱতীয় ব্যৱস্থা ...

Read More »