শেহতীয়া
Home / অসম / নলবাৰী

নলবাৰী

পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবী, নলবাৰীত অল ইণ্ডিয়া ডি এছ অ’ৰ ছাত্র বিক্ষোভ

প্ৰথম খবৰ, নলবাৰী: জনমতৰ প্ৰতি সন্মান জনাই অবিলম্বে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে অল ইণ্ডিয়া ডি এছ অ’ৰ নলবাৰী জিলা ইউনিটে নলবাৰী চহৰত ছাত্র বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ বহু সংখ্যক সদস্য আৰু ...

Read More »

টিহুত চুৰি ডকাইতি কাণ্ডত উদ্বেগ বিধায়ক পবিন্দ্ৰ ডেকাৰ, নিৰাপত্তা সুনিশ্চিত কৰাৰ কঠোৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনক

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু অঞ্চলত দীৰ্ঘদিন ধৰি অচিনাক্ত দুৰ্বৃত্তই চলাই অহা চুৰি, ডকাইত আদি কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই। বিধায়ক ডেকাই শনিবাৰে টিহুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ...

Read More »

নলবাৰী মহকুমা বিহু সন্মিলন উদ্বোধন

প্ৰথম খবৰ, নলবাৰী: বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত নলবাৰী মহকুমা বিহু সন্মিলন বুধবাৰৰ পৰা আৰম্ভ হৈছে। আজি নিশা মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। মহকুমা বিহু সন্মিলনিৰ সভাপতি গণেশ তামূলী, বিষয়ববীয়া হেমেন্দ্ৰ মহন্ত, ...

Read More »

বৰক্ষেত্ৰীত পুনৰ ধৰ্ষণ কাণ্ড, আৰক্ষীৰ জালত অভিযুক্ত

প্ৰথম খবৰ, চেঙা: সমগ্ৰ অসমতে ধৰ্ষণ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে পুনৰ আন এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে নলবাৰীৰ বৰক্ষেত্ৰীত। বুধবাৰে নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে ধৰ্ষণত অভিযুক্ত বিবাহিত লম্পট এটাক নলবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৰ্ষণত অভিযুক্ত ধৃত লম্পটটো ...

Read More »

নলবাৰীত মহিলা অগ্নিদগ্ধ

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ সন্ধাত বুধবাৰে দিনৰ ভাগত পাৰুল মালাকাৰ নামৰ এগৰাকী মহিলা ভাত ৰান্ধি থকা অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয়। আহত মহিলা গৰাকীক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁৰ দেহৰ প্ৰায় শতাংশ ...

Read More »

বিদ্যুৎ পৰিবাহী তাঁৰত নলবাৰীত এজনৰ মৃত্যু

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ পকোৱাত বুধবাৰে বিদ্যুৎ পিষ্ট হৈ এজন লোকৰ শোকাবহভাৱে মৃত্যু হয়। গছ কাতিবলৈ বিদ্যুৎ পৰিবাহী তাঁঁৰৰ ওছৰত থকা গছত উঠিছিল লোকজন। পিছত গছৰ পৰা নামি আহোতে বিদ্যুৎ পৰিবাহী বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎ পিষ্ট হৈ লোকজনৰ মৃত্যু ...

Read More »

নলবাৰীৰ গনেশ মন্দিৰ চকত গ্ৰাম স্বৰাজ অভিযানৰ অধিনত স্বচ্ছ ভাৰত অভিযান

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলা বিজেপি আৰু পূৱ নলবাৰী মণ্ডল বিজেপি সমিতিৰ উদ্যোগত তথা শাসক দলটোৰ পাঁচ নং পঞ্চায়তৰ কৰ্মী সকলৰ সহযোগত বুধবাৰে নলবাৰীৰ গনেশ মন্দিৰ চক, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰ, গনেশ মন্দিৰৰ চৌহদত ভাৰত চৰকাৰে ঘোষণা কৰা ‘গ্ৰাম ...

Read More »

কামৰূপৰ দমদমাত ভূমি দখলৰ চেষ্টা, প্ৰাণে মৰাৰ ভাবুকি

প্ৰথম খবৰ, নলবাৰী: কামৰূপ গ্ৰাম্য জিলা দদৰা আৰক্ষী চকীৰ অন্তৰ্গত দমদমাত যোৱা নিশা ভূমি অবৈধভাৱে দখলৰ চেষ্টা আৰু নামজাৰিক লৈ দুগৰাকী চিনাক্ত আৰু চাৰিগৰাকী অচিনাক্ত লোকে মুস্তাক আলী নামৰ এগৰাকীক উপৰ্যুপৰি শাৰীৰিক আক্ৰমণ কৰি আহত কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি ...

Read More »

নলবাৰীত মহিলা কংগ্ৰেছৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ক’লা দিৱস

প্ৰথম খবৰ, নলবাৰীঃ মঙ্গলবাৰে নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ক’লা দিৱস পালন কৰে। মূলত নাৰী নিৰ্যাতন, ধৰ্ষণ আৰু হত্যা-হিংসা ৰোধ কৰাত দেশ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত এই ক’লা দিৱস ...

Read More »

নলবাৰীত পথ দুৰ্ঘটনাত টেম্পচালক আহত

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ আখৰাত সোমবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক গুৰতৰভাৱে আহত হয়। আহত লোকজনক টেম্প ভেনৰ চালক বিকাশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ...

Read More »