Home / অসম / বৰপেটা

বৰপেটা

বৰপেটাবাসীলৈ  সুখবৰ 

নিউজ ,ডেস্ক প্ৰথম খবৰ:  বৰপেটাৰ প্ৰস্তাৱিত কৰ্কট ৰোগ চিকিৎসালয়খনৰ আধাৰশিলা অহা ১৭ জুনত স্থাপিত হ’ব৷ উক্ত দিনাই ৰাজ্যৰ আন ১৮ খন কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰা হ’ব৷ গুৱাহাটীত কেন্দ্ৰীয়ভাবে অনুস্থিত হ’ব লগীয়া এই অনুস্থানত ৰতন টাটাও উপস্থিত থাকিব৷ আজি এক ...

Read More »

বৰপেটাৰ ধানবান্ধাত ধৰ্ষণৰ অপচেষ্টা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যত যেন এতিয়া নাৰীজনিত অপৰাধ তীব্ৰতৰ হৈছে। আজি আবেলি ৪:৩০ বজাত বৰপেটা ধানবান্ধা হাইস্কুলৰ এজন ছাত্ৰীৰ ওপৰত এজন উদণ্ড যুৱকে ধৰ্ষণৰ অপচেষ্টা চলায়। জানিব পৰামতে ধানবান্ধা হাইস্কুলৰ বাৰ্ষিক অধিৱেশন চলি আছিল ঠিক সেই সময়তে নবিবৰ ৰহমানৰ ...

Read More »

কৃষক নেতা বিদূৰ ৰয়ৰ মৃত্যুত চেঙাত শোকৰ ছাঁ দল-সংগঠনৰ শোক প্ৰকাশ

  প্ৰথম খবৰ , চেঙা,১২মে’: বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি তথা চেঙা আঞ্চলিক কৃষক মুক্তিৰ প্ৰতিষ্ঠাপক উপ সভাপতি বিদূৰ ৰয়ৰ(৪৫) আজি আকস্মিক বিয়োগ ঘটে৷দুগৰাকী মেধাৱী সন্তানৰ পিতৃ বিদূৰ ৰয়ে আজি প্ৰাতঃভ্ৰমনৰ সময়ত বুকুত বিষ অনুভৱ কৰাত চেঙা ...

Read More »

বৰপেটাৰোডত ৬ বছৰীয়া শিশুক যৌন আতিশায্যৰ অভিযোগ, এজনক আটক

প্ৰথম খবৰ, বৰপেটাৰোড : এগৰাকী ৬ বছৰীয়া শিশুক যৌন আতিশায্য কৰাৰ অভিযোগত আজি এগৰাকী লোকক বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোকজন হৈছে বৰপেটাৰোডৰ সমীপৰ বুনমাজা পথাৰ গাঁৱৰ ৫৫ বছৰীয়া আব্দুল কাদেৰ ৷ প্ৰাপ্ত খবৰ মতে, চহৰখনৰ ৯ নম্বৰ ...

Read More »

কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান আঁচনিৰ শুভাৰম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ: বৰপেটা জিলাৰ সৰভোগত সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা অভিযানৰ অন্তৰ্গত আয়ুস্মান ভাৰত আঁচনি খনৰ শুভাৰম্ভ কৰা হয়। দিনত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰপেটা জিলা স্বাস্থ্য বিভাগৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ...

Read More »

ছ’চিয়েল মিডিয়াত নগ্ন ফটো প্ৰচাৰ, বৰপেটাৰ দুই শিক্ষক ৰঙা ঘৰলৈ

প্ৰথম খবৰ, চেঙা: ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশতে উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সময়তে দুগৰাকী শিক্ষকে যুৱতীৰ নগ্ন ফটো প্ৰচাৰ কৰি কলঙ্কিত কৰিলে শিক্ষক সমাজক। বৰপেটা জিলাৰ খংৰাত সংঘটিত হ’ল এই জঘন্য ঘটনা। যুৱতীৰ নগ্ন ফটো প্ৰচাৰ কৰা লম্পট দুগৰাকী ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক বুলি ...

Read More »

অসম সাহিত্য সভাৰ ড° পৰাগমণি শৰ্মা প্রথম স্মাৰক বক্তৃতাৰ আয়ােজন, উত্তৰ-পূব লােক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা

প্ৰথম খবৰ, বৰপেটাৰোড: তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্রয়াত সহযােগী অধ্যাপক ড° পৰাগমণি শৰ্মাৰ সোঁৱৰণত শনিবাৰে অসম সাহিত্য সভাই “উত্তৰ-পূব লােক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা” এক স্মাৰক বক্তৃতাৰ আয়ােজন কৰে। লােক-সংস্কৃতি বিভাগৰ অধ্যাপক প্রয়াত পৰাগমণি শৰ্মাৰ সোঁৱৰণত এই স্মাৰক বক্তৃতা অনুষ্ঠিত হয় ...

Read More »

কলগাছিয়াৰ তাৰাকান্দি বজাৰত নিশা ভয়াবহ অগ্নিকাণ্ড, ২০ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

  কলগাছিয়াৰ পৰা প্ৰথম খবৰ আব্দুল হাই : কলগাছিয়াৰ তাৰাকান্দি বজাৰত নিশা এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয় । এই অগ্নিকাণ্ডত তাৰাকান্দি বজাৰৰ ১০ টা দোকান সহ ২০ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয়। জুই জ্বলি উঠাৰ লগে লগে ৰাইজৰ তৎপৰতাত জুই ...

Read More »

কৃষি বিভাগৰ কাণ্ড, ৩৫খন গাঁওৰ হেজাৰ হেজাৰ কৃষকলৈ মাত্ৰ ৫০ কিলোগ্ৰাম মৰাপাটৰ বীজ যোগান

প্ৰথম খবৰ, চেঙা: ৰাজ্যৰ কৃষি ক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে বুলি আস্ফালন কৰিলেও তাৰ বিপৰীতে এখন ছবিহে প্ৰতিফলিত হৈছে বৰপেটা জিলাত৷ কৃষকসকলৰ বাবে সৰ্বতো প্ৰকাৰৰ সুবিধা হোৱাকৈ বিভিন্ন আঁচনি সফল ৰূপায়নৰ কথা ৰাজ্য চৰকাৰৰ কৃষি বিভাগে দাবী ...

Read More »

সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালক আক্ৰমণ, আৰক্ষীৰ জালত ১১ আক্ৰমণকাৰী

প্ৰথম খবৰ, বৰপেটাঃ অৱশেষত আৰক্ষীৰ জালত পৰিল খিলঞ্জীয়া পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা আক্ৰমণকাৰীসকল। যোৱা ১৯ এপ্ৰিলত জিলাখনৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত জড়িত ৮ অভিযুক্তক বুধবাৰে বৰপেটা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ...

Read More »