শেহতীয়া
Home / অসম / বৰপেটা (page 2)

বৰপেটা

চেঙাত এন আৰ চি কেন্দ্ৰ পুনৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এন আৰ চি সহায়ক কেন্দ্ৰবোৰ মঙ্গলবাৰে পুনৰ পৰিদৰ্শন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে। বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খন খচৰা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী খচৰা প্ৰকাশৰ প্ৰস্তুতি তুংগত ...

Read More »

চেন্নাইত উদ্ধাৰ কলগাছিয়াৰ কিশোৰী

প্ৰথম খবৰ, বৰপেটাঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত চৰিয়তপুৰ গাঁওৰ এগৰাকী কিশোৰীক বৰপেটাৰ আৰক্ষীয়ে চেন্নাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা ১৭ ফেব্ৰুৱাৰীত কিশোৰী গৰাকীক চৰিয়তপুৰ গাঁওৰ জাহাংগীৰ আলম নামৰ এজন যুৱকে প্ৰলোভনেৰে অপহৰণ কৰি চেন্নাইলৈ লৈ গৈছিল৷ বৰপেটাৰ ...

Read More »

চেঙাত ভয়ংকৰ পথ দূৰ্ঘটনা

নিউজ ডেস্ক, চেঙা: বৰপেটাৰ চেঙাত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ এছ ১৫ই ৯৩৬৭ নম্বৰৰ এখন বাইক আৰু এছ ০১এফচি ৪৫৮৮ নম্বৰৰ বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় আব্দুল মান্নান নামৰ এগৰাকী বাইকচালক৷ জানিব পৰা মতে, ...

Read More »

বৰপেটা আৰক্ষীত নৈৰাজ্য, ৰঙাঘৰত সোমাল খোদ আৰক্ষী বিষয়া

প্ৰথম খবৰ, বৰপেটা: সৰিয়হৰ ডুলিতে ভূত৷ বৰপেটা আৰক্ষীত দুৰ্নীতিৰ পোহাৰ৷ নিয়ন্ত্ৰণহীন হৈ পৰিছে খাকী পোছাকধাৰী৷ নিৰীহ লোকক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হ’ল উপ-পৰিদৰ্শক৷ সম্প্ৰতি বৰপেটা জিলা কাৰাগাৰৰ অতিথি হোৱা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ নাম অনিকান্ত ৰয়৷ মন্দিয়া আৰক্ষী চকীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ জিম্মাৰ ...

Read More »

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি আৰু আনুষংগিক দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন

নিউজ ডেস্ক, প্ৰথম খবৰ: শিক্ষাৰ অধিকাৰ আইনৰ অন্তৰ্গত ৰাজ্যৰ বিদ্যালয় সমূহত শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ সততে শুনিবলৈ পোৱা যায়। ৰাজ্যৰ শিক্ষাখণ্ডৰ পয়ালগা স্বৰূপ উদঙাই যোৱাকালি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে কপালে বৰপেটাৰ আকাশ বতাহ। আশ্ৰাফুল ইছলাম তথা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ...

Read More »

ভেল্লাত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

প্ৰথম খবৰ, চেঙা: ৰাজ্যখনত সঘনাই সংঘটিত হৈ থকা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। যোৱা কিছুদিন ধৰি বৰ্ধিতৰূপত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নাবালিকাকেধৰি মহিলাসকলৰ ওপৰত চলা হত্যা-ধৰ্ষণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে আজি গৰজি উঠি বৰপেটা জিলাৰ ভেল্লাত পথ অৱৰোধৰ লগতে ...

Read More »

বৰপেটাৰোডত হত্যা-ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া ৰাজ্যখনৰ মহিলা সকলৰ ওপৰত চলি থকা ধৰ্ষণ আৰু হত্যাৰ তীব্ৰ প্ৰতিবাদ জনোৱা হয়৷ বৰপেটাৰোড আঞ্চলিক মহিলা সমিতিৰ আহ্বানত চহৰখনৰ ভালেমান মহিলা ওলাই আহি এই ধৰ্ষণ আৰু হত্যা লীলা বন্ধ কৰিবলৈ ...

Read More »

ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ উদ্যাগত ব্যাসকুছি হাইস্কুলত জ্ঞান-বিজ্ঞান মেলা সম্পন্ন

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ ব্যাসকুছি হাইস্কুলত আজি ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ উদ্যোগত এখন জ্ঞান-বিজ্ঞান মেলা সফল ভাবে সম্পন্ন হয়৷ ব্যাসকুছি হাইস্কুত আয়োজন কৰা এই জ্ঞান-বিজ্ঞান মেলাত ব্যাসকুছি মণ্ডল সমল কেন্দ্ৰৰ ব্যাসকুছি হাইস্কুল আৰু ব্যাসকুছি মজলীয়া বিদ্যালয়, বেলবাৰী মণ্ডল সমল কেন্দ্ৰৰ ...

Read More »

বৰপেটাৰ সৰভোগৰ পেৰা গাঁও পথাৰত ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী এজন খেতিয়ক

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: বৰপেটা জিলাৰ সৰভোগৰ পেৰা গাঁও পথাৰৰ প্ৰফুল্ল কুমাৰ দাস নামৰ এজন খেতিয়কে ষ্ট্ৰবেৰী খেতি কৰাৰ লগতে লেমুটেঙা, মিনপালন, ধান, আপেল জাতীয় বগৰী, শাক পাচলি আদিৰ খেতি কৰি স্বাৱলম্বী হোৱাত গাঁৱৰ লোক সকলে আনন্দ প্ৰকাশ কৰিছে। ...

Read More »

বৰপেটাৰ কাছুমাৰাত ধৃত চাইকেল চোৰ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: ১৭মাৰ্চ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তৰৰ কাছুমাৰাত ৰাইজে আটক কৰিলে ছাইকেল চোৰ৷ ধৃত চোৰজন আব্দুল কালামৰ পুত্ৰ ৰূপচান আলী৷ ধৃত চোৰজনৰ পৰা এটা চাইকেলৰ তলা ভঙা অস্ত্ৰ আৰু এটা মোবাইল উদ্ধাৰ কৰে৷ চোৰজনৰ ঘৰ গোৱালপাৰা ...

Read More »