শেহতীয়া
Home / অসম / বৰপেটা (page 3)

বৰপেটা

শতবৰ্ষ গৰকা চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপ, অনিয়মীয়া শিক্ষকৰ উপস্থিতিয়ে হেঙাৰ হৈ পৰিছে পাঠদান প্ৰক্ৰিয়াত

প্ৰথম খবৰ,চেঙা: বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ ফোপোলা স্বৰূপটোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে৷ বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ তথৈবচ স্বৰূপ এতিয়া ৰাইজৰ আলোচ্য বিষয় হৈ পৰিছে। শিক্ষা বিভাগৰ দায়বদ্ধহীনতাৰ বাবেই বিদ্যালয়খনত দেখা দিছে চৰম অৰাজকতা৷ স্থানীয় ...

Read More »

চেঙাৰ শুভাৰ যুৱক নিৰুদ্দেশ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙাৰ নিকটৱৰ্ত্তী শুভা গাঁওৰ যুৱক এজন আজি দুসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিবপৰা মতে, হৰিলাল থাপ্পাৰ পুত্ৰ খনীন থাপ্পাই (৩২) যোৱা ৩ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত ঘৰৰ পৰা বাটলৈ ওলাই ...

Read More »

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙাত বিভিন্ন এন আৰ চি সহায়ক কেন্দ্ৰ আজি পৰিদৰ্শন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু আৰক্ষী অধীক্ষক ভায়লেট বৰুৱাই। এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কালত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সংগ দিয়ে চেঙা ...

Read More »

ৰে’ল গেটৰপৰা সন্ধানহীন অন্ধ ছোৱালী

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোড ৰে’ল গেটত দীৰ্ঘদিন ধৰি ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি অহা বৰপেটাৰোডৰ খৈৰাবাৰীৰ দিলুৱাৰা খাটুন নামৰ (৩০বছৰ) অন্ধ ছোৱালী এজনী যোৱা ৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। সেয়ে কোনোলোকে অন্ধ ছোৱালীজনীৰ কিবা সম্ভেদ পালে তেওঁৰ দেউতাক আব্দুল ...

Read More »

চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

প্ৰথম খবৰ,চেঙা: বৰপেটা জিলাৰ চেঙাস্থিত কৃষ্ণ মন্দিৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলনৰ লগে লগে ভাগৱতী বৈষ্ণৱ সমাজৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ভাগৱতী ...

Read More »

কাৰাইখাইতিত ভয়াবহ অগ্নিকাণ্ড

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ:বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতি গাঁৱত আজি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়৷ গাঁৱখনৰ হৰফ আলী নামৰ এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত অগ্নিকাণ্ডৰ ফলত। পাকঘৰত পানী গৰম কৰিবলৈ ...

Read More »

ঐতিহাসিক গৌৰীনাথ মন্দিৰলৈ অহা পৰ্যটকৰ বাবে আটকধুনীয়া অতিথিশালা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ: নগাঁও জিলাৰ চকলাঘাট সোণাইপাৰস্থিত ঐতিহাসিক গৌৰীনাথ মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা দৰ্শনাৰ্থী, পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক আটকধুনীয়া অতিথিশালা নিৰ্মাণৰ কাম শনিবাৰে শুভাৰম্ভ কৰা হয়। পূৰ্বৰ কংগ্ৰছ চৰকাৰৰ অমনোযোগিতাৰ বাবে ভূত বাংলাত ...

Read More »

বৰপেটাৰ খোলাবান্ধাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধা গাঁৱত এক ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হৈ কেইবাজন লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ...

Read More »

হাইডুবী ৰামপুৰসত্ৰ বালক এম.ই এমৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে জিলা উ‍পায়ুক্তক অভিযোগ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ: নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত হাইডুবি ৰামপুৰসত্ৰ বালক এম.ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ অশুভ আচৰণ, অবিবেচক কৰ্মকাণ্ডই কাৰ্যকৰী সমিতিৰ সদস্য সদস্যা, স্থানীয় ৰাইজ আৰু অভিভাৱকসকলক অসন্তুষ্ট কৰি তুলিছে। যাৰফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ ...

Read More »

বিশিষ্ট সমাজ কৰ্মী তথা কৃতী শিক্ষকৰ মৃত্যু, বটদ্ৰৱাত শোকৰ ছাঁ

প্ৰথম খবৰ, ডুমডুমীয়া: বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক, বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ সত্ৰ মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, নগাঁও জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন উপ সভাপতি হাইডুবী নিবাসী বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহ শিক্ষক জনাব হজৰত আলী চাহাবৰ ...

Read More »