শেহতীয়া
Home / অসম / বৰপেটা (page 4)

বৰপেটা

সত্ৰনগৰীত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভণি ফাকুৱা উৎসৱৰ

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: উতনুৱা ফাগুণ আহিছে। ফাগুণী মলয়াই সকলোৰে দেহ-মন পুলকিত কৰিছে। লগতে লৈ আহিছে ভিন্নৰঙী খবৰ। আহিছে ফল্গোৎসৱ। ৰঙেৰে ৰাঙলী হৈছে সকলো। ৰঙৰ এই বিশেষ উৎসৱক আদৰিবলৈ এতিয়া সমগ্ৰ ভাৰতৰ লগতে ব্যস্ত হৈছে অসম। বৃন্দাবন, মথুৰাৰ দৰে ...

Read More »

বৰপেটাত বাজাৰ ইণ্ডিয়া মুকলি, গ্ৰাহকৰ অভাৱনীয় ভিৰ

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী,প্ৰথম খবৰ: ফাগুণ অহাৰ লগে লগে আহিছে ৰঙৰ উৎসৱ হোলী। বিভিন্ন ঠাইৰ লগতে এতিয়া ফাকুৱাৰ ৰঙত মতলীয়া হৈছে সত্ৰনগৰী বৰপেটা। অসমত বৰপেটাৰ হোলীৰ বিষয়ে সৰ্বজনবিদিত। কোৱা হয়, বৰপেটাৰ হোলী যেন বৃন্দাবনৰ হোলী। কিন্তু বৰপেটা এতিয়া অন্য এক কাৰণৰ ...

Read More »

মুখাৰ উদ্যোগত বৰপেটাত ৰাষ্ট্ৰীয় নাট সমাৰোহ

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: সত্ৰনগৰী বৰপেটাৰ চৌদিশে এতিয়া হোলীৰ উছাহ। হোলীৰ সমান্তৰালকৈ বৰপেটাত চলিছে নাট্যচৰ্চাও। জনপ্ৰিয় নাট্যগোষ্ঠী ‘মুখা’ই আয়োজন কৰিছে এই সমাৰোহ। স্থানীয় জিলা পুথিভড়াঁল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই সমাৰোহ। ২৬ ফ্ৰেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে মুম্বাইৰ শিলা শৃংগাৰৰ ‘ছাৰা’ নাটেৰে ...

Read More »

বৰপেটাত ‘ঢৌ’ চাবলৈ নাহিল দৰ্শক

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী,প্ৰথম খবৰ: নতুন অসমীয়া ছবি ‘ঢৌ’। যোৱা ২৩ ফ্ৰেব্ৰুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তত মুক্তিলাভ কৰিছে বহু প্ৰত্যাশিত এই ছবিখন। কিন্তু দৰ্শকৰ উছাহ যেন ক্ৰমাৎ নোহোৱা হৈছে অসমীয়া ছবি চোৱাৰ। জুবিন গাৰ্গৰ ‘মিছন চাইনা’ চাবলৈ অসমৰ দৰ্শকে যিদৰে চিত্ৰগৃহলৈ যোৱা ...

Read More »

হোলীৰ সমান্তৰালকৈ বৰপেটাত হোলীগীতৰ প্ৰস্তুতি

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: সত্ৰনগৰী বৰপেটা এতিয়া ব্যস্ত হোলীক লৈ। বৰপেটাৰ হোলী যেন মথুৰা, বৃন্দাবনৰ হোলী। সমগ্ৰ অসমত হোলীৰ ক্ষেত্ৰত বৰপেটাৰ নাম সৰ্বজনবিদিত। হোলীৰ সমান্তৰালকৈ বৰপেটাত এতিয়া চৰ্চিত হৈছে হোলীগীত। পূৰ্বৰ হোলীগীতৰ প্ৰাসংগিকতা ৰক্ষা কৰি এইবাৰো বৰপেটাত আৰম্ভ হৈছে ...

Read More »

সত্ৰনগৰীত আজিৰেপৰা ফাকুৱা উৎসৱ

বৰপেটাৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: উতনুৱা ফাগুণ আহিছে। লগত লৈ আহিছে ভিন্নৰঙী খবৰ। আহিছে ফল্গোৎসৱ। এতিয়া ৰঙৰে ৰাঙলী হ’ব সকলো। ৰঙৰ এই বিশেষ উৎসৱক আদৰিবলৈ এতিয়া সমগ্ৰ ভাৰতৰ লগতে ব্যস্ত হৈছে অসম। বৃন্দাবন, মথুৰাৰ দৰে ব্যস্ত এতিয়া অসমৰ দুই নগৰী ...

Read More »

মন্দিয়াৰ জনীয়া পঞ্চায়তত ঘৰ আৱন্টনত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তগৰ্ত ৮১ নং জনীয়া গাঁও পঞ্চায়তত আইএৱাই ঘৰ আৱন্টনত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে পঞ্চায়তটোৰ জনীয়া গাঁৱৰ হৰবালা দাস নামৰ বিধৱা মহিলা গৰাকীৰ বিপি এলৰ তালিকাত আই ডি নং ২৬২৬২ ...

Read More »

বিধান সভাৰপৰা শ্বেৰমানক বহিষ্কাৰ কৰাৰ প্ৰতিবাদত আলোপতিত তীব্ৰ প্ৰতিবাদ গড়কাপ্তানি মন্ত্ৰীৰ জুমুঠি দাহ যুৱ কংগ্ৰেছৰ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ বজাৰ প্ৰাংগনত আজি আলোপতি মাজৰচৰ যুৱ আৰু মণ্ডল কংগ্ৰেছৰ উদ্যোগত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, বাঘবৰ ...

Read More »

শুভাত ৯২সংখ্যক মনসা দেৱী পূজা মহোৎসৱৰ সামৰণি

প্ৰথম খবৰ,চেঙাঃ বৰপেটা জিলাৰ চেঙাৰ শুভাত আজি ৯২সংখ্যক শ্ৰীশ্ৰীমাঁ মনসা দেৱী পূজা মহোৎসৱৰ সামৰণি পৰে৷ ২২ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা পূজা মহোৎসৱৰ প্ৰথম দিনা চাফাইৰ পাছতে গাঁও শুচিকৰণ কাৰ্যসূচী ৰূপায়ন কৰে৷ মুখ্যদ্বাৰ আৰু মন্দিৰৰ দ্বাৰ উন্মোচন কৰে ক্ৰমে কণিকা ...

Read More »

চেঙাত অসামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাইজৰ তৎপৰতা

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ বিগত কিছুদিন ধৰি বৰপেটা জিলাৰ চেঙা অঞ্চলত দুচকীয়া বাহন, গাড়ীৰ বেটাৰী, গেছ-চিলিণ্ডাৰ, ঘৰ চুৰি আদি অসামাজিক কৰ্ম কাণ্ড ক্ৰমাৎ বৃদ্ধি হোৱাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে৷ এচাম দুষ্ট চক্ৰৰ এই কৰ্ম কাণ্ড প্ৰতিৰোধ কৰিবলৈ ৰণ কৌশল ...

Read More »