শেহতীয়া
Home / অসম / বৰপেটা (page 5)

বৰপেটা

বৰপেটাৰোডত ৰে’লে কাটিলে এজনক

প্ৰথম খবৰ,বৰপেটাৰোডঃ বৰপেটাৰোড ৰে’ল ষ্টেচনত আজি এজন লোকক ৰে’লে কটাৰ ফলত থিতাতে মৃত্যু হয়। মৃত্যু হোৱা লোকজন হৈছে সৰুপেটাৰ সমীপৰ খাটলপাৰাৰ মদন দৈমাৰী (৫৯ বছৰ)। প্ৰাপ্ত খবৰ অনুসৰি, বঙাইগাওঁৰ ৰে’ল বিভাগৰ মেকানিক দৈমাৰীয়ে যোৱা নিশা কাম কৰি পুৱাতে পত্নী দশমী দৈমাৰীৰ ...

Read More »

কলগাছিয়াত খাৰবাল্লী এম ই মাদ্ৰাছাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক, ছাত্ৰী,ৰান্ধনীয়ে বিদ্যালয়ত দিছে পাঠদান

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰঃ বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগৰ্ত কলগাছিয়াৰ আমগুৰি খাৰবাল্লী এম ই মাদ্ৰাছাত ১১৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষকে পাঠদান দিবলগীয়া হোৱাত ইয়াৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল শংকিত হৈ পৰিছে। তিনিটাকৈ ক্লাছ থকা মাদ্ৰাছাখনত ইংৰাজী, ...

Read More »

বৰপেটাত দলিলৰ চেণ্ডিগেট ৰাজ,১০ টকাৰ দলিল ৮০ টকাত বিক্ৰী

কলগাছিয়াৰপৰা প্ৰথম খবৰ,আব্দুল হাইঃ বৰপেটা জিলাত এইবাৰ দলিলৰ চেণ্ডিগেট ৰাজ চলাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা আদালতৰ এডভোকেট শুকুৰ আলী আহমেদৰ লগতে সৰ্বসাধাৰণ ৰাইজে। অভিযোগ মতে দীৰ্ঘদিনৰ পৰাই দলিলৰ নাটনি দেখুৱাই ভেণ্ডাৰসকলে ১০ টকীয়া দলিল এখন ৮০ টকাৰ পৰা ...

Read More »

চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ: বদলিৰ নিৰ্দেশ পোৱাৰ পিছতো চকীখনৰ মোহ এৰিব নোখোজা এগৰাকী চৰকাৰী বিষয়াৰ কৰ্মকাণ্ডই সমগ্ৰ পূৱ বৰপেটাতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বদলিৰ ৪০ দিন পিছতো চকী এৰিব নোখোজা এইগৰাকী বিষয়া হৈছে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ...

Read More »

চেঙাত গৌতম কনষ্ট্ৰাকচনৰ লেহেমীয়া পথ নিৰ্মাণ,ক্ষুব্ধ ছাত্ৰ সংগঠনে ঘেৰাও কৰিলে শিবিৰৰ কাৰ্যালয়

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ বৰপেটাৰ পৰা কলিতাকুছিলৈ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে আজি ক্ষুব্ধ হৈ পৰিল কেইবাটাও ছাত্ৰ সংগঠন। গৌতম কনষ্ট্ৰাকচনৰ বৰপেটাৰ বৰবিলাত থকা শিবিৰৰ কাৰ্যালয়ত উপস্থিত হৈ চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ অসম গৰিয়া মৰিয়া দেশী ...

Read More »

কলগাছিয়া-মইনবৰী-লাংলাত পৰীক্ষাৰ্থীৰ টুলুঙা নাৱৰে বিপদ সংকুল যাত্ৰা,হাহাকাৰ অভিভাৱকৰ মাজত

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বৰপেটা-বঙাইগাওঁ জিলাৰ চৰ এলেকাৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত আজি পূৱাৰ ভাগত তীব্ৰ হাহাকাৰৰ সৃষ্টি হয়। জিলা দুখনৰ লাংলা, বৰভিটা আৰু ৰঙাপানী পৰীক্ষা কেন্দ্ৰত অহা যোৱাৰ ক্ষেত্ৰত শ শ পৰীক্ষাৰ্থী সকলে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। এলেকাটোৰ ...

Read More »

মুছলিম ছাত্ৰ সন্থাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অসাংবিধানিক আখ্যা বৰপেটা জিলা সমিতিৰ

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ: মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱক অসাংবিধানি আখ্যা দিছে সংগঠনটোৰ বৰপেটা জিলা সমিতিয়ে। এক প্ৰেছ বিবৃতিত বৰপেটা জিলা সমিতিৰ সভাপতি জাহিদুল ইছলাম, কাৰ্যকাৰী সভাপতি আজাহাৰ খান আৰু সাধাৰণ সম্পাদক হাফিজুৰ ৰহমানে উল্লেখ কৰে ...

Read More »

চেঙাৰ ভোগেৰপাৰত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় চৰকাৰৰ

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ভোগেৰপাৰ গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কৰিবলৈ আজি গাঁওখনত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি বৰ্গৰ এটি দল। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ ...

Read More »

বৰপেটাৰোডত পৌৰ কৰ্মীৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,বৰপেটাৰোড: ৰাজ্য চৰকাৰৰ কেবিনেটে পৌৰ সভাৰ কৰ্মীসকলৰ চৰকাৰীকৰণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজিলৈকে তাক কাৰ্য্যকাৰী নকৰিলে। সেয়েহে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আজিৰে পৰা অহা ১১ ফেব্ৰুৱাৰীলৈ অৱস্থান ধৰ্মঘটৰ আহ্বান জনাইছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰপেটাৰোড ...

Read More »

বৰপেটাৰোড প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ লাইখুটা স্থাপন

প্ৰথম খবৰ,বৰপেটাৰোড: ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আজি বৰপেটাৰোড প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে, বৰপেটাৰোড প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। দুদিনীয়া এই কাৰ্যসূচীত আছে স্মৃতিগ্ৰন্থ ...

Read More »