শেহতীয়া
Home / অসম / বৰপেটা (page 7)

বৰপেটা

দলং নাই, টুলুঙা নাৱত ভয়ংকৰ যাত্ৰা বৰপেটাত

ৰকিবুল হাছান, প্ৰথম খবৰ, মইনবড়ী: বৰপেটা জিলাৰ অন্তৰ্গত ধানবান্ধা জাহোৰপাম আৰু যতিগাঁৱৰ ৰাইজে একমাত্ৰ টুলুঙা নাওৰ ওপৰত ভৰসা কৰি দৈনিক বিপদ সংকুল যাত্ৰা কৰিব লগা হোৱাত জমৰ-যাতনা ভূগিব লগা হৈছে। উল্লেখ্য যে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ উত্তৰ ফালেদি ...

Read More »

বৰপেটাৰোডত দুৰ্ঘটনা, আহত ৩

প্ৰথম খবৰ, বৰপেটা: বৰপেটাৰোডৰ সমীপৰ দহ মাইলৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত কিছুসময়ৰ পূৰ্বে এক পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী অভিমুখী AS-01AY-3649 নম্বৰৰ এলটো গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিলৈ হঠাৎ নামি যোৱাৰ ফলতে এই দুৰ্ঘটনাটো হয় বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ ফলত ...

Read More »

গৰাখহনীয়াই ভাবুকি আনিছে বৰপেটাৰ ঐতিহ্যমণ্ডিত থান-সত্ৰ-মঠলৈ

হিল্লোল জ্যোতি তালুকদাৰ, প্ৰথম খবৰ, বৰপেটা: অসমীয়া জাতীয় জীৱনৰ প্ৰাণ কেন্দ্ৰ, মহাপুৰুষ গুৰুদুজনাৰ আধ্যাত্মিক-সামাজিক চেতনাৰ ধাৰক-বাহক থান-সত্ৰসমূহে সম্প্ৰতি গৰাখহনীয়াৰ কৰাল গ্ৰাসত পৰি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷ শেহতীয়াভাৱে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰভাৱে বাবুকি কঢ়িয়াই আনিছে বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত বহৰি সত্ৰলৈ৷ ...

Read More »