শেহতীয়া
Home / অসম (page 10)

অসম

চাৰিদুৱাৰত মহিলা সমিতিৰ উদ্যোগত দিহানাম প্ৰতিযোগিতা সম্পন্ন 

প্ৰথম খবৰ, বালিপৰা: কাতি বিহুৰ লগত সংগতি ৰাখি আজি শোণিতপুৰৰ চাৰিদুৱাৰৰত দোৱাঙনী মহিলা উন্নয়ন সমিতিৰ উদ্যোগত দোৱাঙনীস্থিত সুধাকণ্ঠ ড০ভূপেন হাজৰিকা সাংস্কৃতিক ৰঙ্গমঞ্চত আজি ১০.০০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ৰংগমঞ্চ উদ্বোধন কৰে মানৱ অধিকাৰ সংৰক্ষণ সমিতি, অসমৰ সঞ্চালক ড০ পৰশমণি সিংহই। ...

Read More »

চলন্ত ৰে’লত যাত্ৰীক বুন্দিয়াৰ লাড়ু খুৱাই লুট

প্ৰথম খবৰ, ৰঙিয়া: নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত যাত্ৰীক নিচাসক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটপাত চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, লামডিং- আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছৰ যাত্ৰী হোজাই মহাবিদ্যালয়ৰ অধ্যাপক পবিত্র ৰায়ক(৩৪) দুৰ্বৃত্তই নিচাসক্ত দ্ৰব্য খুৱাই নগদ ধন ১৫০০ টকা, এটা লেপটপ, ...

Read More »

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিহুৰ দিনাই পথ অৱৰোধ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: কাতি বিহুৰ দিনাই ৰাইজ ওলাই আহিল ৰাজপথলৈ। জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিৱসাগৰ ৰহদৈ আলিত পথ অৱৰোধ। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত স্থানীয় ৰাইজে অৱৰোধ কৰিছে ঐতিহাসিক ৰহদৈ আলি। এটা জৰাজীৰ্ণ পথ। চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু ...

Read More »

সাঝা কলা গোষ্ঠীৰ উদ্যোগত বিশ্বনাথৰ গেলাপুখুৰীত মহাকবি লক্ষ্মী প্ৰসাদ দেৱকোটাৰ ১০৯ সংখ্যক জন্ম জয়ন্তী সমাৰোহ

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: নেপালী সাহিত্য জগতৰ শিৰোমণি কবি লক্ষ্মী প্ৰসাদ দেৱকোটাৰ ১০৯ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা চাৰিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনা আজি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সমাজ আৰু দেশৰ শান্তি-সম্প্ৰীতিৰ হকে কাম ...

Read More »

ফলঙনিত বিৰল প্ৰজাতিৰ সোৰোকাগোম উদ্ধাৰ

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত ফলঙনিৰ যদু বৰা নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা আজি সন্ধিয়া বিৰল প্ৰজাতিৰ সোৰোকাগোম সাপ এটা উদ্ধাৰ কৰে।মৰঙি চাৰিআলিৰ প্ৰকৃতিপ্ৰেমী প্ৰসন্নদ্বীপ বৰদলৈয়ে সাপটো উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ লৈ যায় বুলি পৰিয়ালবৰ্গই জানিবলৈ দিছে।

Read More »

লাওখোৱাত চালানবিহীন বালিভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱাত চালানবিহীন বালিভৰ্তি ট্ৰাক জব্দ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লাওখোৱা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে গৈ থকা অৱস্থাত নিয়মিত তালাচীৰ সময়ত বন কৰ্মীয়ে তালাচী চলোৱাত কোনো ধৰণৰ চালান দেখুৱাব নোৱাৰাত বনকৰ্মীয়ে ...

Read More »

চিকিৎসালয়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱতি লয় বুলি অভিযোগ কৰি টীয়ক FRU ত এগৰাকী ৰোগীৰ আত্মীয়ই চিকিৎসালয়ত আজি দুপৰীয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ টীয়ক নগৰ সমিতিৰ অধ্যক্ষ ৰফিক উজ জামান, টীয়ক আৰক্ষী আৰু ...

Read More »

চৰকাৰী উদাসীনতা, গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত ৰাইজে নিৰ্মাণ কৰিলে বানে উটুৱাই নিয়া দলং

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলবোৰত সমস্যাৰ যেন কোনো সীমা সংখ্যা নাই৷ দেশে স্বাধীনতা লাভৰ সত্তৰ বছৰ পাছতো জনজাতি অধ্যুষিত এই অঞ্চলবোৰত আজিও নাই সুচল বাট-পথ, প্ৰয়োজনীয় বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ,নাই স্বাস্থ্য-শিক্ষাৰ উন্নত ...

Read More »

শদিয়া পৰা পদযাত্ৰা কৰি খুমটাই বৰুৱাগাঁৱত উপস্থিত স্বাধীন নাৰী শক্তি

প্ৰথম খবৰ, খুমটাই: শদিয়াৰ পৰা পদযাত্ৰা কৰি আজি দিনৰ ১ বজাত খুমটাই বৰুৱাগাঁৱত উপস্থিত হ’ল স্বাধীন নাৰী শক্তি এটি দল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰ’দ বৰষুণকো একাকাৰ কৰি প্ৰায় ৪০০ কিলোমিটাৰ অতিক্ৰম কৰি বৰুৱা গাঁৱত উপস্থিত হোৱাত দলটিক উষ্ম আদৰণি ...

Read More »

গোলকগঞ্জত কালী পূজাৰ ব্যাপক প্ৰস্তুতি

প্ৰথম খবৰ, গোলকগঞ্জঃ সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ গোলকগঞ্জ, ৰতীয়াদহ, হৰিৰ হাট, আগমনীত, হালাকুৰা, ছাগলীয়া, লক্ষীমাৰী আদি অঞ্চলতো শ্ৰী শ্ৰী কালী পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে পূজা আয়োজক সমিতিয়ে।

Read More »